Class 9 Maths। Chapter 1। Exercise 1.2 Solution।SEBA BOARD।অনুশীলনী ১.2 সমাধান

Exercise 1.2

1. তলৰ উক্তি বিলাক সত্য নে অসত্য উল্লেখ কৰা। তোমাৰ উত্তৰৰ যথাথৰ্তা প্ৰতিপন্ন কৰা?

(i) প্ৰতিটো অপৰিমেয় সংখ্য়াই এটা বাস্তৱ সংখ্য়া।

উওৰঃ- সত্য কাৰণ বাস্তৱ সংখ্যাৰ ভিতৰত সকলো ধৰণৰ সংখ্যাই পোৱা যায়

(ii) সংখ্যাৰেখাৰ প্ৰতিটো বিন্দুৱেই √(m) আৰ্হিৰ, য’ত m এটা স্বাভাৱিক সংখ্যা

উওৰঃ- অসত্য কাৰণ ঋণাত্মক সংখ্যাবোৰ যেনেঃ- – 5,-9,-19 আদি √(m) আৰ্হিৰ নহয় ।

(iii) প্ৰতিটো বাস্তৱ সংখ্য়াই এটা পৰিমেয় সংখ্য়া।

উওৰঃ- অসত্য। কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যবোৰ লগলাগি বাস্তৱ সংখ্যয়া পোৱা যায়। প্ৰতিটো বাস্তৱ সংখ্যায় অপৰিমেয় সংখ্য়া নহয়।

2. সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে ? যদি নহয়; তেনেহলে এটা সংখ্যা উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা ।

উওৰঃ- নহয় । সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় । যেনেঃ- 9 ৰ বৰ্গমূল 3 হয় যিটো এটা পৰিমেয় সংখ্যা ।

3. সংখ্য়াৰেখাত √5 ক সূচিত কৰিব পাৰি দেখুওৱা?

উওৰঃ-

Leave a Reply