MCQ Social Science। Class 10। Chapter ১ । বংগ বিভাজন আৰু স্বদেশী আন্দোলন। SEBA BOARD । SEBA BOARD । HSLC 2024-2025


প্রশ্ন ১।___________ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন (Regulating Act) প্ৰৱৰ্তন কৰিছিল।
(ক) ১৮৭৩ খ্ৰীত (খ) ১৭৭৩ খ্ৰীত (গ) ১৬৯৩ খ্ৰীত (ঘ) ১৭৭৯ খ্ৰীত

উত্তৰ : (খ) ১৭৭৩ খ্ৰীত

প্রশ্ন 2।___________ খ্ৰীষ্টাব্দত এলাহাবাদৰ সন্ধি স্বাক্ষৰিত হৈছিল।
(ক) ১৭৬৫ খ্ৰীত (খ) ১৬৭৫ খ্ৰীত (গ) ১৮৬৫ খ্ৰীত (ঘ) ১৫৮৯ খ্ৰীত

উত্তৰ : (ক) ১৭৬৫ খ্ৰীত

প্রশ্ন ৩। ইষ্ট ইণ্ডিয়া কোম্পানিৰ তিনিটা ঘাই শাসন কেন্দ্ৰৰ প্ৰতিটো কেন্দ্ৰৰ সৰ্বোচ্চ শাসকগৰাকীক ___________ বিষয়বাব দিয়া হৈছিল।
(ক) আয়ুক্ত (খ) শাসক (গ) গৱৰ্ণৰ (ঘ) প্ৰেছিডেন্ট
উত্তৰ: (ঘ) প্ৰেছিডেন্ট
প্রশ্ন ৪। প্ৰেছিডেন্টৰ তলতীয়া শাসনযন্ত্ৰটো
(ক) গৱৰ্ণৰ (খ) প্ৰেছিডেন্সি (গ) প্ৰেছিডেন্ট (ঘ) আয়ুক্ত
উত্তৰ: (খ) প্ৰেছিডেলি
প্রশ্ন ৫।_________ খ্ৰীষ্টাব্দত বংগদেশত দুর্ভিক্ষ হৈছিল।
(ক) ১৮৬৬ খ্ৰীত (খ) ১৭৭৭ খ্ৰীত (গ) ১৬৮৮ খ্রীত (ঘ) ১৫৪৪ খ্ৰীত
উত্তৰ : (ক) ১৮৬৬ খ্ৰীত
প্রশ্ন ৬। ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল______________
(ক) ১৭২৮ খ্ৰীৰ ১০ জুন (খ) ১৮২৬ খ্ৰীৰ ২৪ ফেব্ৰুৱাৰীত (গ) ১৬৬২ খ্ৰীৰ ১ মে’ (ঘ) ১৫২০ খ্ৰীৰ ৭ মার্চ
উত্তৰ : (খ) ১৮২৬ খ্ৰীৰ ২৪ ফেব্ৰুৱাৰীত
প্রশ্ন ৭। — খ্ৰীষ্টাব্দত এন্ড্রু ফেজাৰে মধ্য প্ৰদেশ আৰু বংগদেশৰ ভৌগোলিক সীমাৰ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ ডাইচৰয় লর্ড কার্জনক দিছিল।
(ক) ১৮০২ খ্রীত (খ) ১৯০২ খ্রীত (গ) ১৮০১ খ্ৰীত (ঘ) ১৯০১ চীত

উত্তৰ : (ঘ) ১৯০১ খ্রীত
প্রশ্ন ৮। ‘সঞ্জীৱনী’ পত্ৰিকাৰ সম্পাদক
(ক) কৃষ্ণ কুমাৰ মিত্ৰ (খ) গিৰিশ চন্দ্ৰ (গ) অমৃত প্রভা (ঘ) অম্বিকাগিৰী ৰায় চৌধুৰী
উত্তৰ : (ক) কৃষ্ণ কুমাৰ মিত্ৰ
প্রশ্ন ৯। বংগবাসীয়ে, জাতীয় লোক দিৱস পালন কৰে –
(ক) ১৯০৫ চনৰ ১৬ অক্টোবৰ (খ) ১৯০৫ চনৰ ১৪ আগষ্ট
(গ) ১৯০৪ চনৰ ১ জুন (ঘ) ১৮০৫ চনৰ ২ জুন
উত্তৰ : (ক) ১৯০৫ চনৰ ১৬ অক্টোবৰ
প্রশ্ন ১০)____________চনত বংগ জাতীয় মহাবিদ্যালয় স্থাপন হয়।
(ক) ১৯০৫ চনৰ ১৪ আগষ্ট (খ) ১৯০৬ চনৰ ১০ মার্চ (গ) ১৯০৪ চনৰ ১ জুন (গ) ১৯০৪ চনৰ ১ জুন
উত্তৰ : (খ) ১৯০৬ চনৰ ১৫ আগষ্ট
প্রশ্ন ১১। ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখন সম্পাদনা কৰিছিল-
(ক) অমৃতলাল (খ) ভূপেন্দ্ৰনাথ দত্ত (গ) অৰবিন্দ ঘোষ (ঘ) মহিৰাম বস্
উত্তৰ : (খ) ভূপেন্দ্ৰনাথ দত্ত।
প্রশ্ন ১২। বংগদেশৰ একত্ৰীকৰণ হৈছিল—
(ক) ১৯১০ খ্ৰীঃৰ ২২ ডিচেম্বৰত
(গ) ১৯১২ খ্ৰীঃৰ ২ ডিচেম্বৰত
(খ) ১৯১১ খ্ৰীঃৰ ১২ ডিচেম্বৰত
(ঘ) ১৯১৩ খ্ৰীঃৰ ২২ ডিচেম্বৰত
উত্তৰ : (খ) ১৯১১ খ্ৰীঃৰ ১২ ডিচেম্বৰত ।
প্রশ্ন ১৩। বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল-
(ক) ১৯০২ চনৰ ৫ আগষ্ট (খ) ১৯০০ চনৰ ২৬ আগষ্ট (গ) ১৯০৪ চনৰ ১৫ আগষ্ট (ঘ) ১৯০৬ চনৰ ১১ মাৰ্চত
উত্তৰ : (ঘ) ১৯০৬ চনৰ ১১ মাৰ্চত।
প্রশ্ন ১৪। ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ’ল-
(ক) আচার্য প্রফুল্ল বায় (খ) অমৃতলাল বসু (গ) গিৰীশ ঘোষ (ঘ) খীৰোদ প্রসাদ
উত্তৰ : (ক) আচার্য প্রফুল্ল বায় ।
প্রশ্ন ১৫। ‘বংগলক্ষী কটন মিল’ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ’ল-
(ক) অম্বিকাগিৰী ৰায় চৌধুৰী (খ) নীলৰতন চৰকাৰ (গ) ভূপেন্দ্রনাথ (ঘ) লর্ড মিন্টো
উত্তৰ : (খ) নীল বতন চৰকাৰ ।
প্রশ্ন ১৬। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা গীত হ’ল-
(ক) ৩৩ টা (খ) ১৮ টা (গ) ২৩ টা (ঘ) ২২ টা
প্রশ্ন ১৭। “শাসন আৰু শোষণ একে লগে চলাই যোৱা হ’ব” ‘—কথাষাৰ কোনে কৈছিল—
(ক) ৰবাৰ্টচনে (খ) লর্ড কার্জনে (গ) লর্ড হেমিল্টনে (ঘ) ডেভিদ স্কটে

উত্তৰ : (খ) লর্ড কার্জনে।
১৭। কাব কার্যকালত “বংগ বিভাজন আঁচনিখন” কাৰ্যকৰী কৰা হৈছিল?
(ক) লর্ড মাউন্ট বেটেন (খ) লর্ড উইলিয়াম বেন্টিংক (গ) লর্ড ডেলহাউচী (ঘ) লর্ড কার্জন
উত্তৰ : (ঘ) লর্ড কার্জন।
১৮। “ঐকব্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগশক্তিক ভাঙি- ছিঙি চূৰমাৰ কৰিব।”— এইষাৰ কাৰ উক্তি আছিল?
(ক) ভাৰত সচিব হাবাৰ্ট বিজলীৰ (খ) লর্ড কার্জনৰ (গ) উইলিয়াম ৱাউৰ (ঘ) লর্ড উইলিয়াম বেন্টিংক
উত্তৰ : (ক) ভাৰত সচিব হাবাৰ্ট বিজলীৰ ।
১৯। ১৯১১ চনৰ ১২ ডিচেম্বৰ তাৰিকে দিল্লীত অনুষ্ঠিত ৰাজ-অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল ?
(i) বংগদেশ পুনৰ একত্ৰীকৰণ ।

(খ) অতি চমু প্রশ্নোত্তৰ : (মূল্যাংক-১)
প্রশ্ন ১। চিপাহী বিদ্ৰোহৰ পাছত ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা কি আছল ?
উত্তৰঃ বংগ বিভাজন ।
প্রশ্ন ২। সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্রাম কি? উত্তৰ : বংগ ভংগ বিৰোধী আন্দোলন।
প্রশ্ন ৩। এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল ?
উত্তৰ : মোগল সম্রাট শাহ আলম আৰু ববাট ক্লাইবৰ মাজত ।
প্রশ্ন ৪। বংগ বিভাজনৰ পিছত সৃষ্টি হোৱা নতুন ৰাজ্য দুখনৰ নাম কি কি? উত্তৰ : অসম আৰু বংগ প্রদেশ ।
প্রশ্ন ৫। অসম নামৰ প্ৰদেশখনৰ কেতিয়া গঠন কৰা হৈছিল ?
উত্তৰঃ ১৮৭৪ চনৰ ৭ ফেব্ৰুৱাৰীত ।
প্রশ্ন ৬। কিমান চনত লর্ড কার্জনে পূৰ্ব বংগ আৰু অসম নামে এখন নতুন প্রদেশ গঠন কৰিছিল ?
উত্তৰ : ১৯০৫ চনৰ ২০ জুলাইত ।
প্রশ্ন ৭। পূৰ্ববংগ আৰু অসমক লগ লগাই কোনে এখন নতুন জিলা গঠন কৰিছিল ?

উত্তৰ : লর্ড কার্জনে।
প্রশ্ন ৮। ৰেণ্ডলেটিং এক্টৰ জৰিয়তে কোন দুজন গৱৰ্ণৰক ফ’ৰ্ট উইলিয়াম গৱৰ্ণৰ – জেনেৰেলৰ তলতীয়া কৰা হৈছিল ?
উত্তৰ : বোম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰক ।
প্রশ্ন ৯। বংগ প্ৰেছিডেন্সিৰ গৱৰ্ণৰ পদটো কি পদলৈ উন্নীত কৰা হৈছিল ?
উত্তৰ : গৱৰ্ণৰ জেনেৰেল পদলৈ।
প্রশ্ন ১০। ব্ৰিটিছে ভাৰতৰ প্ৰশাসন ব্যৱস্থাটোৰ সংস্কাৰ সাধনৰ বাবে কেতিয়া ব্যৱস্থা হাতত লৈছিল ?
উত্তৰ : ১৮৫৭ চনৰ চিপাহী বিদ্রোহৰ পাছৰ পৰা ।

প্রশ্ন ১২। ১৮৭৪ চনৰ ৭ ফেব্ৰুৱাৰীত নতুনকৈ গঠিত হোৱা অসম প্ৰদেশৰ নাটিকালি কিমান আছিল ?
উত্তৰঃ ৫৪,১০০ বর্গ মাইল।
প্রশ্ন ১৩। ১৮৭৪ চনৰ ৭ ফেব্ৰুৱাৰীত নতুনকৈ গঠিত হোৱা অসম প্ৰদেশৰ জনসংখ্যা কিমান আছিল ?
উত্তৰ : ৪১,৫০,০০০ জন ।
প্রশ্ন ১৪। অসম প্রদেশৰ বাবে ব্ৰিটিছে নতুনকৈ সৃষ্টি কৰা পদবীটোৰ নাম কি?

উত্তৰ : মুখ্য আয়ুক্ত।
প্রশ্ন ১৫। অসমৰ প্রথম মুখ্য আয়ুক্ত গৰাকী কোন আছিল ?
উত্তৰ ঃ কর্ণেল আব এইছ কীটি।
প্রশ্ন ১৬। এন্ড্রু ফ্ৰেজাৰ কোন আছিল ?
উত্তৰ : মধ্য প্রদেশব মুখ্য আয়ুক্ত আছিল।
প্রশ্ন ১৭। জন ব্যামফিল্ড ফুলাব কোন আছিল ?
উত্তৰ : অসমৰ মুখ্য আয়ুক্ত আছিল।
প্রশ্ন ১৮। ‘বংগ ভংগ’ৰ প্ৰস্তাৱটো ইংলেণ্ডৰ চৰকাৰৰ ওচৰত কোনে দাখিল কৰিছিল ?

উত্তৰ : ভাইচবয় লর্ড নর্থব্রুক ।
প্রশ্ন ১৯। ইয়াণ্ডাবু সন্ধিৰ সময়ত বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি কিমান আছিল ?

উত্তৰঃ ২,৫৩,০০০ বর্গ মাইল।
প্রশ্ন ২০। ইয়াণ্ডাবু সন্ধিব সময়ত বংগ প্ৰদেশৰ মুঠ জনসংখ্যা কিমান আছিল?

উত্তৰ : ৪ কোটি ৬০ লাখ।
প্রশ্ন ২১। চাহ ব্যৱসায় সম্প্ৰসাৰণৰ স্বাৰ্থত কোনে অসমৰ লগত চট্টগ্রামক সংলগ্ন কৰাব প্রস্তাৱ দিছিল?
উত্তবঃ ব্যামফিল্ড ফুলাবে ।

প্রশ্ন ২২। ১৯০৩ চনত বংগদেশৰ লেফটেনেণ্ট গৱৰ্ণৰ হিচাপে কাক নিযুক্তি দিয়া হৈছিল ?
উত্তৰ : এন্ড্রু ফ্রেজাবক ।
প্রশ্ন ২৩। কোনে এন্ড্রু ফ্ৰেজাৰক প্রাদেশিক সীমান্ত পুনৰ গঠনৰ উদ্দেশ্যে এটা পৰিকল্পনা প্রস্তুত কৰিবলৈ নিৰ্দেশ দিছিল?
উত্তর : ভাইচবয় লর্ড কার্জনে।
প্রশ্ন ২৪। লর্ড কার্জনে কেতিয়া বংগ বিভাজন প্ৰক্ৰিয়াৰে এক বিস্তাৰিত বিৱৰণ (প্ৰস্তাৱ) তৈয়াৰ কৰিছিল?
উত্তৰ : ১৯০৩ চনৰ ১ জুনত ।

প্রশ্ন ২৫। উইলিয়াম ই বার্ড কোন আছিল?

উত্তৰ : অসমৰ মুখ্য আয়ুক্ত।
প্রশ্ন ২৬। হার্বাট ৰিজলী কোন আছিল ?

উত্তৰ : ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ সচিব আছিল ।
প্রশ্ন ২৭। ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী এই তিনিটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা কিমান আছিল ?
উত্তৰ : ১,০৬,৫৪০ বর্গ মাইল ।
প্রশ্ন ২৮। ঢাকা, চট্টগ্রাম আৰু ৰাজশাহী — এই তিনিওটা সংমণ্ডলৰ মুঠ জনসংখ্যা কিমান আছিল ?
.উত্তৰ ঃ ৩১ নিযুত। ইয়াৰে মুছলমান ১৮ নিযুত আৰু হিন্দু ১২ নিযুত।
প্রশ্ন ২৯। ‘পূববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ ৰাজধানী ক’ত স্থাপন কৰা হৈছিল ?

উত্তৰ : ঢাকাত ।
প্রশ্ন ৩০। প্ৰস্তাৱিত বংগ প্ৰদেশৰ ৰাজধানী কি আছিল ?
উত্তৰ : কলকাতা ।
প্রশ্ন ৩১। “ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি-ছিঙি চূৰমাৰ কৰিব।” ওঁপৰৰ কথাষাৰ ক’ত প্ৰকাশ পাইছিল।
উত্তৰ : ভাৰত সচিব হার্বাট কাৰ্জনলৈ লিখা চিঠিত প্ৰকাশ পাইছিল।
প্রশ্ন ৩২। জন ব্ৰডৰিক কোন আছিল ?
উত্তৰ : ভাৰত সচিব।
প্রশ্ন ৩৩। লর্ড কার্জনে কেতিয়া বংগ ভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰে ?
উত্তৰ : ১৯০৫ খ্ৰী.ৰ ২ ফেব্ৰুৱাৰীত ।
প্রশ্ন ৩৪ । বংগ ভংগৰ প্ৰস্তাৱটো কোনে তাঁৰ বাৰ্তাৰ যোগেদি অনুমোদন জনাইছিল ?

উত্তৰ : ভাৰত সচিব জন ফ্ৰেডৰিকে ১৯০৫ চনৰ ৯ জুন তাৰিখত।

প্রশ্ন ৩৫ ৷ ভাৰত ব্ৰিটিছ চৰকাৰে কেতিয়া বংগ ভংগৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰিছিল?
উত্তৰঃ ১৯০৫ চনৰ ১ ছেপ্টেম্বৰত ।
প্রশ্ন ৩৬। ‘সঞ্জিৱনী’ পত্ৰিকাখন কোন চনত প্ৰকাশ পাইছিল ?
উত্তৰ – ১৯০৪ চনৰ ৬ জুলাই।
প্রশ্ন ৩৭ । বংগদেশৰ জনতাৰ মাজত তীব্র আলোড়নৰ সৃষ্টি কৰা সঞ্জীৱনী কাকতত প্ৰকাশ পোৱা নিৱন্ধটোৰ নাম কি ?
উত্তৰ : ‘বংগৰ সৰ্বনাশ’ নামৰ নিৱন্ধ

প্রশ্ন ৩৮। প্রস্তাবিত বংগ ভংগৰ বিৰুদ্ধে প্রধন প্রতিবাদ সভা ক’ত অনুষ্ঠিত হৈছিল ?

উত্তৰঃ- ১৯০৫ চনৰ ১৪ জুলাই খুলনাৰ বাগেৰবাৰীত
প্রশ্ন ৩৯। ১৯০৫ চনৰ ১৬ আৰু ১৭ জুলাইত একে ধৰণৰ প্ৰতিবাদ সভা ক’ত অনুষ্ঠিত হৈছিল ?
উত্তৰঃ কিশোরগঞ্জ আৰু পাবনাত ।
প্রশ্ন ৪০। বংগ ভংগৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ হোৱাৰ পাছত দ্বিতীয়খন প্ৰতিবাদী সভা ক’ত অনুষ্ঠিত হৈছিল ?
উত্তৰ : ১৯০৫ চনৰ ২০ জুলাইত দিনাজপুৰত ।
প্রশ্ন ৪১। বিপন কলেজৰ বৰ্তমান নাম কি?
উত্তৰ : সুবেন্দ্রনাথ কলেজ ।
প্রশ্ন ৪২। কলিকতাৰ বিপন কলেজৰ ছাত্ৰসকলে কেতিয়া পোন প্ৰথমে শ্ৰেণীকোঠা ত্যাগ কৰি আন্দোলনত ভাগ লৈছিল ?
উত্তৰঃ ১৯০৫ চনৰ ৩১ জুলাইত।
প্রশ্ন ৪৩। “হে বংগ জননী, স্বর্ণ প্রসারিনী… শিখেছি সবাই কবিতে ভাবনা, বিলাতি পোশাকে আৰ সাজিব না, বিলাতি আহাৰ, বিলাতি আচাৰ ত্যাজিত কৰিছ….” গীতটোৰ চয়িতা কোন?
উত্তৰ : মুকুন্দ দাস ৷
প্রশ্ন ৪৪। কাব নেতৃত্বত ‘ছাত্র সংসদ’ গঠন হৈছিল ?
উত্তৰ : সুবেন্দ্র নাথ বন্দ্যোপাধ্যায় ৷
প্রশ্ন ৪৫। বংগবাসীক সাম্প্রদায়িক ঐক্য বজাই ৰাখিবলৈ কোনে আহ্বান জনাইছিল ?

উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰে ।
প্রশ্ন ৪৬। উত্তৰ কলিকতাৰ ৰাজাবজাৰত কেতিয়া বিশাল জনসভা হৈছিল?

উত্তৰ : ১৯০৫ চনৰ ২৩ ছেপ্টেম্বৰত।

প্রশ্ন ৪৭। বংগ ভংগ কাৰ্যকৰী হোৱাৰ দিনা কাৰ প্ৰস্তাৱ মৰ্মে বংগদেশৰ প্ৰত্যেক ঘৰ মানুহে সেইদিনা ৰান্ধনী ঘৰত পাক বন্ধ কৰিছিল ?
উত্তৰ : ৰমেন্দ্ৰ সুন্দৰ ত্রিবেদীৰ প্ৰস্তাৱ মৰ্মে।
প্রশ্ন ৪৮। ‘বাঙালিৰ প্ৰাণ, বাঙালিব মন, এক হওক হে ভগৱান….” গীতটিৰ ৰচয়িতা কোন ?
উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ ।
প্রশ্ন ৪৯। কিমান চনত আৰু ক’ত বংগ ভংগৰ বিৰুদ্ধে হৰতাল পালন কৰা হয় ?

উত্তৰ : ১৯০৫ চনৰ ১৬ অক্টোবৰত কলিকতাত ।

প্রশ্ন ৫০। বংগ ভূমিৰ একতা আৰু ঐতিহ্যৰ প্ৰতীক হিচাপে কোনে ‘ফেডাৰেল হল’ৰ আধাৰশিলা স্থাপন কৰিছিল ?
উত্তৰ : আনন্দ মোহন বসুৱে ।
প্রশ্ন ৫১। আনন্দ মোহন বসু কোন?
উত্তৰ : কংগ্ৰেছৰ চতুৰ্দশ মাদ্রাজ অধিৱেশন, ১৮৯৮ চনৰ সভাপতি।
প্রশ্ন ৫২। বন্দে মাতৰম বোলা গীতটিৰ ৰচক কোন আছিল? [HSLC. 11, 14] উত্তৰ: বংকিমচন্দ্ৰ চেটার্জী।
প্রশ্ন ৫৩। বৰ্জনৰ অৰ্থ স্বদেশীকতা আৰু স্বদেশীকতাৰ সমাৰ্থ হ’ল ইংৰাজৰ লগত সৰ্বতোপ্ৰকাৰে অসহযোগিতা কৰা।” কথাষাৰ কাৰ ।
উত্তৰ : অৰবিন্দ ঘোষ
প্রশ্ন ৫৪। স্বদেশী আন্দোলনৰ কেন্দ্ৰভূমি কি আছিল ?
উত্তৰ ঃ অবিভক্ত বংগদেশ ।
প্রশ্ন ৫৫। স্বদেশী আন্দোলনৰ সময়ত দুখন সংবাদ পত্ৰ আৰু তাৰ সম্পাদকৰ নাম লিখা । উত্তৰঃ (ক) বেংগলী—সুৰেন্দ্ৰ নাথ বন্দোপধ্যায়; (খ) যোগান্তৰ – ভূপেন্দ্ৰনাথ দত্ত । প্রশ্ন ৫৬। স্বদেশী আন্দোলনৰ সময়ত অবৈধভাৱে ঘোষিত কৰা কেইখনমান বাতৰি কাকতৰ নাম লিখা ।
উত্তৰ : ‘যুগান্তৰ’, ‘বন্দে মাতৰম’, ‘সন্ধ্যা’।
প্রশ্ন ৫৭। স্বদেশী আন্দোলনৰ সময়ত ৰচিত ‘বংগলক্ষ্মী ব্ৰতকথা’ গ্ৰন্থখনৰ গ্ৰন্থকাৰ কোন আছিল ?
উত্তৰ : ৰামেন্দ্ৰসুন্দৰ ত্রিবেদী।
প্রশ্ন ৫৮। স্বদেশী আন্দোলনৰ সময়ত ৰচিত ‘নব্য ভাৰত’ গ্ৰন্থৰ গ্ৰন্থকাৰ কোন আছিল ? উত্তৰ : কার্তিক চন্দ্ৰ দাশগুপ্ত ।
প্রশ্ন ৫৯। ‘জয় সংগীত’ নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল ?
উত্তৰ : প্ৰমথ নাথ ৰায়চৌধুৰীয়ে ।
প্রশ্ন ৬০। স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে কেইটা গীত ৰচনা কৰিছিল ?
উত্তৰ : ২৩ টা ।

প্রশ্ন ৬১। আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালবাসি’ গীতটোৰ ৰচয়িতা

উত্তৰঃ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ
প্রশ্ন ৬২। স্বাধীন বংগদেশৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে কোনটো গীতে মর্যাদা লাভ কৰিছিল ?
উত্তৰ : ‘আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালবাসি’ গীতটিয়ে ১৯৭২ চনত।

প্রশ্ন ৬৩। “ভাই ভাই এক ঠাই” প্রবন্ধখনৰ বচয়িতা কোন? উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ ।
প্রশ্ন ৬৪। কাৰ প্ৰচেষ্টাত ‘বংগীয় কলা সংসর্গ’ নামে জাতীয় অনুষ্ঠানটো গঢ় লৈ উঠিছিল?
উত্তৰ : অবনীন্দ্রনাথ ঠাকুৰ। (১৯০৭ চনত)
প্রশ্ন ৬৫। ‘বংগ মাতা’ ছবিখনৰ চিত্ৰকৰ কোন ?

উত্তৰ ঃ অবনীন্দ্রনাথ ঠাকুৰ ৷
প্রশ্ন ৬৬। কোনে ‘বংগ মাতা’ ক ‘ভাৰত মাতা’ব ৰূপ প্ৰদান কৰিছিল।
উত্তৰ : ভগিনী নিবেদিতা। (১৯০৭ চনত)
প্রশ্ন ৬৭। ‘ভাৰতী’ নামৰ পত্ৰিকাখনৰ সম্পাদক কোন ?
উত্তৰ : সৰলা দেৱী চৌধুৰীনী।
প্রশ্ন ৬৮। আৰ ডব্লিউ কার্লাইল কোন আছিল ?
উত্তৰ : বংগ প্ৰদেশৰ চৰকাৰৰ মুখ্য সচিব।
প্রশ্ন ৬৯। এণ্টি-চাকুলাৰ ছ’চাইটি ক’ত গঠন হৈছিল ?
· উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ পটলডাঙা মল্লিকবাৰীত গঠন হৈছিল। (১৯০৫ চনৰ ৪ নৱেম্বৰ)
প্রশ্ন ৭০। ‘বংগ জাতীয় বিদ্যালয়’ নামৰ জাতীয় শিক্ষানুষ্ঠানটো কোনে প্রতিষ্ঠা কৰে?
উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰে ১৯০৫ চনৰ ৬ আগষ্ট তাৰিখে ৷
প্রশ্ন ৭১। ‘জাতীয় শিক্ষা পৰিষদ’ কোনে আৰু কেতিয়া গঠন কৰিছিল ? উত্তৰ : ৰাসবিহাৰী বসুৰ চেষ্টাত ১৯০৬ চনৰ ১১ মাৰ্চ তাৰিখে
প্রশ্ন ৭২ । কিমান চনত আৰু ক’ত ‘জাতীয় শিল্প পৰিষদ’ নামৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠানটো গঠন হয়?
উত্তৰ : ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১৯০৬ চনৰ ১১ মাৰ্চত

প্রশ্ন ৭৩। কিমান চনত বংগ জাতীয় মহাবিদ্যালয়ক জাতীয় বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হয় ?
উত্তৰ : ১৯০৬ চনৰ ১২ ডিচেম্বৰত।

প্রশ্ন ৭৪। কিমান চনত আৰু ক’ত ‘জাতীয় শিক্ষা পৰিষদ’ গঠন কৰা হৈছিল ?

উত্তৰ ঃ ১৯০৬ চনৰ ১৫ আগষ্টত, কলিকতাত ।
প্রশ্ন ৭৫। স্বদেশী আন্দোলনৰ অগ্ৰণী ভূমিকা লোৱা এগৰাকী নাৰীৰ নাম লিখা ।

উত্তৰ : সৰলা দেৱী চৌধুৰীণী।

প্রশ্ন ৭৬। বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্য আৰু বিপজ্জন
কোনখন কাকতত প্ৰকাশ পাইছিল?
উত্তৰ : ডেইলী টেলিগ্রাফ।
প্রশ্ন ৭৭। কিমান তাৰিখে আৰ চি দত্তৰ পৌৰোহিত্যত বাৰানসীত অনুষ্ঠি ‘ভাৰতীয় উদ্যোগ সন্মিলন ও স্বদেশী উদ্যোগসমূহ সক্ৰিয় হৈ উঠিছিল? প্রশ্ন ৭৮। লর্ড মিন্টো কোন আছিল ?
উত্তৰ : ব্ৰিটিছ ভাৰতবৰ্ষৰ এজন ভাইচৰয় আছিল। প্রশ্ন ৭৯। উইলিয়াম আকবৰ্ডৰ কোন আছিল? উত্তৰ : আলীগড় কলেজৰ অধ্যক্ষ।
[HSLC-2013]
প্রশ্ন ৮০। কোনটো ৰাজনৈতিক সংগঠন গঢ়ি তোলাত লর্ড মিন্টোৰে মুছলমানসকলা
সহায় কৰিছিল ?
উত্তৰ : মুছলিম লীগ সংগঠন।
প্রশ্ন ৮১। জন মার্লি কোন আছিল?
উত্তৰ : ভাৰতৰ পৰিক্ৰমা মন্ত্রী।
প্রশ্ন ৮২। কাৰ নেতৃত্বত ১৯০৬ চনৰ ১ অক্টোবৰত এটি মুছলমান সঁজাতি দলে ছিমলাত ভাইচৰয় লর্ড মিন্টোৰ লগত গোপন আলোচনাত মিলিত হৈছিল? উত্তৰ ঃ কর্ণেল ডানলপ স্মিথৰ নেতৃত্বত ।
প্রশ্ন ৮৩। কিমান চনত ছলিমউল্লাৰ মৃত্যু হৈছিল?
উত্তৰ : ১৯১৫ চনত ।
প্রশ্ন ৮৪। ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা ‘নাইটহুড’ উপাধি কোনজন ভাৰতীয় নেতাই ঘূৰাই দিছিল ?
উত্তৰ : গোপাল কৃষ্ণ গোখলেই।

Leave a Reply

Your email address will not be published. Required fields are marked *