ইতিহাস অধ্য়ায় – ২ । মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম । class10 Social science in Assamese medium
অনুশীলনী প্ৰশ্নোত্তৰ অতি চমু প্রশ্নোত্তৰ প্রশ্ন ১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ? উত্তৰ : ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত মহাত্মা গান্ধীৰ জন্ম হৈছিল । প্রশ্ন ২।…