Class 8 Maths Solution। Sankardev Sishu Niketan । Chapter 8 । পৰিমাণৰ তুলনা ।অনুশীলনী – 8(D)

অনুশীলনী – 8(D)

1. সবৃদ্ধিমূল আৰু চক্রবৃদ্ধি সুত নিৰ্ণয় কৰা—

(i) 25000 টকাৰ বছৰি 10% হাৰ সুতত 2 বছৰৰ ৷

Solution:- দিয়া আছে,

মূলধন = 25000 , সুতৰ হাৰ = 10% , সময় = 2 বছৰ

আমি জানো যে,

\(A = P(1+ \frac{r}{100})^n\)

\(A = 25000(1+ \frac{10}{100})^2\)

\(A = 25000(\frac{100+10}{100})^2\)

\(A = 25000(\frac{110}{100})^2\)

\(A = 25000× \frac{110}{100}× \frac{110}{100}\)

\(A = 250× 11× 11=30250\)

চক্রবৃদ্ধি = 30250 – 25000 = 5250 টকা

(ii) 20000 টকাৰ বছৰি 11% হাৰ সুতত 2 বছৰৰ ৷

Solution:- দিয়া আছে,

মূলধন = 20000 , সুতৰ হাৰ = 11% , সময় = 2 বছৰ

আমি জানো যে,

\(A = P(1+ \frac{r}{100})^n\)

\(A = 25000(1+ \frac{11}{100})^2\)

\(A = 20000(\frac{100+11}{100})^2\)

\(A = 20000(\frac{111}{100})^2\)

\(A = 20000× \frac{111}{100}× \frac{111}{100}\)

\(A = 2× 111× 111= 24642\)

চক্রবৃদ্ধি = 24642 – 20000 = 4642 টকা

(iii) 50000 টকাৰ বছৰি 15% হাৰ সুতত 3 বছৰৰ।

Solution:- দিয়া আছে,

মূলধন = 50000 , সুতৰ হাৰ = 15% , সময় = 3 বছৰ

আমি জানো যে,

\(A = P(1+ \frac{r}{100})^n\)

\(A = 50000(1+ \frac{15}{100})^3\)

\(A = 50000(\frac{100+15}{100})^3\)

\(A = 50000(\frac{115}{100})^3\)

\(A = 50000× \frac{115}{100}× \frac{115}{100}× \frac{115}{100}\)

\(A = 5 × 115× 115× \frac{115}{100}= 76043.75\)

চক্রবৃদ্ধি = 76043.75 – 50000 = 26043.75 টকা

(iv) 15000 টকাৰ বছৰি 20% হাৰে প্ৰতি ছমাহে সুত হিচাপ কৰিলে \(1\frac{1}{2}\)বছৰৰ।

Solution:- দিয়া আছে,

মূলধন = 15000, সুতৰ হাৰ = 20% = 10% , n = 3

আমি জানো যে,

\(A = P(1+ \frac{r}{100})^n\)

\(A = 15000(1+ \frac{10}{100})^3\)

\(A = 15000(\frac{100+10}{100})^3\)

\(A = 15000(\frac{110}{100})^3\)

\(A = 15000× \frac{110}{100}× \frac{110}{100}× \frac{110}{100}\)

\(A = 15 × 11× 11× 11= 19965\)

চক্রবৃদ্ধি = 19965 – 15000 = 4965 টকা

(v) 20000 টকাৰ বছৰি ৪% হাৰে প্ৰতি ছমাহে সুত হিচাপ কৰি 1 বছৰৰ ৷

Solution:- দিয়া আছে,

মূলধন = 20000 , সুতৰ হাৰ = 8% = 4% , n = 2

আমি জানো যে,

\(A = P(1+ \frac{r}{100})^n\)

\(A = 20000(1+ \frac{4}{100})^2\)

\(A = 20000(\frac{100+4}{100})^2\)

\(A = 20000(\frac{104}{100})^2\)

\(A = 20000× \frac{104}{100}× \frac{104}{100}\)

\(A = 2 × 104× 104 = 21,632\)

চক্রবৃদ্ধি = 21,632 – 20000 = 1632 টকা

(vi) 45000 টকাৰ বছৰি 16% হাৰে প্ৰতি তিনিমাহে সুত গণনা কৰি 9 মাহৰ ৷

Solution:- দিয়া আছে,

মূলধন = 45000 , সুতৰ হাৰ = 16% = 4% , n = 4

আমি জানো যে,

\(A = P(1+ \frac{r}{100})^n\)

\(A = 45000(1+ \frac{4}{100})^4\)

\(A = 45000(\frac{100+4}{100})^4\)

\(A = 45000(\frac{104}{100})^4\)

\(A = 45000× \frac{104}{100}× \frac{104}{100}× \frac{104}{100}× \frac{104}{100}\)

\(A = 9 × 26× 52× \frac{52}{25} × \frac{52}{25}= \frac{3,29,02,272}{625}\) = 52,643.63

চক্রবৃদ্ধি = 52,643.63- 45000 = 7643.63 টকা

(vii) 8000 টকাৰ বছৰি 12% হাৰে প্ৰতি তিনিমাহে সুত গণনা কৰি 1 বছৰৰ।

Solution:- দিয়া আছে,

মূলধন = 8000 , সুতৰ হাৰ = 12% = 3%, n = 4

আমি জানো যে,

\(A = P(1+ \frac{r}{100})^n\)

\(A = 8000(1+ \frac{3}{100})^4\)

\(A = 8000(\frac{100+3}{100})^4\)

\(A = 8000(\frac{103}{100})^4\)

\(A = 8000× \frac{103}{100}× \frac{103}{100}× \frac{103}{100}× \frac{103}{100}\)

\(A =  103× \frac{103}{5}× \frac{103}{25}× \frac{103}{100}\)

\(A =  \frac{11,25,50,881}{12500} = 9004.07\)

চক্রবৃদ্ধি = 9004.07- 8000 = 1004.07 টকা

2. বছৰি ৪% হাৰে চক্রবৃদ্ধি সুতত 1 বছৰ 3 মাহৰ বাবে 10,000 টকা ধাৰ ল’লে চক্রবৃদ্ধি সুত নির্ণয় কৰা ।

Solution:-

দিয়া আছে.

মূলধন = 10000 টকা , সুতৰ হাৰ = 8% , সময় = 1 বছৰ 3 মাহ

\(A = P(1+ \frac{r}{100})^1×(1+\frac{\frac{1}{4}r}{100})\)

\(A = 10000(1+ \frac{8}{100})^1×(1+\frac{\frac{1}{4}×8}{100})\)

\(A = 10000(\frac{108}{100})^1×(1+\frac{2}{100})\)

\(A = 10000(\frac{108}{100})^1×(\frac{100 + 2}{100})\)

\(A = 10000×\frac{108}{100}×\frac{102}{100}\)

A = 102 × 108 = 11016 টকা

3. বছৰি 15% হাৰ চক্রবৃদ্ধি সুতত 26400 টকাৰ 2 বছৰ 4 মাহৰ পিছত সবৃদ্ধিমূল আৰু চক্রবৃদ্ধি সুত নিৰ্ণয় কৰা।

Solution:-

দিয়া আছে.

মূলধন = 26400 টকা , সুতৰ হাৰ = 15% , সময় = 2 বছৰ 4 মাহ

\(A = P(1+ \frac{r}{100})^1×(1+\frac{\frac{1}{3}r}{100})\)

\(A = 26400(1+ \frac{15}{100})^2×(1+\frac{\frac{1}{3}×15}{100})\)

\(A = 26400×(\frac{115}{100})^2×(1+\frac{\frac{1}{3}×15}{100})\)

\(A = 26400×\frac{115}{100}×\frac{115}{100}\)×\((1+ \frac{5}{100})\)

\(A = 26400×\frac{115}{100}×\frac{1115}{100}×\frac{105}{100}\)

\(A = 264×115×\frac{115}{100}×\frac{105}{100}\)

\(A = 264×115×\frac{23}{20}×\frac{23}{20}\)

\(A = 66×23×23×\frac{23}{20}\)

\(A = \frac{8,03,022}{20}\) = 40,151.1

চক্রবৃদ্ধি সুত = 40151.1 – 26400 = 13751.1 টকা

4. এজন মানুহে শতকৰা বছৰি 5% চক্রবৃদ্ধি সুতত ৪০০০ টকা খটালে। তেন্তে —

(i) দ্বিতীয় বছৰৰ শেষত (সুতে-মূলে কিমান টকা ঘূৰাই পাব।

(ii) তৃতীয় বছৰৰ বাবে সুত কিমান হ’ব

Solution:- (i)

দিয়া আছে,

মূলধন = 8000 , সুতৰ হাৰ = 5% , n = 2

আমি জানো যে,

\(A = P(1+ \frac{r}{100})^n\)

\(A = 8000(1+ \frac{5}{100})^2\)

\(A = 8000(\frac{100+5}{100})^2\)

\(A = 8000(\frac{105}{100})^2\)

\(A = 8000× \frac{105}{100}× \frac{105}{100}\)

\(A = 4× 105 × 21 = 8820\)

চক্রবৃদ্ধি = 8820 – 8000 = 820 টকা

(ii) দিয়া আছে,

মূলধন = 8000 , সুতৰ হাৰ = 5% , n = 3

আমি জানো যে,

\(A = P(1+ \frac{r}{100})^n\)

\(A = 8000(1+ \frac{5}{100})^3\)

\(A = 8000(\frac{100+5}{100})^3\)

\(A = 8000(\frac{105}{100})^3\)

\(A = 8000× \frac{105}{100}× \frac{105}{100}× \frac{105}{100}\)

\(A = 21 × 21 × 21 = 9261\)

চক্রবৃদ্ধি = 9261 – 8000 = 1261 টকা

তৃতীয় বছৰৰ বাবে সুত = 1261 – 820 = 441 টকা

5. এজন মানুহে বছৰি ৪% হাৰে সৰল সুতত 30,000 টকা ধাৰ কৰি সেই টকা বছৰি 10% হাৰে চক্ৰবৃদ্ধি সুতত বেংকত জমা ৰাখিলে। মানুহজনে 3 বছৰ পিছত কিমান টকা লাভ কৰিব?

Leave a Reply

Your email address will not be published. Required fields are marked *