Class 9। Social Science। Chapter 3 Solution। মোৱামৰীয়া গণ বিদ্ৰোহ ।SEBA BOARD। Academic Year 2024-2025

মোৱামৰীয়া গণ বিদ্ৰোহ 

অতি চমু/ চমু উত্তৰ প্ৰশ্ন:
১) মায়ামৰা কি ? 
উত্তৰঃএখন বৈষ্ণৱ সত্ৰৰ নাম।

২) সত্ৰ বুলিলে কি বুজা?
উত্তৰঃ  কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান যি শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়িছিল ।

৩) সংহতি কি?
উত্তৰঃ সংহতি হ’ল শংকৰদেৱৰ মহাপ্রয়াণৰ পিছত তেওঁৰ শিষ্য-প্রশিষ্যসকলৰ মাজত হোৱা মতভেদৰ ফলস্বৰূপে সত্ৰসমূহক চাৰিটা ভাগত ভাগ কৰিছিল। এই ভাগসমূহক প্রতিটো ভাগকে সংহতি বুলি কোৱা হয়।

৪) মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল?
উত্তৰঃ স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত ।

৫) মোৱামৰীয়া বিদ্ৰোহ কোনজন ৰজাৰ দিনত শেষ হৈছিল?
উত্তৰঃ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰজাৰ দিনত ।

৬) কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ/স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা বুলি অনুমান কৰা হয়?
উত্তৰঃ চুহুংমুঙ ।

৭) চুৰুমফা ভগাৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল?
উত্তৰঃ  সত্ৰাধিকাৰ গুৰু নিত্যানন্দদেৱক ।

৮) ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল?
উত্তৰঃ চতুৰ্ভূজদেৱ মহন্তক ।

৯) আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা?
উত্তৰঃ ছোমদেউ।

১০) জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈছিল।

১১) ৰুদ্ৰ সিংহই কাৰ ওচৰত শৰণ লৈছিল?
উত্তৰঃ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈছিল।

১২) কৃষ্ণৰাম ভট্টাচাৰ্য কোন আছিল?
উত্তৰঃ এজন শাক্ত ব্ৰাহ্মণ পণ্ডিত আছিল।

১৩) কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল?
উত্তৰঃ স্বৰ্গদেউ শিৱসিংহৰ ৰজাৰ দিনত ।

১৪) গাগিনি কোন?
উত্তৰঃ গাগিনি হ’ল মোৱামৰীয়া মহন্ত অষ্টজৰ পুত্ৰ আছিল।

১৫) মোৱামৰীয়াসকলে পোনপ্ৰথমে কাক ৰজা পাতিছিল?
উত্তৰঃ নাহৰখোৱাৰ পুত্ৰ ৰমাকান্ত বা ৰমানন্দক ।

১৬) কেপ্তেইন ওৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈ অসমত আছিল?
উত্তৰঃ ১৭৯২ চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা ১৭৯৪ চনৰ মে’ মাহলৈ ।

১৭)অসমৰ কত লোণ উৎপাদন হৈছিল?
উত্তৰঃশদিয়া আৰু নগা পাহাৰত ।

১৮) অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল?
উত্তৰঃ লোণ বৰ দামী বস্তু আছিল ।

চমু / দীঘল  উত্তৰৰ প্ৰশ্ন :

১। মাৱোমৰীয়াসকল কোন? এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি ক’ব পৰা যায়?

উত্তৰঃ মাৱোমৰীয়াসকল মূলতঃ মৰাণ সম্প্ৰদায়ৰ লোক। অসমত থকা বিভিন্ন জনজাতি যেনে—কছাৰী, চুতীয়া, আহামে, কৈবত্ত আদি লাকেৰ মাজত মায়ামৰা সত্ৰই যথেষ্ট জনপ্রিয়তা অর্জন কৰিছিল। এই জনপ্ৰিয়তাৰ আঁৰত থকা এটা বিশেষ কাৰণ হ’ল এই সত্ৰৰ সত্ৰাধিকাৰসকল শূদ্র সম্প্রদায়ভুক্ত আছিল। আগতে অসমৰ এই জনজাতি সকলক সমাজত হীন বা নীচ বুলি জ্ঞান কৰা হৈছিল। গতিকে শূদ্র সত্ৰাধিকাৰদ্বাৰা পৰিচালিত মায়ামৰা সত্ৰত তেওঁলোকে এক সুকীয়া মর্যাদা পাইছিল যাৰ বাবে দিনক দিনে এই সত্ৰত শিষ্যৰ সংখ্যা বাঢ়ি গৈছিল। পিছলৈ সত্ৰৰ এই বাঢ়ি অহা শক্তিৰ লগত আহামে ৰাজশক্তিৰ মাজত মনো মালিন্য ঘটিছিল। তাৰ পৰিণতিয়েই অসমৰ ইতিহাসত আটাইতকৈ দীর্ঘকাল জুৰি সংঘটিত হাৱো ভয়াবহ “মাৱোমৰীয়া গণ বিদ্ৰোহৰ আৰম্ভণী হৈছিল। এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি কোৱাৰ অন্যতম কাৰণ আছিল ইয়াত যাগেদান কৰা অজস্ৰ সাধাৰণ প্ৰজা যাৰ ভিতৰত অধিক সংখ্যকেই সাধাৰণ কৃষক বা অন্যান্য বৃত্তিধাৰী লোক আছিল।

২। মাৱোমৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা।

উত্তৰঃ মাৱোমৰীয়া বিদ্ৰোহ ধৰ্মক লৈ আৰম্ভ হৈছিল যদিও ৰাজনৈতিক কাৰণো ইয়াৰ লগত জড়িত আছিল। ইয়াৰ ৰাজনৈতিক কাৰণবাৰে তলত উল্লেখ কৰা হ’ল।

(ক) আহামে ৰজা স্বৰ্গদেউ চুৰমফা ভগা ৰজাৰ দিনত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দদেৱক ষড়যন্ত্ৰ কৰিবধ কৰা হৈছিল। ফলশ্ৰুতিত মাৱোমৰীয়াসকল গুৰু হত্যাৰ প্ৰতিশাধে ল’বলৈ দৃঢ় প্রতিজ্ঞ হৈছিল।

(খ) স্বৰ্গদেউ গদাধৰ সিংহই ল’ৰাৰজাৰ কোপদৃষ্টিৰ পৰা হাত সাৰিবলৈ কিছুবছৰ দিহিঙে-দিপাঙেআত্মগাপেন কৰি ঘূৰি ফুৰিব লগা হৈছিল। সেই সময়ত তেওঁ মাৱোমৰীয়া সত্ৰাধিকাৰসকলৰ ধন-সম্পত্তি আৰু  প্রতিপত্তিৰ বিষয়ে নিজ চকুৰে দেখা পাই শংকিত হৈ পৰিছিল। সেয়ে গদাধৰ সিংহই ৰাজপাটত উঠিয়েই সত্রানুষ্ঠান সমূহক ধ্বংস কৰি সেইবাৰেত থকা ধন- সম্পত্তিসমূহ বাজেয়াপ্ত কৰিছিল। বৈষ্ণৱ মহন্তসকলক শাৰীৰিকভাৱে শ্ৰমদান কৰিবলৈ বাধ্য কৰাৱো হৈছিল। কিছুমানক নির্বাসন দিছিল। প্ৰতিবাদ কৰাসকলক শাস্তি দিছিল। ৰজাৰ এনে স্বেচ্ছাৰী কার্যকলাপত মাৱোমৰীয়াসকল অতিকৈ ক্ষোভিত হৈ আহামেৰাজৰ বিৰুদ্ধে বিদ্ৰোহআৰম্ভ কৰিছিল।

(গ) শিৱসিংহৰ পত্নী বৰৰজা ফুলেশ্বৰীয়ে শাক্ত ধর্ম গ্ৰহণ কৰি, পূজা পাতি, পূজাৰ প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰে বৈষ্ণৱ মহন্ত, ভকত আৰু সত্ৰাধিকাৰক ফোট দিয়াত মাৱোমৰীয়াসকল অপমানিত হৈ আহামে ৰজাৰ বিৰুদ্ধে উঠি পৰি লাগিছিল। এনেদৰে মাৱোমৰীয়া বিদ্ৰোহৰ সূচনাত ৰাজনৈতিক কাৰণে ইন্ধন যাগোইছিল।

প্রশ্ন ৩। আহামেৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মাৱোমৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলাচেনা কৰা৷

উত্তৰঃ আহামেৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মাৱোমৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে গণ্য কৰা হয় । তাৰ কেইটামান

কাৰণ হ’ল- (ক) আহামেসকলে অসমত ৰাজত্ব কৰাৰ আৰম্ভণীৰে পৰা তেওঁলোকে নিজস্ব ধর্ম পালন কৰি আহিছিল। ছামেদেউ আছিল তেওঁলাকেৰ প্ৰধান উপাস্য দেরতা। কিন্তু সময়ৰ লগে লগে তেওঁলােেক হিন্দু ধর্মীয় পৰম্পৰাৰ প্ৰতি আকৃষ্ট হ’বলৈ আৰম্ভ কৰিছিল। পিছলৈ। জয়ধ্বজ সিংহই আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জনদেৱৰ ওচৰত শৰণ লৈ ভাগৱতী ধৰ্মৰ প্ৰতি ৰাজঅনুগ্ৰহ প্ৰদৰ্শন কৰিছিল। বিভিন্ন ঠাইত সত্ৰ স্থাপন কৰি মাটি-বাৰী, ধন- পইচা দান কৰি সত্ৰীয়া পৰম্পৰাক ৰাজধৰ্মৰ শাৰীলৈ উন্নীত কৰিছিল। যাৰ ফলত সত্ৰবাৰেৰ মাজতো ৰাজঅনুগ্রহ লাভৰ বাবে প্রতিযোগিতা চলিছিল।

(খ) গদাধৰ সিংহৰ দিনত বৈষ্ণৱ সত্ৰবাৰেৰ প্ৰতিপত্তি ৰাধে কৰিবলৈ ৰজাই ব্যৱস্থা কৰিবলৈ বাধ্য হৈছিল। সেয়েহে গদাধৰ সিংহই আহামেৰ পুৰণি ৰাজনৈতিক নীতিৰ পৰিৱৰ্তন কৰি সত্ৰৰ প্ৰতি থকা অনুকম্পা নীতিৰ ঠাইত দমন নীতিকে উপযুক্ত বুলি অনুভৱ কৰিছিল । কাৰণ গদাধৰ সিংহ সিংহাসনত উঠাৰ আগতে সত্ৰাধিকাৰসকলৰ ক্ষমতা আৰু শক্তি দেখি তবধ মানিছিল আৰু সত্ৰবাৰে একো একোখন আহামে ৰাজ্যৰ ভিতৰত থকা সমান্তৰাল ৰাজ্য বুলি পতিয়ন গৈছিল। সেয়েহে ৰজা হৈয়ে তেওঁ সত্ৰাধিকাৰ আৰু সত্ৰৰ মমতা কৰ্তন কৰিবলৈ উঠি-পৰি লাগিছিল ।

(গ) গদাধৰ সিংহৰ দিনৰ পৰিৱৰ্তিত আহামে নীতিৰ সন্মুখত তিষ্ঠিব নাৱোৰি বহুকেইখন সত্ৰৰ সত্ৰাধিকাৰে সত্ৰ এৰি নিৰাপদ স্থানলৈ পলাই গৈছিল। বহু কেইজন সত্ৰাধিকাৰক ধৰি আনি ৰাজ আদেশত অবর্ণনীয় অত্যাচাৰ চলাৱো হৈছিল। অৱশ্যে আহামেৰ এই নীতি বেছি দিন নাথাকিল। গদাধৰ সিংহৰ পিছৰজন ৰজা ৰুদ্ৰসিংহই এই নীতিৰ পুনৰাই পৰিৱৰ্তন কৰি পলাতক সত্ৰাধিকাৰ সকলক পুনৰ ঘূৰাই আনি স্বৰ্গদেৱে গড়গাঁৱৰ সমীপৰ মাজুলীত থাপিছিল।

 (ঘ) আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱৰ ওচৰত শৰণ লৈ বামুণীয়া সত্ৰবাৰেক বিশেষ মর্যাদা দি শূদ্র সত্ৰাধিকাৰসকলৰ লগত একপ্ৰকাৰৰ মনা েমালিন্য সৃষ্টি কৰিছিল। তাৰ পৰিণতি ৰুদ্ৰসিংহৰ পিছৰজনা স্বৰ্গদেউ শিৱসিংহৰ দিনত স্পষ্টভাৱে প্ৰতিফলিত হাৱো দেখা যায়।

(ঙ) স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰকুৱঁৰী ফুলেশ্বৰী অধিক প্রতিপত্তিশালী হৈ উঠিছিল। তেওঁৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল। এটা সময়ত ৰজাৰ আজ্ঞামতে শূদ্র মহন্তসকলৰ ওপৰত নিৰ্যাতন চলিছিল। আনকি তেনে শিষ্যক জোৰ-জুলুমকৈ শাক্ত পূজাতভাগ লৈ বলিৰ তেজৰ ফোঁট ল’বলৈ বাধ্য কৰাৱোৰ উদাহৰণ পাৱো যায়। তেনে অত্যাচাৰৰ বলাফলেই আছিল মাৱোমৰীয়া বিদ্ৰোহ হৈছিল।

৪। পাইকৰ ভাগ দুটা কি কি? পাইক প্রথা মাৱোমৰীয়া বিদ্ৰোহৰ বাৰে কিমানদূৰ জগৰীয়া আছিল? তামোৰ নিজস্ব মতামত দাঙি ধৰা ৷

উত্তৰঃ পাইকৰ ভাগ দুটা হ’ল – কাড়ী পাইক আৰু চমুৱা পাইক। পাইক প্ৰথা মাৱোমৰীয়া বিদ্ৰোহৰ বাবে কিছু পৰিমাণে দায়ী আছিল। ইয়াৰ কেইটামান কাৰণ হল-

(ক) দেশত পাইকৰ সংখ্যা হ্ৰাস পাই অহাত, বিশেষকৈ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত, প্ৰজাৰ ওপৰত ৰাজকীয় শাষেণৰ বাজো যথেষ্ট বৃদ্ধি পাইছিল। পূৰ্ণতে চাৰিজন পাইকেৰে এটি গাটে কৰাৰ ব্যৱস্থা থকাত তেওঁলাকেৰ মাজৰপৰা এজনে পাল পাতি বছৰৰ ৩ মাহৰ বাবে বাধ্যতামূলক পাইকসেৱা দান কৰিব লাগিছিল। কিন্তু পাইকৰ সংখ্যা হ্রাস পাই অহাত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ৩ জন পাইকেৰে এটিকে গাটে গঠন কৰাত প্ৰতিজন পাইকে বছৰত ৪ মাহ পাইক খাটিব লাগিছিল। গতিকে প্ৰতিজন পাইকেৰে ওপৰত এমাহকৈ শ্ৰমৰ বাজো বৃদ্ধি পাইছিল। এইদৰে একোজন মানুহক বছৰৰ চাৰি মাহকৈ ৰাই পাইকৰূপে লৈ যাৱোৰ ফলত কৃষি অর্থনীতিৰ প্ৰভূত ক্ষতি হৈছিল। শাৰীৰিক শ্ৰমৰ বাজো বৃদ্ধিৰ মাজেৰে প্ৰজা শাষেণৰ নীতি দেশৰ সাধাৰণ প্ৰজাই সহ্য কৰা নাছিল। তেওঁলোকেও আহামে ৰাজতন্ত্ৰৰ বিৰুদ্ধে ক্ষোভত পৰিছিল আৰু ৰজাৰ বিৰুদ্ধে প্ৰতিশাধে লাৱোৰ আশাৰে সুযাগেৰ সন্ধানত বাট চাই আছিল।

(খ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উফল-বহতীয়াৰূপে পৰিগণিত আহামে প্রজাসকলে সততে দুই ধৰণৰ ৰকৰৰ বাজো মূৰ পাতি ল’ব লাগিছিল। তেওঁলোকে একে সময়তে আহামে ৰাষ্ট্ৰৰ প্ৰতি বাধ্যতামূলক পাইক সেৱা দান কৰাৰ লগতে উত্তৰৰ পাহাৰ অঞ্চলত বসবাস কৰা ডলা জনজাতিসকলকো পচাৰূপে এবিধ কৰ আদায় দিব লাগিছিল। এই ধৰণৰ কৰৰ বাজোই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আহামে প্রজাসকলক অসন্তুষ্ট আৰু অতিষ্ঠ কৰি তুলিছিল। স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্বকালত মাৱোমৰীয়াসকলে বিদ্ৰোহ কৰাৰ লগে লগে তেওঁলোকেও বিদ্ৰোহীসকলৰ সৈতে সংহতি স্থাপন কৰি প্ৰজা বিদ্ৰোহৰ অংশীদাৰত পৰিণত হৈছিল।

(গ) সাধাৰণভাৱে দেশত মুদ্ৰা অৰ্থনীতিৰ প্ৰচলন হাৱো নাছিল যদিও য’ত যেনেকৈ মানুহৰ হাতত অলপ- অচৰপ মুদ্ৰা পৰিছিল তাৰেই সহায়ত তেওঁলোকে পাইক খটাৰপৰা ৰেহাই পাৱোৰ ব্যৱস্থা এটি চৰকাৰে প্ৰৱৰ্তন কৰিছিল। ধনৰ বিনিময়ত পাইক খটাৰপৰা ৰেহাই পাৱোৰ ব্যৱস্থা এটি চৰকাৰে প্ৰৱৰ্তন কৰিছিল । ধনৰ বিনিময়ত পাইক খটাৰপৰা ৰেহাই পাৱো পাইককে চমুৱা বালো হৈছিল। এইদৰে কাড়ী পাইকে ধনৰ মাধ্যমত চমুৱা শ্ৰেণীলৈ উঠিব পাৰিছিল আৰু তেনেদৰে চমুৱাৰ শাৰীলৈ উঠা সাধাৰণ পাইকসকল অন্যান্য পাইকতকৈ মৰ্যাদাৰ ফালৰপৰাও সমাজত উচ্চ শ্ৰেণীৰ বুলি পৰিগণিত হৈছিল। চহকী পৰিয়ালৰ লোকে য’ত যেনেকৈ পাৰে ধন-বিত সংগ্ৰহ কৰি ৰজা ঘৰত জমা দি কাড়ী পাইকৰ বহীৰপৰা নাম কাটি চমুৱা তথা ভদ্ৰলাকেৰ শ্ৰেণীলৈ উঠিছিল, বাকী আছিল সমাজৰ নিম্ন আয়ৰ দুখীয়া লাকেসকল। আনহাতে বহুতে চমুৱাৰ শাৰীলৈ উঠাত অবশিষ্ট কাড়ী পাইকৰ ওপৰত শ্ৰমৰ বাজো বৃদ্ধি পাই আহিছিল।

(ঘ) এই ধৰণৰ প্ৰজা শাষেণে আহামে ৰাজতন্ত্ৰৰ ৰাজহাড় জোকাৰি তুলিছিল। সাধাৰণ প্ৰজাসকল এনেয়েই দুখীয়া তাতে আকৌ সমাজতো  নিঃকিন বুলি পৰিগণিত হৈছিল। সমাজত তেওঁলাকেৰ মান-মর্যাদা বালো বস্তুটো নাছিল, তেওঁলাকে আছিল কেৱল শ্ৰম কৰা যন্ত্ৰ। ফলত দেশত সামাজিক দ্বন্দ্ব-সংঘাত বৃদ্ধি পাইছিল। গতিকে সমাজৰ নিজস্ব শ্ৰেণীৰ প্ৰজাসকলেও আহামে ৰাজতন্ত্ৰৰ বিৰুদ্ধে বহু বছৰ ধৰি তীব্র ক্ষোভ আৰু অসন্তুষ্টি পুহি ৰাখিছিল। তেওঁলোকে বিদ্রোহ সমাগত হাৱোৰ লগে লগে আন বিদ্ৰোহীসকলৰ সৈতে সংহতি স্থাপন কৰি প্ৰজা বিদ্ৰোহৰ অংশীদাৰ হৈছিল।

 ৫। মাৱোমৰীয়া বিদ্ৰোহৰ ফলাফল আলাচেনা কৰা ।

উত্তৰঃ মাৱোমৰীয়া বিদ্ৰোহ আছিল আহামে ৰাজত্বকালত দেখা দিয়া এক দীৰ্ঘদিনীয়া মাৰাত্মক বিদ্রোহ যিয়ে আহামে ৰাজশক্তি লালোকে- ঢালোকে কৰাৰ লগতে অসমত আহামে ৰাজত্বৰ পতন ঘটোৱাত উল্লেখযোগ্যে অৱদান আগবঢ়াইছিল। । এই বিদ্ৰোহৰ ফলাফলসমূহ ৰাজনৈতিক আৰু অর্থনৈতিক –এইদুটা ভাগত আলাচেনা কৰিব পাৰি— (ক) ৰাজনৈতিক ফুলঃৰাজনৈতিক ফলাফলৰ ভিতৰত এই বিদ্ৰোহৰ সময়ৰ পৰাই আহামে ৰাজশক্তি ক্রমান্বয়ে দুর্বল হ’বলৈ আৰম্ভ কৰে। ৰজাৰ তিনিজন প্রধান বিষয়া যেনে : বুঢ়াগোহাঁই, বৰগাহাঁই আৰু বৰপাত্ৰ গাহেই শক্তিশালী হৈ উঠে। পিছলৈ আহামে ৰজাসকল সিহঁতৰ হাতৰ পুতলাত পৰিণত হয়। শাসনৰ বৰমূঢ়ীয়া তিনিজন গগাহাঁইৰ মাজতা েক্ষমতাৰ বাবে অৰিয়া-অৰিৰ সৃষ্টি হয়। সিহঁতে ব্যক্তিগতভাৱে ক্ষমতাৰ অপব্যৱহাৰ কৰিবলৈ লাৱোত সাধাৰণ প্ৰজাৰ দুখ- দুর্গতি বৃদ্ধি পায়। আহামে ৰাজ শক্তিৰ দৰ্বলতাৰ সুযাগে লৈ নিজ স্বাৰ্থ পূৰণৰ হকে বদনচন্দ্ৰ বৰফুকনে ব্ৰহ্মদেশৰ পৰা মানসকলক আমন্ত্ৰণ কৰি আনে। মানৰ আক্ৰমণ আহামে ৰাজ শক্তিৰ ওপৰত ভূতৰ ওপৰত দানৱ পৰাৰ দৰে মাৰাত্মক ৰূপ ধাৰণ কৰে। আহামে ৰাজশক্তি নিশ্চিত পতনৰ মুখে আগবাঢ়ে। মাৱোমৰীয়া বিদ্ৰোহৰ আন এক ৰাজনৈতিক ফলাফল হ’ল এই মাৱোমৰীয়া বিদ্ৰোহ আৰু মানৰ আক্ৰমণত ৰাজহাড় ভাঙি পৰা অসমলৈ ইংৰাজ শক্তিৰ আগমন ঘটে আৰু ইংৰাজসকলৰ আগমনৰ লগে লগেই অসমৰ স্বাধীনতাৰ বেলি চিৰদিনৰ বাবে মাৰ যায়।

(খ) অর্থনৈতিক ফলাফল : মাৱোমৰীয়া বিদ্ৰোহ ফলত অসমৰ অৰ্থনৈতিক শক্তি নিশকতীয়া হৈ পৰিছিল। ৰাজভঁৰাল উদং হৈ পৰিছিল আৰু প্ৰজাসাধাৰণৰাে অর্থনৈতিক শাষেণৰ বলি হয়। ফলত সিহঁতৰ দুখ- দুর্দশা বহুগুণে বৃদ্ধি পাইছিল। দ্বিতীয়তে কর্মপটু মোৱামৰীয়াসকলৰ বহু সংখ্যক বিদ্ৰোহত প্ৰাণ আহুতি

দিব লগা হৈছিল। ফলত দেশত কাৰিকৰ আৰু কৰ্মপটু  লাকেৰ অভাৱ হৈ দেশখন অর্থনৈতিক দিশত ভাঙি পৰিছিল।

প্রশ্ন ৬। মাৱোমৰীয়া বিদ্ৰোহক তুমি সফলনে বিফল বিদ্রোহ বুলি ভাবা? যুক্তি দিয়া।

উত্তৰঃ অসমত মাৱোমৰীয়া বিদ্ৰোহ তিনিবাৰকৈ সংঘটিত হৈছিল। এই বিদ্রোহে কিছু দিশত সফলতা লাভ কৰিছে বুলি ক’ব পাৰি। তাৰ কাৰণ কেইটামান হ’ল

(ক) মাৱোমৰীয়া বিদ্ৰোহীসকলে ৰংপুৰ অধিকাৰ কৰি তাত ভৰত সিংহনামৰ এজনক ৰজা আৰু শুকুৰা বালো এজনক বৰবৰুৱা পাতি দেশ শাসন কৰিবলৈ

লৈছিল।

(খ) ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে জাপৰিভিঠাত ডফলা বহতীয়াসকলে তাতী নামৰ এজন ৰজাক ৰজা পাতি দেশ শাসন কৰিবলৈ লৈছিল।

(গ) মাজুলীত মাৱোমৰীয়াসকলে ৰজা পাতিছিল হাউহা নামৰ এজন ডেকাক আৰু বেংমৰাত (বৰ্তমান তিনিচুকীয়া) হাতীচুঙ্গী মৰাণসকলে সৰ্বানন্দক ৰজা আৰু গাৰ্ধেক বৰবৰুৱা পাতি ৰাজ্য শাসন কৰিছিল । তেওঁ ১৭৮৮ চনৰ পৰা ১৮০৫ চনলৈকে বেংমৰাত ৰাজত্ব কৰিছিল।

(ঘ) শদিয়াত খামতিসকলে বুঢ়া ৰজা আৰু ডেকা ৰজা নামৰ দুজনক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ লৈছিল।

(ঙ) নামনি অসমত দৰঙৰ ৰজা হংস নাৰায়ণক ছল কৰি গুৱাহাটীলৈ মাতি আনি গৌৰীনাথ সিংহই হত্যা কৰাৰ পিছত তেওঁৰ পুত্ৰ কৃষ্ণনাৰায়ণে বঙালীবৰকান্দাজৰ সহায়ত কামৰূপ দখল কৰে৷ এনেদৰে তিনিবাৰকৈ সংঘটিত হাৱো মাৱোমৰীয়া বিদ্রোহত আহামে শাসন ব্যৱস্থাৰ ভেটি কিছু পৰিমাণেদুৰ্বল হৈ পৰিছিল।

প্রশ্ন ৭। কেপ্তেইন ওৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল? কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ’ল?

উত্তৰঃ ১৭৮৮ চনত মাৱোমৰীয়াসকলে বিদ্ৰোহ কৰি ৰজাঘৰীয়া সৈন্য বাহিনীক পৰাজিত কৰি ৰাজধানী দখল কৰে। আহামে ৰজা গৌৰীনাথ সিংহ ৰাজধানী এৰি পলাই যায়। সেয়ে মাৱোমৰীয়াসকলৰ পৰা আহামেসকলে ৰাজ্য পুনৰ ঘূৰাইপাৱোৰ আশাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় বিচাৰে।ইংৰাজসকলে ও আহামেৰজাৰ প্ৰাৰ্থনাত সঁহাৰিজনাই কেপ্তেই ওৱেলছক অসমলৈ পঠাই দিয়ে। তেওঁৰ অসম অভিযানৰ মখ্য উদ্দেশ্য আছিল অসম সম্পর্কে বিতং অভিযানৰ মুখ্য উদ্দেশ্য আছিল অসম সম্পর্কে বিতং তথ্য সংগ্ৰহ কৰা আৰু আহামে ৰজাক পুনৰ আহামে ৰাজ্যৰ সিংহাসন ঘূৰাই পাৱোত সহায় কৰা। সেই সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কৰ্ণৱালিচৰ উত্তৰসূৰী হিচাপে ঘৰ জন ছাৰে ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হিচাপে নিযুক্তি লাভ কৰে। ঘৰ জন ছেৰে অহস্তক্ষেপ নীতি গ্রহণ কৰিছিল। অর্থাৎ তেওঁ কোনো পৰৰাজ্যত হস্তক্ষেপকৰাৰ পৰা বিৰত থাকিব বিচাৰিছিল। সেয়ে তেওঁ কেপ্তেইন ওৱেলছক অতি সানেকালেই অসমৰ পৰা প্ৰত্যাৱৰ্তন কৰিবলৈ নিৰ্দেশ দিয়ে। গৱৰ্ণৰ জেনেৰেলৰ নিৰ্দেশ অনুসৰি কেপ্তেইন ওৱেলছেনিজৰ অভিযান সমাপ্ত নকৰাকৈয়ে অসম এৰি যাবলৈ বাধ্য হয়৷

৮। মাৱোমৰীয়া বিদ্ৰোহ দমনত ওৱেলছৰ ভূমিকা বৰ্ণনা কৰা৷ তেওঁ কিমান দূৰ সফল আছিল বুলিভাবা?

উঃ ১৭৮৮ চনৰ মাৱোমৰীয়া বিদ্ৰোহদমনত কেপ্তেই ওৱেলছৰ বিশেষ অৱদান আছে বুলি ক’ব লাগিব। কাৰণ মাৱোমৰীয়া বিদ্ৰোহআছিল আহামে ৰাজশক্তিৰ বাবে প্রচণ্ড সহিব নাৱোৰা আঘাত স্বৰূপ। এই যুদ্ধত পৰাজিত হৈ আহামে ৰজা গৌৰীনাথ সিংহ ৰাজধানী এৰি গুৱাহাটীলৈ পলাই যাব লগা হয়। আহামে ৰজাই মাৱোমৰীয়াসকলৰ হাতৰ পৰা নিজৰ ৰাজ্য পুনৰ ঘূৰাই পাৱোৰ আশা কৰি ইষ্ট ইণ্ডিয়া কোম্পানীৰ সহায় ভিক্ষা কৰে। ইপিনে আহামে ৰজাৰ এনে দুৰ্যোগৰ সময়ত সুবিধা বুজি আহামেৰ কৰতলীয়া হিচাপে থকা দৰৱ ৰজা কৃষ্ণাৰায়ণ, উত্তৰ কামৰূপৰ হৰদত্ত বীৰদত্ত আৰুনগাঁৱত সিন্ধৰা হাজৰিকাই আহামে ৰজাৰ বশ্যতা ওফৰাই বিদ্ৰোহ ঘাষেণা কৰে। আনহাতে সময়ত সুবিধা বুজি আহামেৰ কৰতলীয়া হিচাপে থকা দৰৱ ৰজা কৃষ্ণাৰায়ণ, উত্তৰ কামৰূপৰ হৰদত্ত বীৰদত্ত

আৰুনগাঁৱত সিন্ধৰা হাজৰিকাই আহামে ৰজাৰ বশ্যতা ওফৰাই বিদ্রোহ ঘাষেণা কৰে। আনহাতে গুৱাহাটীত থকা স্বৰ্গদেউ গৌৰীনাথ সিং আশ্ৰয় গৃহত কৈৱৰ্ত সম্প্ৰদায়ৰ কিছুমান লোকে জুই লগাইদিয়াতৰজাই গুৱাহাটীৰ পৰা পলাবলগীয়াহয়।ৰজাই ব্ৰহ্মপুত্ৰইদি ভটিয়াই যাওঁতে আধবাটতে বংগৰ পৰা আহি থকা কেপ্তেইন ওৱেলছক লগ পায়। তেতিয়া ৰজাই ওৱেলছৰ লগত পুনৰ গুৱাহাটীলৈ ওভতি আহি গুৱাহাটী উদ্ধাৰ কৰে। কেপ্তেইন ওৱেলছৰ বাহিনী আৰুৰজাৰ সৈন্য বাহিনীৰ মিলিত শক্তিৰ হাতত দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ, নগাওঁৰ

সিন্ধুৰাহাজৰিকা আৰুউৰ কামৰূপৰ দত্তবীদ ও পৰাজিত হয় আৰু বন্ধী হয়। গুৱাহাটীৰ বিদ্ৰোহ দমন কৰি কেপ্তেইন ওৱেলছে। মাৱোমৰীয়াসকলৰ হাতৰ পৰা উজনি অসম উদ্ধাৰ কৰিবলৈ ৰংপুৰ অভিমুখে যাত্ৰা কৰে। বৃটিছবাহিনী আৰু পূৰ্ণানন্দ বুঢ়াগাহোঞিৰ মিলিত বাহিনীয়ে মাৱোমৰীয়াসকলক পৰাজিত কৰি ৰংপুৰ এৰি যাবলৈ বাধ্য কৰায়। অৱশেষত প্ৰায় ছয় বছৰ পিছত মাৱোমৰীয়াসকলৰ হাতৰ পৰা ৰাজ্য উদ্ধাৰ কৰি গৌৰীনাথ সিংহপুনৰ ইংৰাজৰ সহায়ত সিংহাসন ঘূৰাই পায়। সেয়েকব পাৰি মাৱোমৰীয়া বিদ্ৰোহ দমনত কেপ্তেই। ওৱেলছ সম্পূর্ণ সফল হয়।

৯। কেপ্তেইনওৱেলছৰ অসম সম্পৰ্কীয় বিৱৰণ আলাচেনা কৰা ৷

উত্তৰঃ কেপ্তেইন ওৱেলছ চাহাবে অসমৰ বিষয়ে এটা মূল্যৱান টোকা লিখি সেই সময়ৰ ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেল ছাৰ জন ছাৰেলৈ প্ৰেৰণ কৰিছিল। সেই বিৱৰণৰ পৰা ওঠৰ শতিকাৰ অসমৰ ৰাজনৈতিক আৰু আনা নে হল নাপনিয়াল বানি ক্ষেত্ৰখনৰ কথা উনুকিয়াই লিখিছিল যে এই বাণিজ্যৰ পৰা অসমে বছৰি প্ৰায় ৯০,০০০ টকাৰ শুল্ক আদায় কৰিছিল। অৱশ্যে তাৰে ২৬,০০০ মান টকাহে ৰাজকোষত সামোইছিল। তেওঁৰ বিৱৰণৰ পৰা অনুমান কৰিব পাৰি যে সেইসময়ত অসমত লাণেৰ বৰ আকাল আছিল। আমদানি বস্তুবাৰেৰ ভিতৰত লােেণই আটাইতকৈ উল্লেখযাগ্যে আছিল। বংগদেশৰ পৰা বছৰি প্ৰায় ২০,০০০ মানে লাণে আমদানি কৰা হৈছিল। অসমৰ ভিতৰতো শদিয়া আৰু নগাপাহাৰত কিছু লাণে উৎপাদন হৈছিল যদিও তাৰ মান নিম্নস্তৰৰ আছিল। লাণে বৰ দামী বস্তু আছিল আৰু সেইবাৰে সাধাৰণ মানুহে ইয়াক ব্যৱহাৰ কৰিবলৈ অসমৰ্থ আছিল। অসমত যথেষ্ট পৰিমাণে ধান উৎপন্ন হাৱোৰ লগতে সৰিয়হ, কুঁহিয়াৰ, আদা, নীল, তামালে-পাণ, লা, লা, সোণ আদি উৎপন্ন হৈছিল।

সেই সময়ত গুৱাহাটী এখন আহল-বহল আৰু জনবহুলনগৰ আছিল। নগৰখনব্ৰহ্মপুত্ৰ নদীৰ দুয়াপোৰ জুৰি বিস্তুত আছিল। নদীৰ পাৰত থকা এটা গড়ত ১১৩ টা কামান আছিল। আৰু তাৰে তিনিটা ইউৰাপেত তৈয়াৰী আছিল। ব্ৰহ্মপুত্ৰ নদীৰ পৰা অলপ দূৰৈত ৬ ফুট মান ওখ পকী দেৱালেৰে আগুৰা এডাখেৰ ঠাইত ইমান ডাঙৰ এটা ঘৰ আছিল যে তেওঁৰ আটাইবাৰে সৈন্য তাতেই থাকিব পাৰিছিল। গুৱাহাটীৰ লগতে আহামেৰ ৰাজধানী ৰংপুৰ নগৰখনৰো তেওঁ এটি বর্ণনা দিছিল। ইয়াৰ পৰিসীমা প্রায় ২০ মাইলমান হ’ব। ইয়াতো ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল। অৱশ্যে বেৰবোৰে উৱলি গৈছিল। নগৰৰ দাঁতিকাষৰীয়া ঠাইবাৰেত ভাল খেতি হৈছিল। সৰহভাগ মাটিয়েই ৰজা আৰু ডা- ডাঙৰীয়াসকলৰ সম্পত্তি আছিল। বজাৰত উৎপন্ন বস্তুৰ বেচা-কিনা সাধাৰণতে নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নাৱোৰিছিল। সাণে আৰু নিমখহে বেহা- বেপাৰৰ মাধ্যম। হিচাপে ব্যৱহাৰ হৈছিল। বস্তুৰ দাম অতিপাত সস্তা আছিল। সাধাৰণ মানুহে অন্য বস্তুতকৈ টকাৰহে নাটনিত ভুগিছিল। তথাপি অসম এখন ঐশ্বর্যশালী দেশ আছিল আৰু ৰজা গৌৰীনাথ সিংহই ব্ৰিটিছ সেনাৰ ভণ-পাযেণৰ বাবে যথেষ্ট টকা-পইচা খৰচ কৰিবলৈ সমৰ্থ হৈছিল।

১০। চমুটোকা লিখা ?

(ক) কীৰ্তিচন্দ্ৰ বৰুৱা (খ) মায়ামৰা সত্ৰ (গ) পূৰ্ণানন্দ বুঢ়াগাহোঞি (ঘ)কাড়ী পাইক আৰু চমুৱা পাইক (ঙ) ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি (চ)বৰৰজা ফুলেশ্বৰী (ছ) পৰ্বতীয়া গোসাঁই, (জ) সৰ্বানন্দ, (ঝ) ভৰত সিংহ, (ঞ) ৰংপুৰ নগৰ।

উত্তৰ:

(ক) কীর্তিচন্দ্ৰ বৰবৰুৱা→ কীর্তিচন্দ্ৰ বৰবৰুৱা এজন প্রবল প্রতাপী ৰজা আছিল। তেওঁৰ পিতৃৰ নাম ৰূপচন্দ্ৰ বৰবৰুৱা আছিল। ১৭১৮ চনত ৰূপচন্দ্ৰৰ মৃত্যু হাৱোৰ পিছত স্বৰ্গদেউ শিৱ সিংহই পুতেক কীর্তিচন্দ্ৰ বৰবৰুৱা পদবীত নিযুক্তি দিছিল। কীৰ্তিচন্দ্ৰৰ কু-চক্ৰান্তৰ বাবেই স্বৰ্গদেউ ৰূদ্ৰসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ মাহেনমালা দত্তৰ বিপৰীতে ভায়েক ৰাজেশ্বৰ সিংহই ৰাজ সিংহাসনত আৰোহণ কৰিব পাইছিল। ৰাজেশ্বৰ সিংহই ৰাজ্য পৰিচালনা কৰাতকৈ আমাদে-প্রমাদেত দিন কটাবলৈ বেছি ভাল পাইছিল৷ তেওঁ ৰাজ্য শাসনৰ ভাৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ হাতত অৰ্পণ কৰিছিল৷ কীর্তিচন্দ্ৰ বৰবৰুৱাৰ ৰাজ্য- শাসনৰ ভাৰ দিনক দিনে বাঢ়ি যাৱোত ডা-ডাঙৰীয়াসকলে তেওঁক দেখিব নাৱেৰা হ’ল। কাৰণ কীর্তিচন্দ্ৰ সাধাৰণ কাড়ী খেলৰ মানুহ আছিল। নুমলী বৰগোহাঁয়ে “চকৰীফেটা” নামৰ এখন বুৰঞ্জীপুথিত কীর্তিচন্দ্ৰ বৰবৰুৱাৰ পৰিয়ালক এখন বুৰঞ্জীপুথিত কীর্তিচন্দ্ৰ বৰবৰুৱাৰ পৰিয়ালক জলম বঁটা’ অর্থাৎ ‘নকল আহামে’ বুলি লিখি থৈ গৈছে। কীর্তিচন্দ্ৰ বৰবৰুৱাই এই কথাৰ প্ৰতিবাদ কৰি নৰা দেশৰ পৰা নিজা আত্মীয় মানুহ আনি প্ৰমাণ কৰি কৈছিল যে তেওঁ সম্ভ্রান্ত আহামে পৰিয়ালৰ লাকে হয়। এনে কাৰ্যই তেওঁৰ কিবা সন্দেহ থকা বুলি ভাবি ৰজাৰ পৰা ৰাজ্যৰ বুৰঞ্জী পৰীক্ষা কৰাৰ আদেশ দিলে। উপায়হীন হৈ বৰুৱাই ছুমিান বুৰঞ্জীত আপত্তিজনক কথা থকা বুলি ভাবি বুৰঞ্জীবাৰে পৰীক্ষা কৰাৰ আগতেই পুৰি পেলায়। তেওঁৰ এনে কাৰ বাবে জনসাধাৰণৰ মনত তেওঁ অপ্ৰিয় হৈ পৰে। কিছুমানে ষড়যন্ত্ৰ কৰি তেওঁক বধ কৰিবলৈ চেষ্টা কৰে। কিন্তু তেওঁ কোনোমতে পলাই প্ৰাণ ৰক্ষা কৰে।

(খ) মায়ামৰা সত্ৰ →মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম। ই কাল সংহতিৰ অন্তৰ্ভুক্ত। মূলতে মৰাণ জনগাষ্ঠেীৰ লাকেসকল এই সত্ৰৰ শিষ্য আছিল৷ ইয়াৰ উপৰি অসমৰ বহুতা েজনজাতি যেনে কছাৰী, চুতীয়া, আহামে, কৈৱৰ্ত্ত আদি লাকেৰ মাজতো এই সত্ৰই যথেষ্ট জনপ্রিয়তা লাভ কৰিছিল। মায়ামৰা সত্ৰখনৰ এটা বিশেষত্ব হল যে এই সত্ৰৰ সত্ৰাধিকাৰসকল কেৱল ক্ষুদ্র সম্প্রদায়ভুক্ত আছিল। এই মায়ামৰা’ শব্দৰ পৰাই মাৱোমৰীয়া শব্দটো উৎপত্তি হৈছিল। মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰসকলক জনসাধাৰণে এটা সুকীয়া মৰ্যাদা দিছিল। ইয়াৰ ফলত এই সত্ৰত শিষ্যৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছিল। এই সত্ৰৰ শিষ্যসকলে কোনো কাৰণতে গুৰুৰ বাহিৰে আন কাৰা েওচৰত মূৰ দোউৱা নাছিল। সেয়েহে গুৰুৱে এনে পৰিস্থিতিৰ বাবে নিজকে স্বৰ্গদেউৰ লগত তুলনা কৰিছিল ইয়াৰ ফলত আহামে ৰাজশক্তি আৰু মাৱোমৰীয়াসকলৰ মাজত মনামোলিন্য ঘটিছিল। তাৰ পৰিণতি স্বৰূপেই অসমৰ ইতিহাসত আটাইতকৈ দীর্ঘকাল। জুৰি সংঘটিত হাৱো ভয়াবহ বিদ্ৰোহ হৈছে মাৱোমৰীয়া গণ বিদ্রোহ।

(গ) পূৰ্ণানন্দ বুঢ়াগোহাঞি→ পূৰ্ণানন্দ বুঢ়াগাহোঞি আহামে ৰাজ্যৰ এজন ক্ষমতাশালী মন্ত্ৰী আছিল। তেওঁ ঘনশ্যাম বুঢ়াগোহাঁইৰ পুত্ৰ আছিল। গৌৰীনাথ সিংহৰ ৰাজত্বকালত পিতাকৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰ সূত্রে ১৭৮২ চনত তেওঁ বুঢ়াগোহাঁইৰ পদৱীত অধিস্থিত হয়। তেওঁ মাৱোমৰীয়া বিদ্ৰোহ দমন কৰিবলৈ দৃঢ়তা অৱলম্বন কৰিছিল যদিও বিশেষ একো কৰিব পৰা নাছিল। তেওঁ ১৭৮২ চনৰ পৰা ১৮১৭ চনলৈ প্ৰায় ৩৪/৩৫ বছৰ ধৰি আহামে ৰাজ্যৰ বুঢ়াগোহাঁই তথা ৰাজমন্ত্ৰী আছিল। পূৰ্ণানন্দৰ স্বেচ্ছাচাৰিতাৰ বাবে দেশৰ লােেক তেওঁক অকণাকে ভাল পাৱো নাছিল। পূৰ্ণানন্দৰ দৌৰাত্ম সহ্য কৰিব নাৱোৰি দেশৰ ভালেমান মুখিয়াল লােেক কমলেশ্বৰ সিংহৰ ৰাজত্বকালত পানীমুৱা নামৰ এটা বিদ্ৰোহ সংগঠিত কৰিছিল। পূৰ্ণানন্দ বুঢ়াগোহাঁই আহামে সাম্ৰাজ্যৰ শৈষ শক্তিশালী ব্যক্তি আছিল।

(ঘ) কাড়ী পাইক আৰু চমুৱা পাইকঃ→ কাড়ী পাইক আৰু চমুৱা পাইক পাইকসকলৰ দুটা ভাগ। কাড়ী পাইকৰ সংখ্যা অধিক। চমুৱা পাইকৰ সংখ্যা কম যদিও তেওঁলাকে আছিল কাড়ী পাইকতকৈ মানত উচ্চ। কিন্তু লাহে লাহে ৰাজ্যত চমুৱা পাইকৰ সংখ্যা বৃদ্ধি হাৱোত দামী পাইকৰ সংখ্যা কমিবলৈ ধৰে।

(ঙ) ওৱেলছ আৰু গৌৰীনাথ সিংহৰ মাজৰ বাণিজ্য চুক্তি → বৈৰাগী ৰজাৰ নেতৃত্বত কৈবর্ত সম্প্ৰদায়ৰ কিছুমান মানুহে গুৱাহাটীত থকা স্বৰ্গদেউৰ আশ্রয়গ্ৰহটোত জুই লগাই দিয়াত তেওঁ গুৱাহাটীৰ পৰা পুনৰাই পলাবলগীয়া হ’ল। ব্ৰহ্মপুত্ৰেৰে ভটিয়াই যাওঁতে আদবাটতে তেওঁ বংগৰপৰা আহি থকা কেপ্তেইন ওৱেলছক লগ পাই তেওঁৰ ভৰসাতে আকৌ গুৱাহাটীলৈ উভতি আহে আৰু ওৱেলছৰ সহায়ত পুনৰাই গুৱাহাটী অধিকাৰ কৰে। বৈৰাগীৰজা আৰু তেওঁৰ অনুগামীসকলক বন্দী কৰা হ’ল। দৰঙৰ ৰজা কৃষ্ণনাৰায়ণ আৰু তেওঁৰ ভেৰোণীয়া সৈনিকৰ দল বৰকান্দাজসকলকো যুদ্ধত পৰাস্ত কৰা হ’ল। হৰদত্ত চৌধুৰীৰ বিদ্ৰোহ দমন কৰি তেওঁলাকেক আহামেৰ কৰতলীয়া ৰজা হিচাপে পুনৰ স্বীকৃতি দিয়া হ’ল । দৰঙীয়া আৰু কামৰূপীয়া বিদ্ৰোহ আৰু বৰকান্দাজ সমস্যাৰ অন্ত পেলাই ওঁৱেলছে উজনিত আহামে ৰাজ্য নিষ্কণ্টক কৰাৰ মানসেৰে ৰংপুৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিলে। কাৰণ ইতিমধ্যেই আহামে ৰজা গৌৰীনাথ সিংহ আৰু কেপ্তেইন ওৱেলছৰ মাজত এখন বাণিজ্যিক চুক্তি স্বাক্ষৰিত হৈছিল।১৭৯৩ চনৰ ৮ ফেব্ৰুৱাৰীত স্বাক্ষৰিত হাৱো এই চুক্তিমতে,

(১) ইংৰাজৰ অধীনস্থ যিকোনো ঠাইৰ পৰা অসমলৈ আমদানি হাৱো সামগ্ৰীৰ ওপৰত ১০% কৰ ধাৰ্য কৰা হ’ল।

(২) অসমৰ পৰা ইংৰাজৰ অধীনৰ যিকোনো প্ৰান্তলৈ ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰতো সমপৰিমাণৰ অৰ্থাৎ ১০% কৰ ধাৰ্য কৰা হ’ল৷

(৩) ধন আৰু চাউলৰ ওপৰত কোনা েকৰ নাথাকিব। (৪) গুৱাহাটী আৰু কান্দাহাৰত দুটা শুল্ক চকী স্থাপন কৰি ৰপ্তানি আৰু আমদানি কৰ আৰাপে কৰাৰ ব্যৱস্থা কৰা হ’ল।

(৫) ইংৰাজৰ বাহিৰে আন ইউৰাপেীয় বেপাৰীয়ে ইংৰাজ আৰু আহামে চৰকাৰৰ বিনা অনুমতিত অসমত বেহা-বেপাৰ কৰিব নাৱোৰিব।

এই চুক্তিখনৰ স্বাৰ্থতেই উজনিৰ মাৱোমৰীয়াসকলক দমন কৰি আহামে শাসনৰ পুনৰ প্ৰতিষ্ঠা কৰাটো এক প্ৰকাৰ জৰুৰী হৈ পৰিছিল। সকলো কথা গমি ওৱেলছে গৱৰ্ণৰ জেনেৰেলক ছটা নতুন কোম্পানি ফৌজ পঠাবলৈ অনুৰাধে কৰিছিল। গৱৰ্ণৰ জেনেৰেল লর্ড কৰ্ণৱলিছে পৰিস্থিতিৰ গুৰুত্ব বুলি ওৱেলছৰ পত্ৰৰ সঁহাৰি জনাই অতিৰিক্ত ফৌজ পঠাই দিছিল । ১৭৮৬ চনৰ পৰাই বুঢ়াগাহোঞি পূৰ্ণানন্দ ডাঙৰীয়াই অশেষ কষ্টেৰে বাৰেহাটৰ বাহিৰতে মাৱোমৰীয়াসকলৰ গতিৰাধে কৰি আছিল। এতিয়া ওৱেলছৰ নেতৃত্বত অহা নতুন ব্ৰিটিছ ফৌজে আহামেৰ সৈন্যৰ মনাবেল বহুগুণে বৃদ্ধি কৰিলে। বৃটিছ আৰু আহামেৰ সৈন্যৰ যুটীয়া আক্ৰমণত মাৱোমৰীয়াসকল তিষ্ঠিৱ নাৱোৰি ৰংপুৰ এৰি পলাই যাবলৈ বাধ্য হ’ল। ভালেমান মাৱোমৰীয়াৰ মৃত্যু হ’ল। ৰজা ভৰতসিংহও বেয়াকৈ ঘুণীয়া হ’ল আৰু কোনা েমতে প্ৰাণ লৈ পলাই গ’ল৷ ৰংপুৰ পুনৰ বিদ্ৰোহীৰ কৱলৰ পৰা উদ্ধাৰ হ’ল। ১৭১৪ চনৰ ২১ মাৰ্চৰ দিনা গৌৰীনাথ সিংহই ৰাজধানীত প্ৰৱেশ কৰে।

(চ) বৰজা ফুলেশ্বৰী→ স্বৰ্গদেউ শিৱসিংহৰ ৰাণী আছিল ফুলেশ্বৰী কুঁৱৰী। তেওঁ এগৰাকী বিদ্যোৎসাহী মহিলা আছিল। তেওঁ লিখা-পঢ়াৰ সুবিধাৰ বাবে ৰাজ্যত বহুতো টোল পাতিছিল। তেওঁৰ নিৰ্দেশমতে গৌৰীসাগৰ পুখুৰী আৰু দৌল নিৰ্মাণ কৰা হৈছিল ৷ এওঁৱেই আছিল আহামেৰ ৰাজত্বকালত কাজকার্য পৰিচালনা কৰা প্ৰথম গৰাকী মহিলা। ফুলেশ্বৰী কুঁৱৰীয়ে কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ পোৰিহত এজনৰ ওচৰত শাস্ত্ৰ ধৰ্মৰ শিল্প লৈছিল। সেই সময়ত ব্ৰাহ্মণ পণ্ডিতসকলে শিৱসিংহৰ ছত্ৰ ভংগৰ যাগে আছে বুলি কৈ ফুলেশ্বৰী কুঁৱৰীক ‘বৰৰজা’ উপাধি দি দেশ শাসন কৰিবলৈ দিছিল। ফুলেশ্বৰীয়ে নতুনকৈ ক্ষমতা পাই মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰৰ সৈতে জৰিত সন্ত- মহন্ত, ভকত সকলোকে বহুতো লঘু লাঞ্ছনা কৰি অশেষ নির্যাতন কৰিছিল। শাক্ত ধৰ্মত নতুনকৈ দীক্ষা লাৱো এইগৰাকী ৰাণীৰ বৈষ্ণৱ নিৰ্যাতন কার্যত ইন্ধন যাগোইছিল কীৰ্তি চন্দ্ৰ বৰুৱাই ৰাণী ফুলেশ্বৰীয়ে বৈষ্ণৱ সত্ৰাধিকাৰ, মহন্ত আৰু ভকতসকল শক্তি পূজাৰ বিৰাধেী আছিল কাৰণে ৰাণীয়ে দেৱী মন্দিৰত পূজাৰ আয়াজেন কৰি তালৈ মায়ামৰা সত্ৰকে ধৰি অন্যান্য সত্ৰানুষ্ঠানৰ সত্ৰাধিকাৰ আৰু মহন্ত ভকতসকলক ধৰি আনি দেৱী পূজাৰ প্ৰসাদ খুৱাই আৰুবলিৰ তেজেৰে কপালত ফোট দিয়াই লঘু-লাঞ্ছনা কৰিছিল। ইয়াৰ ফলস্বৰূপে সময়ত আহামে ৰাজ্যত “মাৱোমৰীয়া বিদ্রোহ’ দেখা দিছিল। ১৭৩১ খ্ৰীত ফুলেশ্বৰী কুঁৱৰীৰ মৃত্যু হয়।

(ছ) পৰ্বতীয়া গোসাঁই → স্বৰ্গদেউ ৰুদ্ৰসিংহ বংগদেশৰ নদীয়াৰ পৰা কৃষ্ণৰাম ভট্টাচাৰ্য নামৰ এজন শক্ত ব্রাহ্মণ পণ্ডিতক ৰাজ্যলৈ মতাই অনাইছিল।পিছলৈ পুত্ৰ শিৱসিংহই তেওঁৰ ওচৰত শৰণ লৈছিল আৰু ব্রাহ্মণজনক নীলাচল পাহাৰত স্থাপন কৰিছিল। তেতিয়াৰ পৰাই কৃষ্ণ ৰাম ভট্টাচৰ্য আৰু তেওঁৰ উত্তৰ পুৰুষসকলক পৰ্বতীয়া গোসাঁই নামেৰে জনা যায়।

(জ) সর্বানন্দঃ→ সৰ্বানন্দ সিংহ মৰাণ সকলৰ নেতা আছিল। মাৱোমৰীয়া সকলৰ নেতা ভৰত সিংহৰ মৃত্যুৰ পিছত সৰ্বানন্দই মাৱোমৰীয়া বিদ্ৰোহৰ নেতৃত্ব গ্ৰহণ কৰিছিল। সেই সময়ত মাৱোমৰীয়া সকলৰ ভিতৰত মৰাণ সকলেইসকলোতকৈ শক্তিশালী আছিল। সেয়েহে পূৰ্ণানন্দৰগাহাঁয়ে মাৱোমৰীয়া নেতা সৰ্বানন্দৰ লগত এখন চুক্তি কৰি বেংমৰাক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ আৰু দিহিঙৰ মাজত ভূ-খণ্ড মটক ৰাজ্য’ নাম দি নতুন স্বতন্ত্ৰ ৰাজ্য স্থাপন কৰিলে। ১৭৮৮ চনত গৌৰীনাথ সিংহ গুৱাহাটীলৈ পলাই যাৱোৰ পিছত বিদ্রোহীসকলে বেংমৰা হাতীচংগীত সৰ্বানন্দক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ দিছিল। সৰ্বানন্দই ১৮০৫ চনলৈকে শাসন চলাইছিল।

(ঝ) ভৰত সিংহ→ ভৰত সিংহ মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ সম্পৰ্কীয় লাকে আছিল। তেওঁ এজন মাৱোমৰীয়া বিদ্ৰোহৰ নেতা আছিল। ১৮০১ চনত তেওঁৰ নেতৃত্বত এদল মাৱোমৰীয়াই চিংফৌ আৰু খামতিসকলৰ সৈতে লগ হৈ বিদ্ৰোহ কৰিছিল। তেওঁলোকে বিদ্ৰোহকৰ ঠাইখন হ’ল বেংমৰা (বৰ্তমান তিনিচুকীয়া জিলা)। মাৱোমৰীয়া বিদ্ৰোহীসকলে ৰংপুৰ দখল কৰাৰ পিছত তেওঁক ৰংপুৰৰ ৰজা পাতিছিল। ভৰত সিংহই শুকুৰা নামৰ এজন বৰবৰুৱাৰ লগত দেশ শাসন কৰিছিল।

(ঞ) ৰংপুৰ নগৰঃ→ ৰংপুৰ আহামেৰ ৰাজধানী আছিল। স্বৰ্গদেউ ৰুদ্ৰসিংহই ১৬৯৮ চনত এই ৰাজধানী নগৰ প্ৰতিষ্ঠা কৰে। ৰংপুৰৰ পুৰণি নাম মেটেকা স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংঘৰ সজাই ৰং-ৰহইচ কৰি নগৰ খন লাৱোৰ বাবেনামনিৰ ৰংপুৰৰ নামেৰেই এইনগৰৰ নাম ৰংপুৰ থয়। তেতিয়াৰে পৰা মাৱোমৰীয়াসকলৰ বিদ্ৰোহত নগৰ উছন হাৱোলৈকে ৰংপুৰ আহামেৰ ৰাজধানী আছিল। বৰ্তমানৰ শিৱসাগৰ নগৰখনেই আছিল পূৰ্বৰ ৰংপুৰনগৰ। বৰ্তমান ৰংপুৰৰ পৰিসীমা প্রায় ১০ মাইল মান হ’ব। ইয়াত ইটাৰ বেৰ দিয়া এখন সুৰক্ষিত ঠাই আছিল। নগৰৰ দাঁতিকাষৰীয়া ঠাইবাৰেত ভাল খেতি হৈছিল। সৰহভাগ মাটিয়েই ৰজা আৰু ডা- ডাঙৰীয়া সকলৰ সম্পত্তি আছিল। বজাৰত উৎপন্ন বস্তুৰ বেচা- কিনা সাধাৰণতে নহৈছিল। ধান কেতিয়াও বিক্ৰী কৰিব নাৱোৰিছিল। সাণে আৰু নিমখহে বেহা- বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল। বস্তুৰ দাম বেপাৰৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈছিল। বস্তুৰ দাম অতিপাত সস্তা আছিল।

 

 

Leave a Reply

NotesMaster.in