Important MCQ on the topic of related to sports on the base of previous questions of various
Competetive exam SSC/IBPS/ADRE/APSC/UPSC/ADRE 2.0
1 . আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কেতিয়া পালন কৰা হয় ?
- 16 আগষ্ট
- 2 ফেব্ৰুৱাৰী
- 18 ডিচেম্বৰ
- 23 জুন ANS:- 23 জুন
2. লেব্ৰন জেমছে কোনটো আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া খেলে?
- গলফ
- বেছবল
- বাস্কেটবল
- বক্সিং ANS:-বেছবল
3. টেষ্ট ক্ৰিকেটত TRIPLE শতক অৰ্জন কৰা প্ৰথমজন ভাৰতীয়
- শচীন তেণ্ডুলকাৰ
- বীৰেন্দ্ৰ ছেহৱাগ
- সৌৰভ গাংগুলী
- এম এছ ধোনী ANS:-বীৰেন্দ্ৰ ছেহৱাগ
4. সূৰ্য্যনমস্কৰত কিমানটা steps আছে?
- 24
- 6
- 12
- 3 ANS:- 12
5. ৰাইডাৰ কাপৰ (Ryder Cup) সৈতে কোনটো খেলৰ সম্পৰ্ক আছে?
- ফুটবল
- গলফ
- বেডমিণ্টন
- ক্ৰিকেট ANS:- গলফ
6. তলৰ কোনে টেষ্ট মেচত ২ টা ট্ৰিপল শতক অৰ্জন কৰিছে?
- ৰিকি পণ্টিং
- জেক কালিছ
- শচীন টেণ্ডুলকাৰ
- ব্রায়ান লাৰা ANS:-ব্রায়ান লাৰা
7. এটা Fut – sal দলত থকা খেলৈৱ সংখ্যা হৈছে
- 5
- 6
- 9
- 8 ANS:-5
8. তলৰ কোনজন অলিম্পিকৰ পদক বিজয়ী নহয়?
- অভিনৱ বিন্দ্ৰ
- কে মলেশ্বৰী
- জ্বলা গুট্টা
- মেৰী কম ANS:-জ্বলা গুট্টা
9. সন্তোষ ট্ৰফীৰ সৈতে জড়িত খেল হৈছে
- হকী
- ফুটবল
- বাস্কেটবল
- বেডমিণ্টন ANS:-ফুটবল
10. সাতটা গুৰুত্বপূৰ্ণ সাগৰ পাৰ হৈ সাঁতুৰি যোৱা প্ৰথম মহিলাসকল হ’ল :
- চান্দিনী
- বুলা চৌধুৰী
- মৃদুলা ৰাজীৱ
- প্ৰিয়া শনভাগ ANS:-বুলা চৌধুৰী