অখণ্ড সংখ্যাৰ সমাধান । Class 6 Mathematics।Chapter 6 Exercise – 6(B)। শংকৰদেৱ শিশু নিকেটন। অনুশীলনী – 6(B)
অনুশীলনী – 6(B)
1. সংখ্যাৰেখা ব্যৱহাৰ কৰি তলৰ অখণ্ড সংখ্যাবোৰ যোগ কৰা।
(i) 7+ (-3)
(ii) -7 +3
(iii) -3 + 4
(iv) -7 + (-3)
(v) 2 + 5
(vi) -6 + (-2)+3
(vii) – 2 + 5 + (−3)
(viii) -4+ (-2) + (-3)
2. পৰম মানৰ সহায়ত যোগ কৰা।
(i) -14+ (-20)
(ii) -3 + 7
(iii) – 15 + (35)
(iv) -40 + 5
(v) – 15 + (−20) + 30
(vi) −17 + (−17) + 34
(vii) -15 + 8 + (-9) + (-4)
3. যোগফল উলিওৱা :
(i) – 218 আৰু – 103
(ii) – 504 আৰু 307
(iii) 305 আৰু – 109
(iv) – 180 আৰু 180
(v) –212, 40 আৰু –35
(vi) – 74, –68 আৰু –39 23
(vii) 104, – 57 আৰু 64
(viii) 54, 47, – 35 আৰু
4. তলৰ অখণ্ড সংখ্যাবোৰৰ যোগাত্মক বিপৰীত লিখা :
(i) 18
(ii) -20
(iii),-25
(iv),12
(v) 0
(vi) -5
(vii) -200
(viii) 300
5. শুদ্ধ নে অশুদ্ধ লিখা :
i) 4 + (-7) = (-7) + 4
(ii) (-5) + (- 6) = 5 +, 6.
(iii) 13 + 13 = 0
(iv) (-5) + 0 = 5
(v) এটা ধনাত্মক অখণ্ড সংখ্যা আৰু এটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফল সদায়ে ধনাত্মক
(vi) – 30 ৰ যোগাত্মক বিপৰীত – 30
(vii) দুটা ঋণাত্মক অখণ্ড সংখ্যাৰ যোগফলো ঋণাত্মক ।
(viii) দুটা অখণ্ড সংখ্যাৰ যোগফল শূন্য হ’ব নোৱাৰে।
1.