SVN Class 8 Maths বৰ্গ আৰু বৰ্গমূল
Exercise 6 (A)
1.(a) 50 তকৈ সৰু আটাইকেইতা বৰ্গ সংখ্যা লিখা ।
Solution:- 50 তকৈ সৰু আটাইতকৈ বৰ্গ সংখ্যা —– 4,9,16,25,36,49
(b) 1 ৰ পৰা 100 লৈকে কেইটা বৰ্গ সংখ্যা আছে ?
Solution:- 9 টা
2. তলৰ সংখ্যাবোৰৰ বৰ্গ উলিওৱা ——-
(i) 19 (ii) 35 (iii) 76 (iv) 121 (v) – 23 (vi) -113
Solution:- 361 1225 5776 14641 529 12769
4. তলৰ কোনবোৰ সংখ্যা বৰ্গ সংখ্যা নহয়? কাৰণ দৰ্শোৱা।
127, 153, 9216, 9348, 23422
Solution:- নহয় নহয় হয় নহয় নহয়

5. তলৰ কোনবোৰ সংখ্যাৰ বৰ্গ এটা যুগ্ম বা অযগ্ম ।
(i) 129 (ii) 1037 (iii) 2140 (iv) 5678
Solution:- অযুগ্ম অযুগ্ম যুগ্ম যুগ্ম
6. তলৰ সংখ্যাবোৰৰ বৰ্গত কেইটাকৈ শূণ্য থাকিব ?
(i) 110 (ii) 1900 (iii) 21500 (iv) 317000
Solution:- দুটা চাৰিটা চাৰিটা ছয়টা
7.একে ক্ৰমিক নোহোৱা তিনিযোৰ স্বাভাৱিক সংখ্যা লিখা । যাৰ মাজত এটাও বৰ্গ সংখ্যা নাই ।
উওৰঃ- (20, 24) , (37, 43), (87, 94)
8. সত্য, অসত্য লিখা
- এটা ঋাণাত্মক সংখ্যা বৰ্গ সংখ্যা হব পাৰে । Ans:- অসত্য
- এটা মৌলিক সংখ্যা বৰ্গ সংখ্যা হব পাৰে । Ans:- অসত্য
- বৰ্গ সংখ্যাবোৰত যুগ্ম সংখ্যক অংক থাকে । Ans:- অসত্য
- দুটা বৰ্গ সংখ্যাৰ যোগফল এটা বৰ্গ সংখ্যা । Ans:- অসত্য
- দুটা বৰ্গ সংখ্যাৰ বিয়োগফল এটা বৰ্গ সংখ্যা । Ans:- অসত্য
- দুটা বৰ্গ সংখ্যাৰ পূৰণফল এটা বৰ্গ সংখ্যা । Ans:- অসত্য
- এটা সংখ্যাৰ এককৰ স্থানত a থাকিলে ইয়াৰ বৰ্গ সংখ্যাটোৰ একক স্থানত a2 ৰ এককৰ স্থানৰ অংকটো থাকিব । Ans:- সত্য
- এটা বৰ্গ সংখ্যা a2 ৰ এককৰ স্থানত 1 থাকিব যদিহে a ৰ এককৰ স্থানৰ অংকটোত কেৱল 1 থাকে । Ans:- অসত্য
- এটা বৰ্গ সংখ্যা a2 ৰ এককৰ ঘৰত 6 থাকিব যদিহে a ৰ এককৰ স্থানত 6 থাকে । Ans:- অসত্য
- 70 আৰু 99 ৰ মাজত কোনো বৰ্গ সংখ্যা নাই । Ans:- অসত্য
10. 772 আৰু 782 ৰ মাজত কেইটা স্বভাৱিক সংখ্যা আছে ।
সমাধআঃ- 772 আৰু 782 ৰ মাজত থকা স্বভাৱিক সংখ্যা হৈছে = 2×77 = 154
11. উদাহৰণ দি পৰীক্ষা কৰা যে—
(i) a2 + b2 ≠ (a + b)2
Solution:- ধৰো, a = 2 , b = 3
a2 + b2 = 22 + 32
= 4 + 9 = 13
(a + b)2 = (2+ 3)2
= 52 = 25
∴ 13 ≠ 25
(ii) a2 – b2 ≠ (a – b)2
Solution:-
a2 – b2 = 22 – 32
= 4 – 9 = – 5
(a – b)2 = (2 – 3)2
= (-1)2 = 1
∴ -5 ≠ 1
12.(a) 1 ৰ পৰা 500 লৈকে কেইটা বৰ্গ সংখ্যা আছে ?
Ans:- 23 টা
(b) 1 ৰ পৰা 1000 লৈকে কেইটা বৰ্গ সংখ্যা আছে ?
Ans:- 31 টা