অনুশীলনী 1(A) – Class 8 Assamese
1. সত্য নে অসত্য লিখা
a) স্বাভাৱিক সংখ্যা থুপটো অখণ্ড সংখ্যাৰ অন্তৰ্গত।উ: সত্য
b) স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ থুপ দুটা লগ হৈ অখণ্ড সংখ্যাৰ থুপটো গঠন হৈছে।উ: অসত্য
c) সকলো অখণ্ড সংখ্যাই পৰিমেয়।উ: সত্য
d) সকলো ঋণাত্মক অখণ্ড সংখ্যা শূণ্যতকৈ সৰু।উ: সত্য
e) দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্যা পৰিমেয় সংখ্যা পোয়া যায়।উ: সত্য
2. যোগ কৰা
(i) \( -\frac{2}{3} + \left[\frac{3}{5} + \left(-\frac{5}{6}\right) \right] \)
\( = -\frac{2}{3} + \left[\frac{3}{5} – \frac{5}{6} \right] \)
\( = -\frac{2}{3} + \frac{-7}{30} = \frac{-27}{30} = \frac{-9}{10} \)
\( = -\frac{2}{3} + \frac{-7}{30} = \frac{-27}{30} = \frac{-9}{10} \)
(ii) \( \frac{7}{3} – \frac{1}{12} – \left(-\frac{3}{4} \right) + 7 \)
\( = \frac{7}{3} – \frac{1}{12} + \frac{3}{4} + 7 \)
\( = \frac{28}{12} – \frac{1}{12} + \frac{9}{12} + \frac{84}{12} \)
\( = \frac{120}{12} = 10 \)
\( = \frac{28}{12} – \frac{1}{12} + \frac{9}{12} + \frac{84}{12} \)
\( = \frac{120}{12} = 10 \)
৪. তালিকা সম্পূৰ্ণ কৰা
সংখ্যা প্ৰণালী | ক্ৰিয়াবিনিময় বিধি | |||
---|---|---|---|---|
যোগ | বিয়োগ | পূৰণ | হৰণ | |
স্বাভাৱিক সংখ্যা | মানি চলে | মানি নচলে | মানি চলে | মানি নচলে |
পূৰ্ণ সংখ্যা | মানি চলে | মানি নচলে | মানি চলে | মানি নচলে |
অখণ্ড সংখ্যা | মানি চলে | মানি নচলে | মানি চলে | মানি নচলে |
পৰিমেয় সংখ্যা | মানি চলে | মানি নচলে | মানি চলে | মানি নচলে |
৫. আদৰ্শ ভগ্নাংশ চিনাক্ত কৰা
\( \frac{3}{7}, \frac{9}{-5}, \frac{-6}{-7}, \frac{-2}{4}, \frac{16}{-24}, \frac{-9}{81}, \frac{-1}{7}, \frac{5}{11} \)
আদৰ্শ ভগ্নাংশ আছে:\( \frac{3}{7}, \frac{-1}{7}, \frac{5}{11} \)
আদৰ্শ ভগ্নাংশ নাই:
\( \frac{9}{-5} = \frac{-9}{5}, \frac{-6}{-7} = \frac{6}{7}, \frac{-2}{4}, \frac{16}{-24} = \frac{-2}{3}, \frac{-9}{81} = \frac{-1}{9} \)