Class 10 Social Science Chapter 2 । মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম । MCQ Solution সমাজ বিজ্ঞান

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম 

বিকল্পধর্মী প্রশ্নোত্তৰ

Q.1)______ চনত মিত্রশক্তি জয়যুক্ত হয়।

(ক) ১৬১৫ চনত (খ) ১৯১৮ চনত (গ) ১৮১৮ চনত (ঘ) ১৫১৬ চনত

উত্তৰ : (খ) ১৯১৮ চনত

Q.2) ১৯১৭ চনত ইতিহাসত কোনটো বিপ্লৱ সংঘটিত হৈছিল—

(ক) ফৰাচী বিপ্লৱ (খ) আগষ্ট বিপ্লৱ (গ) ৰুচ বিপ্লৱ     (ঘ) সেউজ বিপ্লৱ

উত্তৰ : (ঘ) ৰুচ বিপ্লৱ ।

Q.3)_______চনত গান্ধজীয়ে ব্যৰিষ্টাৰ উপাধি লৈ ভাৰতবৰ্ষলৈ উভতি আহিছিল।

(ক) ১৬৯১ চনত ( খ) ১৮২০ চনত (গ) ১৮৯১ চনত (ঘ) ১৯৯০ চনত

 উত্তৰ : (গ) ১৮৯১ চনত

Q.4)  ______ গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ নাটাললৈ যায়।

 (ক) ১৯১০ চনত (খ) ১৭২৬ চনত (গ) ১৬২০ চনত (ঘ) ১৮৯৩ চনত

উত্তৰ : (ঘ) ১৮৯৩ চনত

Q.5) সত্যাগ্ৰহৰ ভিত্তি হ’ল—

(ক) অহিংসা         (খ) স্বৰাজ              (গ) সত্য         (ঘ) গ্রাম্য

উত্তৰ : (ক) অহিংসা।

Q.6) সীমান্ত গান্ধী হিচাপে জনা যায়-

(ক) খান আব্দুল গফুৰ খাঁ                       (খ) খান ৰহমত খান

(গ) মহম্মদ আলি জিন্না                             (ঘ) তয়বুৰ জিন্নাতুল

উত্তৰ : (ক) খান আব্দুল খফুৰ খাঁ ।

Q.7) গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্লোগান কোনটো আন্দোলনৰ সময়ত দিছিল ?

(ক) সত্যাগ্রহ            (খ) ভাৰত ত্যাগ        (গ) অসহযোগ          (ঘ) আইন অমান্য

উত্তৰ : (খ) ভাৰত ত্যাগ।

Q.8) সবমতী আশ্রম অৱস্থিত-

(ক) বিহাৰত                   (খ) গুজৰাটত               (গ) ৰাজস্থানত                  (ঘ) নেপালত

উত্তৰঃ- (গ) গুজৰাটত।

Q.9) মহাত্মা গান্ধীয়ে ব্যৰিষ্টাৰ উপাধি লৈ ভাৰতলৈ উভতি আহিছিল—

(ক) ১৮৮৯ চনত (খ) ১৮৮১ চনত (গ) ১৮৯১ চনত (গ) ১৮৯০ চনত

উত্তৰ : (গ) ১৮৯১ চনত।

Q.10) গান্ধীৰ দাণ্ডিযাত্ৰা আৰম্ভ হৈছিল-

(ক) ১৯৩০ চনৰ ১২ মাৰ্চত (খ) ১৯৩০ চনৰ ১৭ মাৰ্চত

(গ) ১৯৩১ চনৰ ২ মাৰ্চত (ঘ) ১৯৩১ চনৰ ১২ মাৰ্চত

উত্তৰ : (ক) ১৯৩০ চনৰ ১২ মাৰ্চত।

Q.11) দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল—

(ক) ১৯১৩ চনত (খ) ১৯২৩ চনত (গ) ১৯৩১ চনত       (ঘ) ১৭৮১ চনত

উত্তৰঃ- (গ) ১৯৩১ চনত

Q.12) মুছলিম লীগে ‘মুক্তি দিৱস’ হিচাপে পালন কৰে—

(ক) ১৯৩১ চনৰ ২২ ডিচেম্বৰত (খ) ১৯৩৮ চনৰ ২ ডিচেম্বৰত

(গ) ১৯৩৮ চনৰ ২২ ডিচেম্বৰত (ঘ) ১৯৩৮ চনৰ ১২ ডিচেম্বৰত

উত্তৰ : (ক) ১৯৩৯ চনৰ ২২ ডিচেম্বৰত ।

Q.13) “মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম” উক্ত কথাফাকি কাৰ—

(ক) সীমান্ত গান্ধী (খ) সুভাষ চন্দ্র বসু

(গ) মহাত্মা গান্ধী (ঘ) লাল বাহাদুৰ শাস্ত্ৰী

উত্তৰ : (খ) সুভাষ চন্দ্ৰ বসু ।

Q.14) “দিল্লী চলো” আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্ৰহীজন কোন—

(ক) আচাৰ্য বিনোৱা ভাবে              (খ) সুভাষ চন্দ্র বসু              (গ) মহাত্মা গান্ধী                   (ঘ) মতিলাল নেহৰু

উত্তৰ : (ক) আচাৰ্য বিনোৱা ভাবে।

Q.15) ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা বৃটিছ প্ৰধান মন্ত্ৰী আছিল—

 (ক) ক্লিমেন্ট এটুলি            (খ) থেৰেচা মে’ই            (গ) উইণ্টন চার্চিল         (ঘ) ৰামজে মেকডোনাল্ড ৷

উত্তৰ : (ঘ) ৰামজে মেকডোনাল্ড।

Q.16) ব্ৰিটিছ সংসদে কেতিয়া ভাৰত স্বাধীন আইনৰ অনুমোদন জনাইছিল ?

 (ক) ফেব্ৰুৱাৰী, ১৯৪৭                (খ) জুন, ১৯৪৭          (গ) জুলাই, ১৯৪৭               (ঘ) মার্চ, ১৯৪৭

উত্তৰ : (গ) জুলাই, ১৯৪৭

Q.17) আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল-

 (ক) জার্মানীত           (খ) ছিঙ্গাপুৰত (গ) জাপানত (ঘ) ভাৰতবৰ্ষত

উত্তৰ : (গ) জাপানত

————————————-

Leave a Reply