CLASS 9 । SOLUTIN OF MOTION গতি । CHAPTER 8 । IN ASSAMESE MEDIUM। SEBA BOARD । SCIENCE । SANKARDEV BIDYA NIKET
প্ৰশ্নাৱলী – (পৃষ্ঠা নং ১০০) 1.বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে।ইয়াৰ সৰণ শূন্য’হব পাৰেনে? যদি পাৰে, তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া । উওৰঃ- হয়, বস্তু এটাই এক…