CLASS 9। SOCIAL SCIENCE । QUESTION ANSWERS। IN ASSMAESE MEDIUM । ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন । OF CHAPTER 1 । HISTORY PART । SANKARDEV SOCIAL SCIENCE । SEBA BOARD।
ভাৰতবৰ্ষলৈ ইউৰীপীয়সকলৰ আগমন অতি চমু প্ৰশ্ন উত্তৰ : প্ৰশ্ন:- ১/ ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আবিষ্কাৰ কৰা প্ৰথম পতুৰ্গীজ নাৱিজন কোন ? তেওঁ কেতিয়া আৰু ভাৰতৰ ক‘ত পোন প্ৰথমে উপস্থিত হৈছিল ? উত্তৰ :- প্ৰথম পতুৰ্গীজ নাৱিকজন হ‘ল ভাস্ক‘-ডা–গামাই । তেওঁ ১৪৯৮ খ্ৰীষ্টাব্দত দক্ষিণ ভাৰতৰ কালিকট বন্দৰত পোন প্ৰথমে উপস্থিত হৈছিল। প্ৰশ্ন:- ২/ জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজী নাৱিকজন কোন আছিল ? উত্তৰঃ– ফান্সিছ ড্ৰেক । প্ৰশ্ন :- ৩/ ভাৰত ভূমিত পোন প্ৰথমে কোন ইংৰাজ নাৱিকে অনুমতিপত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল ?…