Class 6 Maths। Sankardev Sishu Niketan। Chapter 6 । অখণ্ড সংখ্যা সমাধান । 2024 -2025
অনুশীলনী – 6(A)
- ‘ + ‘ বা ‘ ব্যৱহাৰ কৰি প্ৰকাশ কৰা :
লাভ, জমা, জয়, সোঁহাত, সাগৰ পৃষ্ঠৰ ওপৰ, 0°C ৰ ওপৰ আদিৰ ক্ষেত্ৰত ‘+’ চিন ব্যবহাৰ কৰিবা। আনহাতে লোচান, খৰচ, পৰাজয়, বাওঁহাত, সাগৰ পৃষ্ঠৰ তল, 0°C ব তল আদিৰ ক্ষেত্ৰত ‘-‘ চিন ব্যৱহাৰ কৰিবা ।

2. সংখ্যাৰেখাৰ () চিনটোৱে কি কি সংখ্যা নিৰ্দেশ কৰিব লিখা ।

Ans:-
(i) -3 , 0 , 4
(ii) -20 , 20 ,
(iii) -200 , -50 , 200
3. তলৰ সংখ্যাবোৰ সংখ্যাৰেখাত প্ৰকাশ কৰা —
(i) +4, -3, 0, +2
(ii) –4 আৰু 4
(iii) -10, 10, -20, 20,
(iv) 7
(v) -6
4.তলত দিয়া সংখ্যাবোৰৰ বিপৰীত সংখ্যাবোৰ লিখা ।
(i)- 80 ৰ বিপৰীত
Ans:- – 80 ৰ বিপৰীত + 80
(ii)– 10 ৰ বিপৰীত
Ans:- – 10 ৰ বিপৰীত + 10
(iii) 5 ৰ বিপৰীত
Ans:- 5 ৰ বিপৰীত -5
(iv) +9 ৰ বিপৰীত
Ans:- +9 ৰ বিপৰীত – 9
(v) – 9 ৰ বিপৰীত
Ans:- – 9 ৰ বিপৰীত + 9
(vi) – 35 ৰ বিপৰীত
Ans:- – 35 ৰ বিপৰীত + 35
5.তলত দিয়া সংখ্যাবোৰৰ পৰা বিপৰীত সংখ্যাবোৰ বাছি উলিওৱা ।
-16 , +8, -4, +3, -8, +4, -3, +16, +5, -5
Ans:-
(i)- 16 ৰ বিপৰীত +!6
(ii) + 8 ৰ বিপৰীত -8
(iii) -4 ৰ বিপৰীত + 4
(iv) +3 ৰ বিপৰীত -3
(v) + 5 ৰ বিপৰীত -5
6. > আৰু <.চিন ব্যৱহাৰ কৰি সংখ্যাবোৰ তুলনা কৰা ।

7. সংখ্যাবোৰ ঊর্ধক্ৰমত সজোৱা—
(i) -7, 7, 0, -10, -3, -2, 6, 9
Ans:- -10 < -7 <-3 < -2 < 0 < 6 <7 < 9
(ii) 2, -2, 3, -3, 7, -7, 0.
Ans:- -7 < -3 < -2 < 0 < 2 < 3 < 7
(iii) -20, – 30, 50, 100, -200, 70
Ans:- – 200 < – 30 < – 20 < 50 < 70 < 100
৪. তলত দিয়া প্ৰতিযোৰ সংখ্যাৰ কোনটো সংখ্যা সংখ্যাৰেখাত আনটো সংখ্যাৰ সোঁফালে আছে?
(i) 6, 9
Ans:- 9 টো 6 ৰ সোঁফালে আছে
(ii) -5, -7
Ans:- -5 টো -7 ৰ সোঁফালে আছে
(iii) – 7, 0
Ans:- 0 টো -7 ৰ সোঁফালে আছে
(iv) -7, 7
Ans:- 7 টো -7 ৰ সোঁফালে আছে
(v) -4, 2
Ans:- 2 টো -4 ৰ সোঁফালে আছে
(vi) -3, -20
Ans:- -3 টো -20 ৰ সোঁফালে আছে
9. তলৰ কোনটো উষ্ণতা কম-
(i) -4°C, -10°C, -15°C
Ans:- -15°C
(ii) 7°C, -7°C , 0°C
Ans:- -7°C
(iii) – 2°C , – 1°C , 0°C , 3°C
Ans:- – 2°C
10. তলত দিয়া সংখ্যাযোৰৰ ভিতৰত থকা আটাইবোৰ অখণ্ড সংখ্যা লিখা।
(i) 0 আৰু 7
Ans:- 1,2,3,4,5,6
(ii) – 7 আৰু 7
Ans:- -6,-5,-4,-3,-2,-1,0,1,2,3,4,5,6
(iv) 0 আৰু – 9
Ans:- -1,-2,-3,-4,-5,-6,-7,-8
(v) – 5 আৰু 4
Ans:- -4,-3,-2,-1,0,1,2,3
11. (a) – 10 তকৈ ডাঙৰ 5 টা অখণ্ড সংখ্যা লিখা ।
Ans:- -9,-8,-7,-6,-5,,-4
(b) -12 তকৈ ডাঙৰ 5 টা ঋণাত্মক অখণ্ড সংখ্যা লিখা।
Ans:- -11,-10,-9,-8,-7
(c) −12 তকৈ ডাঙৰ 5 টা ধনাত্মক অখণ্ড সংখ্যা লিখা।
Ans:- 1,2,3,4,5
(d) −10 তকৈ সৰু 5 টা অখণ্ড সংখ্যা লিখা।
Ans:- -11,-12,-13,-14,-15
12. সংখ্যাৰেখা প্ৰয়োগ কৰি উত্তৰ লিখা :
(a) 0 ৰ বাওঁফালে থকা অখণ্ড সংখ্যাটো লিখা।
Ans:- -1
(b) –4 ৰ বাওঁফালে আৰু সোঁফালে থকা অখণ্ড সংখ্যা দুটা লিখা ।
Ans:- -5 আৰু -3
(c) -7 তকৈ 3 কম অখণ্ড সংখ্যাটো লিখা ।
Ans:- -10
(d) – 2 তকৈ 5 ডাঙৰ অখণ্ড সংখ্যাটো লিখা ।
Ans:- 3
(e) –6 তকৈ 7 কম আৰু 7 বেছি অখণ্ড সংখ্যা দুটা লিখা
Ans:- -13 আৰু 1
(f) 3 ৰ পৰা বাওঁফালে 7 টা সংখ্যা আগুৱাই গ’লে কি সংখ্যা পোৱা যাব?
Ans:- -4
13) এডাল সংখ্যাৰেখা আঁকা। সংখ্যাৰেখাৰ -7 ক চিহ্নিত কৰা। –14 সংখ্যাটো পাবলৈ কোনটো দিশত কিমান আগুৱাই যাব লাগিব।
14. পৰম মানবোৰ লিখা
(i) | 8| = 8
(ii) | 0 | = 0
(iii) | -3 | = 3
(iv) | -41 | = 41
(v) | -75 | = 75
(vi) | 100 | = 100