Exercise – 8(C)
1.বছৰি 10% হাৰৰ সুতত 80,000 টকাৰ 3 বছৰৰ সৰল সুত আৰু সবৃদ্ধিমূল নিৰ্ণয় কৰা।
Solution:-
দিয়া আছে,
p = 80000
r = 10%
n = 3
সৰল সুত = \(\frac{prn}{100}\)
= \(\frac{80000 × 10 ×3}{100}\) = 24000
সবৃদ্ধিমূল = মূলধন + সুত
= 80000 + 24000 = 104000 টকা
2. শতকৰা বছৰি 5 টকা হাৰ সুতত 20,000 টকাৰ 3 বছৰ 3 মাহৰ সৰল সুত নিৰ্ণয় কৰা।
Solution:-
দিয়া আছে,
p = 20,000 টকা
r = 5%
n = 3 বছৰ 3 মাহ
= 3 বছৰ + \(\frac{3 }{12}\) বছৰ
= (3 + \(\frac{3 }{12}\)) বছৰ
= \(\frac{36+3 }{12}\) বছৰ
= \(\frac{39 }{12}\) বছৰ
সৰল সুত = \(\frac{prn}{100}\)
= \(\frac{2000×5×39}{100×12}\)
= \(\frac{100×39}{12}\)
= \(\frac{100×39}{12}\) = 3250 টকা
3. বছৰি 6% হাৰ সুতত 7500 টকাৰ 61⁄2 বছৰৰ সৰল সুত আৰু সবৃদ্ধিমূল নিৰ্ণয় কৰা।
Solution:-
দিয়া আছে,
p = 7500 টকা
r = 6%
n = 6 \(\frac{1}{2}\) = \(\frac{13}{2}\) বছৰ
সৰল সুত = \(\frac{prn}{100}\)
= \(\frac{7500×6×13}{100×2}\)
= \(\frac{450×13}{2}\)
= \(\frac{5850}{2}\) = 2925 টকা
সবৃদ্ধিমূল = মূলধন + সুত
= 7500 + 2925 = 10425 টকা
4. বছৰি 10% হাৰ সুতত 4600 টকা 146 দিনৰ পিছত সুতে-মূলে কিমান হ’বগৈ?
Solution:-
দিয়া আছে,
p = 4600 টকা
r = 10%
n = 146 দিন = \(\frac{146}{365}\) দিন
সৰল সুত = \(\frac{prn}{100}\)
= \(\frac{4600×10×146}{100×365}\)
= \(\frac{46×10×146}{365}\)
= \(\frac{46×2×146}{73}\)
= \(\frac{13432}{73}\) = 184 টকা
সবৃদ্ধিমূল = মূলধন + সুত
= 4600 + 184 = 46184 টকা
5. বছৰি 7% হাৰ সুতত কি মূলধন 3 বছৰ 4 মাহত সুতে-মূলে 6000 টকা হ’বগৈ।
Solution:-
দিয়া আছে,
r = 7\(\frac{1 }{2}\) %
= \(\frac{15 }{2}\)
n = 3 বছৰ 4 মাহ
= 3 বছৰ + \(\frac{4}{12}\) বছৰ
= (3 + \(\frac{4}{12}\)) বছৰ
= \(\frac{36+4 }{12}\) বছৰ
= \(\frac{40 }{12}\) বছৰ
সবৃদ্ধিমূল = 6000 টকা
মূলধন + সুত = 6000
P + \(\frac{prn}{100}\) = 6000
\(\frac{100p + prn}{100}\) = 6000
P(100 + rn ) = 6000 ×100
P(100 + \(\frac{15}{2}\) × \(\frac{40}{12}\) ) = 600000
P(100 + \(\frac{300}{12}\) ) = 600000
P( \(\frac{1200 + 300}{12}\)) = 600000
P( \(\frac{1500}{12}\)) = 600000
P × 1500 = 600000 × 12
P = \(\frac{600000 × 12}{1500}\) =4800 টকা
6. শতকৰা বছৰি 6.25 টকা হাৰ সুতত কিমান মূলধনৰ ৪ মাহৰ সুত 375 টকা হ’ব?
Solution:-
দিয়া আছে,
r = 6.25 টকা
n = ৪ মাহ = \(\frac{8}{12}\) বছৰ
সৰল সুত = 375 টকা
আমি জানো যে,
সৰল সুত =\(\frac{prn}{100}\)
375 = \(\frac{p×6.25×8}{100×12}\)
375 = \(\frac{ p×625×8}{100×12×100}\)
p = \(\frac{375×100×100×12}{625×8}\)
p = 9000 টকা
7. বছৰি 3% হাৰ সুতত কোনো মূলধন 3 বছৰৰ শেষত সুতে-মূলে 5450 টকা হ’বগৈ ?
Solution:-
দিয়া আছে,
A = 5450 টকা
r = 3%
n = 3 বছৰ
⇒ A = p (1 + \(\frac{rn}{100}\))
⇒ 5450 = p (1 + \(\frac{3×3}{100}\))
⇒ 5450 = p (1 + \(\frac{9}{100}\))
⇒ 5450 = p ( \(\frac{109}{100}\))
⇒ p = ( \(\frac{5450×100}{109}\))
⇒ p = 50 × 100 = 5000 টকা
৪. কি হাৰৰ সুতত 1500 টকা সুতেমূলে 3 বছৰত 1815 টকা হ’ব?
Solution:-
দিয়া আছে,
A = 1815 টকা
p = 1500 টকা
n = 3বছৰ
⇒ A = p (1 + \(\frac{rn}{100}\))
⇒ 1815 = 1500 (1 + \(\frac{r×3}{100}\))
⇒ \(\frac{1815}{1500}\) = 1 + \(\frac{r×3}{100}\)
⇒ \(\frac{1815}{1500}\) – 1 = \(\frac{3r}{100}\)
⇒ \(\frac{1815-1500}{1500}\) = \(\frac{3r}{100}\)
⇒ \(\frac{315}{1500}\) × 100 = 3r
⇒ \(\frac{315}{1500×3}\) × 100 = r
⇒ r = 7%
9. এজন মানুহে বেংকত 187560 টকা থৈ ৪ মাহৰ পিছত সৰলসুত 6252 টকা পালে। বছৰি সুতৰ হাৰ নিৰ্ণয় কৰা ।
Solution:-
সৰল সুত = 6252 টকা
P = 187560 টকা
n = ৪ মাহ = 8/12 বছৰ
⇒ সৰল সুত = \(\frac{prn}{100}\)
⇒ 6252 = \(\frac{187560×r×8}{100×12}\)
⇒ r = \(\frac{6252×100×12}{8×187560}\)
⇒ r = 5%
10. শতকৰা বছৰি 5 টকা হাৰ সুতত কিমান বছৰত 9000 টকা সুতেমূলে 10575 টকা হ’বগৈ ?
Solution:- Solution:-
দিয়া আছে,
A = 10575 টকা
P = 9000 টকা
r = 5 টকা
⇒ A = p (1 + \(\frac{rn}{100}\))
⇒ 10575 = 9000 (1 + \(\frac{5×n}{100}\))
⇒ \(\frac{10575}{9000}\) = \(\frac{100+5n}{100}\)
⇒ \(\frac{10575}{9000}\) × 100 = 100+5n
⇒ \(\frac{10575}{90}\) – 100 = 5n
⇒ \(\frac{10575 – 9000}{90}\) = 5n
⇒ \(\frac{1575}{90×5}\) = n
⇒ \(\frac{313}{90}\) = n
⇒ 3 \(\frac{1}{2}\) বছৰ = n
11. বছৰি 9% হাৰ সুতত 3600 টকা কিমান বছৰ পিছত 4086 টকা হ’বগৈ?
Solution:-
দিয়া আছে,
A = 4086 টকা
P = 3600 টকা
r = 9 %
⇒ A = p (1 + \(\frac{rn}{100}\))
⇒ 4086 = 3600 (1 + \(\frac{9×r}{100}\))
⇒ \(\frac{4086}{3600}\) = \(\frac{100+9n}{100}\)
⇒ \(\frac{4086}{3600}\) × 100 = 100+9n
⇒ \(\frac{4086}{36}\) – 100 = 9n
⇒ \(\frac{4086 – 3600}{36}\) = 9n
⇒ \(\frac{486}{36}\) = 9n
⇒ \(\frac{486}{36×9}\) = n
⇒ \(\frac{54}{36}\) = n
⇒ \(\frac{2}{3}\) বছৰ = n
⇒ 1 \(\frac{1}{2}\) বছৰ = n
12. বছৰি 12.5% হাৰে 4000 টকাৰ কিমান বছৰ পিছত 625 টকা সৰল সুত হ’ব নিৰ্ণয় কৰা।
Solution:-
দিয়া আছে,
r = 12.5 %
p = 4000
সৰল সুত = 625 টকা
আমি জানো যে,
সৰল সুত =\(\frac{prn}{100}\)
⇒ 625 = \(\frac{4000×12.5×n}{100}\)
⇒ 625 = \(\frac{ 4000×12.5×n}{100}\)
⇒ 625 = 500 n
⇒ n =\(\frac{625}{50}\)
= \(\frac{5}{4}\)
= 1\(\frac{1}{4}\) বছৰ
13. এজন মানুহে 2 বছৰৰ বাবে 5000 টকা আৰু 4 বছৰৰ বাবে 3000 টকা ধাৰ ল’লে। মানুহজনে মুঠতে 1870 টকা সৰল সুত দিলে। সৰল সুতৰ হাৰ নিৰ্ণয় কৰা।
Solution:-
দিয়া আছে,
প্ৰথম বাৰৰ বাবে,
n = 2 বছৰৰ
p = 5000 টকা
দ্ধিতীয় বাৰৰ বাবে,
n = 4 বছৰৰ
p = 3000 টকা
প্ৰশ্নমতে,
⇒ 1870 = \(\frac{2×5000×r}{100}\) + \(\frac{4 × 3000 × r}{100}\)
⇒ 1870 = r \(\frac{10000 + 12000}{100}\)
⇒ 1870 = r \(\frac{22000}{100}\)
⇒ r = \(\frac{1870}{220}\)
⇒ r = 8.5 %
14. এজন মানুহে 7000 টকা ধাৰ ল’লে। তাৰে এটা অংশ বছৰি 6% হাৰ সুতত আৰু আনটো অংশ বছৰি 4% হাৰ সুতত ধাৰ ল’লে। 5 বছৰৰ পিছত মানুহজনে মুঠতে 1600 টকা সৰল সুত জমা দিলে। প্ৰতিটো অংশৰ পৰা কিমান টকাকৈ ধাৰ ল’লে।
Solution:-
দিয়া আছে, মুঠ টকাৰ পৰিমান = 7000 টকা
সময় = 5 বছৰ
ধৰো, টকাখিনিৰ এটা অংশ = x টকা
বাকী অংশটো হব = (7000 -x) টকা
মুঠ সৰল সুত = 1600 টকা
প্ৰশ্নমতে,
⇒ 1600 = \(\frac{x×6×5}{100}\) + \(\frac{4 × (7000 – x ) × 5}{100}\)
⇒ 1600 = \(\frac{30x}{100}\) + \(\frac{20 × (7000 – x ) }{100}\)
⇒ 1600 × 100 = 10x + 140000
⇒ 160000 – 140000 = 10x
⇒ 10x = 20000
⇒ x = \(\frac{20000}{10}\) = 2000 টকা
আনটো সংখ্যা = 7000 – 2000 = 5000 টকা
এতেকে, 2000 টকাত সুতৰ হাৰ = 6%
আৰু 5000 টকাত সুতৰ হাৰ = 4 %
15. বছৰি 4% হাৰে 10 বছৰত 7500 টকাৰ সৰল সুত কিমান হ’ব, কি হাৰ সুতে 5000 টকাৰ 10 বছৰত্ সিমান সুত হ’ব?
Solution:-
দিয়া আছে,
r = 4 %
p = 7500 টকা
n = 10 বছৰ
আমি জানো যে,
সৰল সুত =\(\frac{prn}{100}\)
= \(\frac{7500×4×10}{100}\)
= 75 × 4 × 10 = 3000 টকা
আকৌ , প্ৰশ্নমতে,
⇒ 3000 = \(\frac{5000×10×r}{100}\)
⇒ 3000 = 500r
⇒ r =\(\frac{3000}{500}\)
= 6 %
16. কোনো মূলধন বছৰি 5% হাৰে 4 বছৰত সুতে-মূলে 7000 টকা হ’লগৈ। 7 বছৰ পিছত এই মূলধন সুতে-মূলে কিমান হ’বগৈ ?
Solution:-
প্ৰথমে, দিয়া আছে,
r = 5 %
A = 7000 টকা
n = 4 বছৰ
A = p (1 + \(\frac{rn}{100}\))
7000 = p (1 + \(\frac{5×4}{100}\))
7000 = p (1 + \(\frac{20}{100}\))
7000 = p ( \(\frac{120}{100}\))
p = ( \(\frac{7000×100}{120}\))
p = ( \(\frac{700000}{120}\)) = 5833 . 33 টকা
দ্ধিতীয়তে,
r = 5 %
p = 5833.33 টকা
n = 7 বছৰ
A = p (1 + \(\frac{rn}{100}\))
A = 5833.33 (1 + \(\frac{5×7}{100}\))
A = 5833.33 (1 + \(\frac{35}{100}\))
A = 5833.33 ( \(\frac{135}{100}\))
A = 5833.33 × 1.35 = 7874.99 টকা
One response to “Maths Solution । Class 8 গণিত Solution । Chapter 8 ।Exercise 8(C) । পৰিমাণৰ তুলনা । শংকৰদেৱ শিশু নিকেটন”
Nice 👍👍👍👍