বিদ্যুৎ Class 10। General Science। Chapter 10। Electricity Question Answer । বিদ্যুৎ সাধাৰণ বিঞ্জান প্ৰশ্নোত্তৰ
পাঠভিত্তিক প্রশ্নোত্তৰ (page no. 200) 1. এটা বৈদ্যুতিক বর্তনী বুলিলে কি বুজা? Ans. বৈদ্যুতিক বৰ্তনী হৈছে বিভিন্ন বৈদ্যুতিক সজুলিৰ এক বৈদ্যুতিক সংযোগ যেনে : 1) কোষ 2)ছাবি 3) বৈদ্যুতিক তাৰ …