RIVER SYTEM OF ASSAM
RIVER SYSTEM
There are mainly 8 River system in india but major river system are
ভাৰতত মুঠ ৮ টা নদীৰ সংযোগ আছে তাৰে ভিতৰত মুখ্য কেইটা হৈছে
- Indus River System (সিন্ধু নদী সংযোগ)
- Ganga River System(গংগা নদী সংযোগ)
- Brahmaputra River System (ব্ৰহ্মপুত্ৰ নদী সংযোগ)
In this article we focused only assam region whre mainly two river system flow throughout the state of assam (ইয়াত আমি অসমৰ মাজাৰে বৈ যোৱা নদী সংযোগ দুটাৰ বিষয় অধ্যয়ন কৰিম)
- Brahmaputra River System (ব্ৰহ্মপুত্ৰ নদী সংযোগ)
- Barak River System (বৰাক নদী সংযোগ)
- Brahmaputra River System (ব্ৰহ্মপুত্ৰ নদী সংযোগ)
ব্ৰহ্মপুত্ৰ নদী চীন,ভাৰত আৰু বাংলাদেশৰ মাজেৰে বৈ যোয়া এখন আন্ত ৰাষ্টীয় সংযোগ নদী । ইয়াক অসমীয়াত ব্ৰহ্মপুত্ৰ বা লুইত , তিব্বতত ইয়াৰলুঙ চাংপু,অৰুণাচল প্ৰদেশত চিয়াঙ বা দিবাঙ আৰু বঙালীত যমুনা নদী হিচাপে জনাজত হয় ।ব্ৰহ্মপুত্ৰ নদী দীৰ্ঘতম হিচাপে পৃথিৱীৰ ১৫ নং ভিতৰত হয় ।ব্ৰহ্মপুত্ৰ নদী chemayungdung mountain ৰ পৰা আৰু মানস সৰোবৰ এলেকাৰ কৈলাশ শৃংগৰ ওচৰত হিমালয় পৰ্বতৰ উওৰ দিশে তিব্বতৰ বুৰং গাওঁৰ পৰা বৈ আহিছে ।
ভাৰতত সোমোৱা আগতে ব্ৰহ্মপুত্ৰ 1600 কি.মি. তিব্বতত বৈ আহি ভাৰতৰ অৰুণাচল প্ৰদেশৰ গেলিঙ গাওঁত প্ৰৱেশ কৰি অসমৰ মাজেৰে মুঠ 900 কি.মি. বৈ আহি দক্ষিণে বৈ গৈ বাংলাদেশত যমুনা নদী নামাৰে বৈ যায় গংগা (বাংলাদেশত পদ্মা) নদীৰ লগত মিলি যায় তাৰ পিছত ইয়াক বাংলাদেশত মেঘনা নামেৰে জনা যায় আৰু অৱশেষত বংগ উপসাগৰত মিলিত যায় । ইয়াক বড়ো ভাষাত বুৰলুঙ-বুথুৰ কোৱা হয় ।
অসমত সোমোয়াৰ পিছত ইয়াৰ লগত দিবাং আৰু লোহিত নদী আহি মিলি যায় আৰু ইয়াৰ পৰা ইয়াক ব্ৰহ্মপুত্ৰ নামেৰে জনা যায় । ডিব্ৰুগড় আৰু লক্ষিমপুৰ জিলাৰ মাজত ব্ৰহ্মপুত্ৰ দুটা ভাগত ভাগ হৈ যায় তাৰে উওৰভাগ হৈছে খেৰখুটীয়া আৰু দক্ষিণৰ ভাগ হৈছে ব্ৰহ্মপুত্ৰ । এই দটাভাগ 100 কি.মি. পিছত সংযোগ হৈ যায় যাৰ ফলত মাজুলী দ্বীপৰ গঠন হয় ।
বাংলাদেশত ব্ৰহ্মপুত্ৰ নদী তিছতা নদীৰ লগত মিলিত হৈ ।
উপ-নৈ
উওৰ দিশে থকা উপ-নৈ বোৰ হৈছে
- সোৱণসিৰি নদী
- কামেঙ নদী
- মানস নদী
- সংকোস নদী
- টিছতা নদী
- জিয়া ধল
- ৰঙা নদী
- দিকৰং নদী
দক্ষিণ দিশে থকা উপ-নৈ বোৰ হৈছে
- ছিয়াঙ
- দিবাঙ
- লোহিত
- বুঢ়়ী দিহিং
- দিছাং
- জাজী
- টিয়ক
- ধনশীৰী
- কলং
- কপিলি
বৰাক নদী সংযোগ
বৰাক নদী মুঠ 900 কি.মি. মণিপুৰ,মিজোৰাম,আৰু অসমৰ মাজেৰে বৈ যায় বাংলাদেশত প্ৰৱেশ কৰে । দুটা খুৰমা আৰু কুচিয়াৰ অংশত ভাগ হৈ যায় ।
MCQ ON RIVER SYSTEM
- In Tibet , Brahmaputra is known as Yarlung Tsangpo. What is the meaning of Tsangpo ?
তিব্বতত ব্ৰহ্মপুত্ৰক য়াৰলুং ছাংপো বুলি জনা যায়। ছাংপোৰ অৰ্থ কি ?
- River
- Hills
- Purifier
- Sand
Answer – C. Purifier
- 2.What divides the Brahmaputra basin with Barak basin?
বৰাক সৈতে ব্ৰহ্মপুত্ৰক কিহৰ দ্বাৰা বিভক্ত কৰা হৈছে?
- Karbi hills
- Barail range
- Himalayas
- Patkhai range
Answer- B. Barail range
- 3. What is the average height of Assam from sea level ?
সমুদ্ৰপৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান ?
- 69.5 m
- 92.5 m
- 56.6 m
- 79.5 m
Answer – D. 79.5 m
- 4. Brahmaputra originates from which glacier
ব্ৰহ্মপুত্ৰৰ উৎপত্তি কোনটো হিমবাহৰ পৰা
- Gangotri Glacier
- Angsi Glacier
- Bokhar Chu
- Rakshastal Lake
Answer – Angsi Glacier
- 5. Total length of Brahmaputra in Assam
অসমত ব্ৰহ্মপুত্ৰৰ মুঠ দৈৰ্ঘ্য
- 900km
- 1200km
- 720km
- 2880km
Answer – C. 720km
- 6. Brahmaputra is known as _____ in bangladesh.
বাংলাদেশত ব্ৰহ্মপুত্ৰক _____ বুলি জনা যায়।
- Yamuna
- Manas
- Jamuna
- Siang
Answer – Jamuna
- 7. Which is the longest tributary of Brahmaputra river.
কোনখন ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ দীঘল উপনৈ।
- Kopili
- Manas
- Jiabharali
- Subansiri
Answer – D. Subansiri
- 8. Volume wise which river is the largest river of India?
আয়তন অনুসৰি কোনখন নদী ভাৰতৰ আটাইতকৈ ডাঙৰ নদী?
- Brahmaputra
- Ganga
- Kaberi
- Godavari
Answer – A. Brahmaputra
- 9. Which of the following is a headstream of Brahmaputra river?
তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ মূৰৰ ধাৰা ?
- Dikhou
- Kameng
- Dihang
- Dishang
Anwer – C. Dihang
- 10.From the rivers given below which is a south bank tributary of Brahmaputra?
তলত দিয়া নদীবোৰৰ পৰা কোনখন দক্ষিণ পাৰৰ ব্ৰহ্মপুত্ৰৰ উপনৈ?
- Subansiri
- Manas
- Kopili
- Ai
Answer – C. Kopili
- 11. Which is the largest south bank tributary of brahmaputra ?
ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন ?
- Subansiri
- Kopili
- Dudhnai
- Debang
Anwer – B. Kopili
- 12. Brahmaputra river, after joining Tista river, is known as
ব্ৰহ্মপুত্ৰ নদী, তিস্তা নদীৰ লগত মিলি যোৱাৰ পিছত, নামেৰে জনাজাত?
- Jamuna
- Padma
- Meghna
- Dihang
Answer – A. Jamuna
- 13.The Gai, a tributary to Brahmaputra river is situated between
ব্ৰহ্মপুত্ৰ নদীৰ উপনৈ গাইৰ মাজত অৱস্থিত
- Dibang and Dihang
- Dihang and Subansiri
- Subansiri and Bharali
- Bharali and Bornadi
Answer – B. Dihang and Subansiri
- 14. Which is the following route is the National Waterway-2?
তলৰ কোনটো পথ ৰাষ্ট্ৰীয় জলপথ-২?
- Barak river from Lakhipur-Bhanga
- River ganga from haldia to Allahabad
- River Brahmaputra from Dhubri to Sadiya
- None of These
Answer – C. River Brahmaputra from Dhubri to Sadiya
- 15.Which of following is the westernmost tributary of Brahmaputra river?
তলৰ কোনটো ব্ৰহ্মপুত্ৰ নদীৰ পশ্চিমতম উপনৈ?
- Sankosh
- Pagladiya
- Manas
- Dibru
Answer – A. sankosh
- 16.Which among the following is not a principal tributary of Brahmaputra river?
তলৰ কোনখন ব্ৰহ্মপুত্ৰ নদীৰ প্ৰধান উপনৈ নহয়?
- Subansiri
- Dhansiri
- Manas
- Sonai
Answer – D. Sonai
- 17. Siang, joined by Lohit and Dibang makes which of the following river?
ছিয়াঙ নদী লোহিত আৰু দিবাঙ নদীৰ লগত লগ হৈ তলৰ কোনখন নদী গঠন কৰে?
- Jia Bharali
- Dikhow
- Subansiri
- Brahmaputra
Answer – D. Brahmaputra