SVN Class 8 Maths
Exercise 8(A)
1. তলৰ তালিকাখন পূৰ কৰা :

সমাধানঃ-


3. 15,000 টকাৰ আলমাৰি এটা 14,400 টকাত বিক্ৰী কৰিলে। ৰেহাইৰ পৰিমাণ নির্ণয় কৰা। ৰেহাইৰ শতকৰা হাব নির্ণয় কৰা ।

4. এটা ঘড়ীত 5% বেহাই দি 950 টকাত বিক্ৰী কৰিলে। ঘড়ীটোৰ চিহ্নিত মূল্য আৰু ৰেহাইৰ পৰিমাণ নিৰ্ণয় কৰা ।

5. 4200 টকা মূল্যৰ বস্তু এটাত 20% বাট্টা ঘোষণা কৰা আছে। পিছত পুনৰ 5% বাট্টা ঘোষণা কৰা হ’ল।বস্তুটোৰ বিক্ৰীমূল্য নিৰ্ণয় কৰা।

6. দুখন দোকানত এটা বস্তুৰ বাট্টা এনেধৰণৰ— প্ৰথমখনত 20%, 15%, 15% আৰু দ্বিতীয়খন দোকানত 50%। কোনখন দোকানত বস্তুবিধ কিনিলে গ্রাহক এজনৰ লাভ হ’ব?


7. 20% আৰু 10% বাট্টাৰ সমতুল্য বাট্টা নিৰ্ণয় কৰা।

৪. এটা বস্তু ৪৪০ টকাত কিনি আনি 12% বাট্টা দি বিক্ৰী কৰাৰ পিছত দোকানীজনৰ 25% লাভ হ’ল।বস্তুটোৰ চিহ্নিত মূল্য নিৰ্ণয় কৰা।


9. দোকানী এজনে 75,000 টকা মূল্যৰ চাৰ্ট আৰু 1,00,000 টকা মূল্যৰ পেণ্ট কিনি আনি চাৰ্টত 20% আৰু পেণ্টত 25% লাভ কৰিম বুলি দামৰ তালিকা প্রস্তুত কৰিলে। পিছত প্ৰতিবিধ বস্তুতে 10% ৰেহাই দি বিক্ৰী কৰিলে। দোকানীজনৰ মুঠ লাভ আৰু লাভৰ শতকৰা হাৰ নিৰ্ণয় কৰা।


10. 10% আৰু 20% ৰেহাই মূল্যত 16,000 টকাৰ ফ্রিজ এটা কিনি আনি কিমান দামত বিক্ৰী কৰিলে 15% লাভ হ’ব?

11. এটা বস্তু 10% ৰেহাইত বিক্ৰী কৰিলে 10% লাভ হয়। বস্তুটো 15% ৰেহাইত বিক্ৰী কৰিলে কিমান

