Class 9 Maths Solution। Chapter 1। Exercise 1.5 ।নৱম শ্ৰেণীৰ। গণিতৰ সমাধান ।SEBA BOARD

Exercise 1.5

Solution:-

(i) 2— √5 অপৰিমেয়

(ii) (3+√23) – √23 এটা অপৰিমেয় সংখ্যা

(iii) এটা পৰিমেয় সংখ্য়া।

(iv) 1/√2 অপৰিমেয় সংখ্য়া।

(v) 2π  অপৰিমেয়

প্ৰশ্নঃ 2. তলৰ প্ৰতিটো ৰাশি সৰল কৰা

3. মনত পেলোৱা যে π ৰ সংখ্য়া দিওঁতে ইয়াক এটা বৃত্ত পৰিধি আৰু সেই বৃত্তৰ ব্য়াসৰ অনুপাত বুলি কোৱা হৈছিল। অৰ্থাৎ π=c/d । দেখা গৈছে যে এইকথাই π যে অপৰিমেয় সেই তথ্য়ৰ বিৰোধিতা কৰিছে। এই বিৰোধিতা কিদৰে মীমাংসা কৰিবা?

Solution:-

বৃত্তৰ পৰিধি আৰু ব্য়াসৰ অনুপাতক π ৰে সূচোৱা হয়। π=3.1459265…..। সঠিক মান নাই

∴ π এটা অপৰিমেয় সংখ্য়া।

4. √9.3 ক সংখ্যা ৰেখাত উপস্থাপন কৰা।

Solution:-

5. তলৰ ৰাশিৰ হৰ বিলাক পৰিমেয় কৰা

Solution:-

Leave a Reply

Your email address will not be published. Required fields are marked *