CLASS 9 ASSAMESE QUESTIONS ANSWER । CHAPTER 1 । শিশুলীলা । SEBA BOARD। SANKRDEV BIDYA NIKETAN
১/ তলৰ প্ৰশ্নসমূহৰ চমু উত্তৰ দিয়া । (ক) মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? উত্তৰ: মহাপুৰুষ শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ’ল- কীৰ্তন ঘোষা । (খ) মহাপুৰুষ শংকৰদেৱৰ বিৰচিত এখন অংকীয়া…