আজি মাঘ বিহু, মাঘ বিহুৰ দিনটো কেনে যাব আপোনাৰ? কোন ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য হ’ব উদয়? চাওক মেষ ৰাশিৰ পৰা মীন ৰাশিলৈ ১৪ জানুৱাৰীৰ ৰাশিফল

01

আজি ১৩ জানুৱাৰী, ভোগালী বিহুৰ উৰুকা। পুৱাৰে পৰা ভোগালী বিহুৰ উৰুকাক লৈ পাৰাপাৰহীন ব্যস্তুতা প্ৰতিগৰাকীৰ অসমীয়াৰ মাজত। উৰুকাৰ দিনটো কেনে যাব আপোনাৰ? জ্যোতিষ এনেকুৱা এটা বিজ্ঞান, যিয়ে মহাকাশৰ সূৰ্য, চন্দ্ৰ, মংগল, বুধ আদি গ্ৰহৰ ভিত্তিত ভৱিষ্যতৰ বিষয়ে জানিবলৈ চেষ্টা কৰে। দিনটোৰ আৰম্ভণিতে চাই লওক আপোনাৰ ১৩ জানুৱাৰীৰ ৰাশিফল।

source

Leave a Reply

Your email address will not be published. Required fields are marked *