CLASS6 । SOCIAL SCIENCE । CHAPTER 3 । QUESTION ANSWERS IN ASSAMESE MEDIUM । SEBA BOARD । পৃথিৱীৰ গতি

SEBA Solutions for Class 6 CHAPTER 3 of social science in assamese medium are prepared to help students in their annual exam preparation for  getting good rank and mark to obtain a batter result in annual examination in seba board . This solution provides them with answers to the questions provided in the SEBA  Class 6 social science textbooks. 

In this chapter, students will learn about the details of galaxy and about our universe components like moon , sun, planets etc. in assamese medium  .  It’s highly suggested that students make use of the SEBA Solutions in assamese medium for Class 6 social  Science Chapter 3 while learning the main concepts. Also, this chapter is quite interesting as it involves many practical experiments to help learners understand the basics. SEBA board is the state board of who control assamese textbook for assam and all examination in assamese medium .

অনুশীলনী :

(১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া –

(ক) পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত কিমান ডিগ্রী কোণ কৰি আছে?

উওৰঃ- পৃথিৱীৰ মেৰুদণ্ডডাল কক্ষতলৰ লগত ৬৬ ১/২ ডিগ্রী কোণ কৰি থাকে ।

(খ) পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে?

উওৰঃ- পৃথিৱীয়ে নিজ কক্ষপথত সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ ৩৬৫ দিন ৬ ঘন্টা লাগে ।

(গ) পোহৰ বৃত্ত কাক বোলা হয়?

উওৰঃ- পৃথিৱীখনত দিন আৰু ৰাতি হোৱা অংশ দুটা এটা কাল্পনিক বৃত্তই দুভাগ কৰিছে। এই বৃত্তটোক পোহৰ বৃত্ত

(ঘ) বছৰৰ কোন কোন তাৰিখত বিষুৱ ৰেখাৰ ওপৰত সূৰ্যৰ ৰশ্মি হেলনীয়াভাৱে পৰে?

উওৰঃ-

(২) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া—

(ক) আহ্নিক গতি আৰু বাৰ্ষিক গতি বুলিলে কি বুজা?

উওৰঃ- পৃথিবীয়ে নিজ মেৰুদণ্ডত ঘূৰা যি গতি সেয়াই আৱৰ্তন বা আহ্নিক গতি। আনহাতে পৃথিবীয়ে

নিজ কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰা যি গতি তাকেই পৰিভ্ৰমণ বা বার্ষিক গতি বোলা হয়।

(খ) আহ্নিক গতিৰ ফলত পৃথিৱীত দিন ৰাতি কেনেকৈ হয় বুজাই লিখা।

উওৰঃ- পৃথিৱীখনৰ আকৃতি প্ৰায় ঘূৰণীয়া হোৱা বাবে সূৰ্যৰ পোহৰ কোনো এটা মুহূৰ্তত ইয়াৰ আধা অংশতহে পৰে। অৰ্থাৎ পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত পশ্চিমৰ পৰা পূবলৈ ঘূৰি থাকোঁতে যিটো ফাল সূৰ্যৰ মুখা-মুখি হয় তাত পোহৰ পৰে আৰু তাৰ বিপৰীত ফালত পোহৰ নপৰে। পোহৰ পৰা অংশত দিন আৰু তাৰ বিপৰীতে থকা পোহৰ নপৰা অংশত ৰাতি হয়

(গ) অধিবর্ষ বুলিলে কি বুজা ?

উওৰঃ- পৃথিবীয়ে সূৰ্যৰ চাৰিওফালে সম্পূর্ণ এপাক ঘূৰিবলৈ ৩৬৫ দিন আৰু প্ৰায় ৬ ঘণ্টা সময় লাগে যদিও গণনাৰ সুবিধাৰ বাবে ৩৬৫ দিনত এবছৰ হিচাপে ধৰি লোৱা হয়। অৰ্থাৎ প্ৰতি বছৰে আমি প্ৰায় ৬ ঘণ্টা সময় বাদ দিওঁ। এই বাদ দিয়া প্রায় ৬ ঘণ্টা সময়খিনি ৪ বছৰত লগ লাগি প্রায় ২৪ ঘণ্টা অর্থাৎ এদিন হয়। সেয়েহে প্রতি ৪ বছৰৰ মূৰে মূৰে ফেব্ৰুৱাৰী মাহটোত এদিন বঢ়াই ২৮ দিনৰ পৰিৱৰ্তে ২৯ দিন গণনা কৰা হয় । এনেকৈ যিটো বছৰত এটা দিন বঢ়াই লোৱা হয় সেই বছৰটো অধিবর্ষ বা লিপ ইয়েৰ (Leap year ) বোলা

(ঘ) কর্কট সংক্রান্তি আৰু মকৰ সংক্ৰান্তিৰ পাৰ্থক্য নিৰূপণ কৰা।

উওৰঃ- কর্কট সংক্রান্তিত ২১ জুন তাৰিখে সূৰ্যৰ ৰশ্মি কৰ্কট ক্রান্তিৰ ওপৰত পোনপটীয়াভাৱে পৰে আনহাতে মকৰ সংক্ৰান্তিত ২২ ডিচেম্বৰৰ দিনা সূৰ্যৰ ৰশ্মি মকৰ ক্ৰান্তিত লম্বভাৱে পৰে

(ঙ) পৃথিৱীৰ বাৰ্ষিক গতি নথকাহেঁতেন ধৰাপৃষ্ঠত কেনেধৰণৰ পৰিৱেশ বিৰাজ কৰিলেহেঁতেন বুজাই লিখা।

উওৰঃ-

(চ) পৃথিৱীৰ কক্ষপথ বুলিলে কি বুজা? কক্ষপথৰ এটা চিত্ৰ আঁকি দেখুওৱা।

উওৰঃ- পৃথিৱীয়ে যিটো উপবৃত্ৰাকাৰ পথেৰে সূৰ্যৰ চাৰিওফালে ঘূৰে সেই পথটোক পৃথিৱীৰ কক্ষপথ বোলে ।

(৩) শুদ্ধ উত্তৰবোৰত (√) চিহ্ন দিয়া—

(ক) পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰা গতিটোৰ নাম কি ?

(১) আহ্নিক গতি (২) মেৰুদণ্ড (৩) বার্ষিক গতি

(খ) বিষুৱ ৰেখাত সূৰ্যৰ পোহৰ কোন তাৰিখত পোনে পোনে পৰে?

(১) ২১ মার্চ (২) ২১ জুন (৩) ২২ ডিচেম্বৰ

(গ) পৃথিৱীৰ উপৰিভাগত ঋতু পৰিৱৰ্তন হোৱাৰ কাৰণ

(১) বার্ষিক গতি (২) আহ্নিক গতি (৩) এই দুটা গতিৰ এটাও নহয়

(ঘ) অধিবৰ্ষৰ মুঠ দিনৰ সংখ্যা হ’ল—

(১) ৩৬৫ (২) ৩৬৬ দিন (৩) ৩৬৫ ১/২ দিন

(২) ২১ মার্চ

(৩) ২২ ডিচেম্বৰ

(ঙ) মকৰ সংক্ৰান্তি হোৱা দিনটো হ’ল—

(১) ২৩ ছেপ্টেম্বৰ (২) ২১ মাৰ্চ (৩)২২ ডিচেম্বৰ

(৪) খালী ঠাই পূৰ কৰা

(ক) পৃথিৱীয়ে নিজ মেৰুদণ্ডৰ ওপৰত এপাক মৰা ঘূৰণকে……. বোলে

উওৰঃ- আহ্নিক গতি

(খ) পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰা পথটোক………. বোলে

উওৰঃ-কক্ষপথ

(গ)……..ঋতুৰ সময়ত দিন আটাইতকৈ চুটি হয়।

উওৰঃ- শীত কাল

(ঘ) পৃথিৱীৰ সোঁমাজেৰে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগ কৰা কাল্পনিক ৰেখাডালৰ নাম………

উওৰঃ- কাল্পনিক ৰেখা

(ঙ)মকৰক্ৰান্তি বৃত্তটো পৃথিৱীৰ……… গোলাৰ্ধত কল্পনা কৰা হৈছে ।

উওৰঃ-

(চ) পৃথিৱীয়ে ইয়াৰ কক্ষতলৰ লগত ………কোণ কৰি হেলনীয়া হৈ থাকে।

উওৰঃ- ৬৬১/২  ডিগ্রী

Leave a Reply

Your email address will not be published. Required fields are marked *