Exercise 1.3
উওৰঃ-2.তোমালোকে জানা যে 1/7 =0.14285714 দীঘলীয়া হৰণ নকৰাকৈ 8/7, 3/7, 4/7, 5/7,6/7 ৰ দশমিক বিস্তৃতি কিহৰ ধাৰণা কৰিব পাৰিবানে। যদি পাৰিবা কেনেকৈ?
3.তলৰ দিয়া যিবোৰ p/q আৰ্হিত প্ৰকাশ কৰা মৰ্ত P আৰু q অখণ্ড সংখ্য়া আৰু q≠0
⟹ 99 x = 47/99
⟹ 99 x = 54/99
⟹ 990 x = 342
⟹ x = 342/990
⟹ 100 x – 10x = 37-3
⟹ 90 x = 34
⟹ x = 34/90
4. 0.99999……ক p/q আৰ্হিত প্ৰকাশক কৰা। তোমাৰ উত্তৰ দেখি আচৰিত হৈছো নেকি? তোমাৰ শিক্ষক আৰু সহপাঠী সকলৰ লগত এই উত্তৰ অৰ্থবহ আলোচনা কৰা।
সমাধানঃ
0.999999……= 0.9 =9/9=1
5. 1/17 ৰ দশমিক বিস্তৃতিৰ পুনৰাবৰ্তিত গোটটোক কিমানটা অংক থাকিব? হৰণ পদ্ধতি অৱলম্বন কৰি উত্তৰৰ সত্যাতা পৰীক্ষা কৰা?
Solution:-
এতেকে পুনাৰাবৃওি গোটটোত 16 টা অংক থাকিব
6. যদি p আৰু q অখণ্ড সংখ্যা যাৰ 1ৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই তেনেহলে p/q আৰ্হিত থকা বিধিন্ন পৰিমেয় সংখ্য়া লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা। q য়ে কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে?
Solution:- p/q পৰিমেয় সংখ্যাটোক সীমাবদ্ধ দশমিক প্ৰকাশ কৰিবলৈ q ৰ মৌলিক উৎপাদক 2 বা 5 ঘাতত থকিব লাগিব যেনেঃ-
(i) 7/32 সীমাবদ্ধ দশমিক কাৰণ ইয়াৰ হৰ 16 ক 2×2×2×2×2ত লিখিব পাৰি
(ii) 11/125 সীমাবদ্ধ দশমিকক কাৰণ ইয়াৰ হৰ 25 ক 25= 5×5×5 ত লিখিব পাৰি
7. তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাৱৰ্তিত।
Solution:-
- √3 = 1.732050807568
- √26 =5.099019513592
- √101 = 10.04987562112
8. 5/7 আৰু 9/11 ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা।
Solution:-
এতেকে তিনিটা ভিন্ন অপৰিমেয় সংখ্যা হল
- 0.73073007300073000073…
- 0.75075007300075000075…
- 0.76076007600076000076…
9. তলৰ সংখ্য়া কেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰাঃ
(i) √23 (ii) √225 (iii) 0.3796 (iv) 7.478478…. (V) 1.101001000100001…….
সমাধানঃ
- √23 অপৰিমেয় সংখ্যা
- √225 এটা পৰিমেয় সংখ্যা।
- 0.3796 পৰিমেয় সংখ্যা।
(iv) 7.478478…. অপৰিমেয় সংখ্যা।
(v) 1.101001000100001…… এটা অপৰিমেয় সংখ্যা।