প্রাকৃতিক সম্পদ
Class 8 Social Science Chapter 1 প্রাকৃতিক সম্পদ Sankardev Sishu Niketan শংকৰদেৱ শিশু নিকেটন
প্ৰশ্ন ১: প্রাকৃতিক সম্পদ বুলিলে কি বুজা ?
উত্তৰঃ প্রাকৃতিক সম্পদ বুলিলে এনে সামগ্ৰীসমূহ বুজায় যিবোৰ প্ৰকৃতিৰ পৰা লাভ কৰা হয়। এইবোৰ সামগ্ৰী মানুহে নিজৰ প্ৰয়ােজন পূৰণৰ বাবে বিজ্ঞান, প্রযুক্তি আৰু কৌশলৰ সহায়ত ব্যৱহাৰযোগ্য ৰূপত পৰিণত কৰে।

২। সম্পদৰ দুটা প্রধান বৈশিষ্ট্য কি কি?
উত্তৰঃ- সম্পদৰ দুটা মুখ্য বৈশিষ্ট্য হ’ল —
(i) সম্পদত কাৰ্য্য সম্পাদন কৰাৰ সক্ষমতা থাকিব লাগে।
(ii) সম্পদত মানুহৰ বাবে উপকাৰীতা থাকিব লাগে।

প্ৰশ্ন ৩: সম্পদৰ শ্রেণী বিভাজন কৰা ।
উত্তৰঃ সম্পদক মূলত তিনিটা ভাগত বিভাজন কৰিব পাৰি—
১। প্ৰাকৃতিক সম্পদ,
২। মানুহে সৃষ্টি কৰা সম্পদ, আৰু
৩। মানৱ সম্পদ।

৪। ব্যৱহাৰযোগ্য ভূমি সম্পদৰ চাহিদা দিনক দিনে কিয় বাঢ়িছে?
উত্তৰঃ- আজিৰ দিনত পৃথিৱীৰ জনসংখ্যা তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰাত ভূমিৰ প্ৰয়োজনো তেনেদৰে বৃদ্ধি পাইছে। জনসংখ্যাৰ ঘনত্ব বাঢ়ি যোৱাৰ ফলত সেই চাহিদা পূৰণ কৰিবলৈ কৃষিভূমি হ্ৰাস কৰি ঘৰ-বাৰী, ব্যৱসায়-বাণিজ্য আৰু শিল্প প্ৰতিষ্ঠান গঢ়ি তোলা হৈছে। লগতে খাদ্য উৎপাদন বৃদ্ধি কৰাৰ উদ্দেশ্যে বনাঞ্চল উজাৰি কৃষিভূমি বিস্তাৰ কৰা হৈছে। এই সকলো পৰিস্থিতিয়ে ব্যৱহাৰযোগ্য ভূমি সম্পদৰ প্ৰতি চাহিদা দিনক দিনে বাঢ়াই তুলিছে।

৫। ভূমি সম্পদৰ প্ৰধান সমস্যাসমূহ কি কি?
উত্তৰঃ- ভূমি সম্পদৰ প্ৰধান সমস্য়াসমূহ হ’ল ―
(i) ভূমিৰ অৱক্ষয়।
(ii) ভূৃমিস্খলন।
(iii) মাটিৰ ক্ষয়ীভৱন।
(iv) গৰাখহনীয়া।
(v) মৰূকৰণ।
(vi) ভূমি প্ৰদূষণ।

৬। কি কি কাৰণত ভূমিৰ অৱক্ষয় হয়?
উত্তৰঃ- অপৰিকল্পিত কৃষিকাৰ্য, চৰণীয়া পথাৰৰ অত্য়ধিক ব্য়ৱহাৰ, অৰণ্য় ধবংস, নগৰীকৰণ, ঔদ্য়োগীকৰণ আদিৰ ফলত মাটিৰ অৱক্ষয় হয়। কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰ, কীটনাশক আদিৰ অত্য়ধিক প্ৰয়োগে মাটি প্ৰদূষিত আৰু ইটা ভাটা স্থাপনৰ বাবে ভূমিৰ অৱক্ষয় হয়।

প্ৰশ্ন ৭: ভূমি সংৰক্ষণৰ বাবে কেনেধৰণৰ ব্যৱস্থা ল’ব পাৰি ?
উত্তৰঃ ভূমি সংৰক্ষণৰ বাবে তলত উল্লেখিত ব্যৱস্থা সমূহ অধিক ফলপ্রসু হ’ব বুলি ক’ব পাৰি।
১। ব্যাপক হাৰত বৃক্ষৰােপণ কৰা।
২। কৃষি কার্যত ৰাসায়নিক সাৰৰ সলনি জৈৱিক সাৰ প্ৰয়ােগ কৰা।
৩। পাহাৰীয়া অঞ্চলত ঝুমখেতিৰ পৰিৱর্তে বেদিকা কৃষি ব্যৱস্থা প্রচলন কৰা।
৪। চৰণীয়া পথাৰৰ ওপৰ অংশৰ মাটি সুৰক্ষিত কৰা।
৫। গছ – গছনি কটা , মাটি খন্দা আদি মানুহৰ অবাঞ্ছিত কার্য ৰােধ কৰা। আৰু
৬। কয়লা , খাৰুৱা তেল আদিৰ খনন কার্যত বিজ্ঞান সন্মত পদ্ধতি ব্যৱহাৰ কৰা।

৮। চমুটোকা লিখা —
ভূমিস্খলন, গৰাখহনীয়া, মৰূকৰণ, ভূমি প্ৰদূষণ।
ভূমিস্খলন: ভূমিস্খলন হৈছে মাটি বা শিলাস্তৰৰ একেলগে তললৈ খহি পৰাৰ ঘটনা, যি প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত সংঘটিত হয়। সাধাৰণতে পাহাৰীয়া অঞ্চলত নেৰানেপেৰা বৰষুণ, ভূমিকম্প, আৰু গছ-গছনি কাটি ঘৰৰ নিৰ্মাণ কৰাৰ ফলত এই সমস্যা বৃদ্ধি পায়। ইয়াৰ ফলত পৰিবেশ, বাসস্থান, আৰু জীৱন-সম্পত্তিৰ বৃহৎ ক্ষতি হয়। যাতায়তৰ উপৰিও গুৰুতৰ প্ৰভাৱ পৰে। সঠিক পৰিকল্পনা আৰু সাৱধানতা গ্ৰহণ কৰিলে ভূমিস্খলন ৰোধ কৰিব পৰা যায়।
গৰাখহনীয়া: গৰাখহনীয়া হৈছে নদীৰ সোঁতে পাৰৰ মাটি খহি যোৱাৰ প্ৰক্ৰিয়া। সাধাৰণতে বানপানীৰ পিছত এই খহনীয়াৰ ঘটনা অধিক ঘটে। যদিও ই প্ৰাকৃতিক, তথাপি অতিমাত্ৰা জনবসতি, গছ কটা, আৰু নিৰ্মাণ কাৰ্য্যৰ ফলত ইয়াৰ প্ৰকোপ বৃদ্ধি পাইছে। গৰাখহনীয়াৰ ফলত বহু মানুহে ঘৰ-জমি হেৰুৱাব লগা হয়। নদীৰ পাৰ সংৰক্ষণ, গছ ৰোপণ আদি উপায়ে এই সমস্যাৰ সমাধান সম্ভৱ।
মৰূকৰণ: যেতিয়া উৰ্ব্বৰ অঞ্চলসমূহত মৰুভূমি সদৃশ অৱস্থা বিস্তাৰ লাভ কৰে, তাক মৰূকৰণ বুলি কোৱা হয়। কম বৰষুণ, অধিক বাষ্পীভৱন, বন উজাৰ, আৰু মাটিৰ অপব্যৱহাৰে এই প্ৰক্ৰিয়া তীব্ৰ হয়। ই উদ্ভিদ, জীৱজন্তু আৰু মানুহৰ জীৱনধাৰণ কঠিন কৰি তোলে। মৰূকৰণৰ ফলত খাদ্য উৎপাদনত ঘাটিও দেখা দিয়ে। সজাগতা আৰু সঠিক কৃষি ব্যৱস্থাপনাই ইয়াৰ বিস্তাৰ ৰোধ কৰিব পাৰে।
ভূমি প্ৰদূষণ: ভূমি প্ৰদূষণ মানে হৈছে মাটিৰ দুষণ, যি প্ৰাকৃতিক আৰু মানৱসৃষ্ট কাৰণত হয়। কল-কাৰখানা, কৃত্ৰিম সাৰ, কীটনাশক, খনন কাৰ্য্য, প্লাষ্টিক আদি মাটিত মিহলি হৈ মাটিৰ গুণগত মান হ্ৰাস কৰে। ইয়াৰ ফলত মাটিৰ উৰ্ব্বৰা শক্তি হ্ৰাস পায় আৰু কৃষিৰ ক্ষতি হয়। লগতে জলপ্ৰবাহ আৰু উদ্ভিদৰ বিকাশতো বাধা দিয়ে।

৯। পৃথিৱীত ব্যৱহাৰযোগ্য নির্মল পানীৰ অভাৱ হোৱাৰ কাৰণ কি?
উত্তৰঃ পৃথিৱীত জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে। জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পানীৰ প্ৰয়োজনো দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। জনসংখ্যাৰ অনুপাতে পৃথিৱীত পানীৰ যোগান বঢ়া নাই। কিয়নো পৃথিৱীত ৭০ শতাংশ পানীৰে আৱৰি আছে যদিও নিৰ্মল ব্যৱহাৰে যোগ্য পানীৰ পৰিমাণ হৈছে মাত্ৰ ২.৫ শতাংশ। সেইবাবে পৃথিৱীত ব্যৱহাৰযোগ্য নিৰ্মল পানীৰ অভাৱ হৈছে। ইয়াৰ ফলত, বিভিন্ন ঠাইত পানী সংকটৰ সমস্যা বৃদ্ধি পাইছে, আৰু বহু অঞ্চলত পানী শুদ্ধকৰণৰ উপযুক্ত ব্যৱস্থা নাই।

১০। পানী প্ৰদূষণৰ প্ৰধান কাৰণসমূহ কি কি?
উত্তৰঃ পানী প্ৰদূষণৰ প্ৰধান কাৰণসমূহ হল—
(i) নদীৰ, বিলৰ পানীত গা-ধোৱা, কোপোৰ ধোৱা, বাচন-বৰ্তন ধোৱা, গৰু-মহৰ গা-ধোৱাৰ ফলত পানী প্ৰদূষিত হয়।
(ii) কল-কাৰখানাসমূহৰ পৰা নিৰ্গত হোৱা লেতেৰা আৰু বিষাক্ত ৰাসায়নিক পদাৰ্খসমূহ নদী, বিল, পুখুৰী, সাগৰ-মহাসাগৰত পেলোৱাৰ ফলত পানী প্ৰদূষিত হয়।
(iii) আৱাৰ্জনা, মৰাশ আদি পানীত পেলোৱাৰ ফলত পানী প্ৰদূষিত হয়। এইবোৰৰ ফলে জলজীৱৰ পৰিসৰে সঙ্কটৰ সন্মুখীন হৈছে, আৰু পানী খোৱাৰ উপযোগী নহয়।

১১। পানী প্ৰদূষণ ৰোধ কৰিবলৈ কি কি ব্যৱস্থা হাতত ল’ব পাৰি?
উত্তৰঃ পানী প্ৰদূষণ ৰোধ কৰিবৰ বাবে লব পাৰা ব্যৱস্থাসমূহ হল—
(i) আৱৰ্জনা, মৰাশ আদি পানীত পেলোৱা বন্ধ কৰা।
(ii) কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা লেতেৰা আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহ নদী, বিল, সাগৰ-মহাসাগৰ পানীত নেপলায় অন্য ঠাইত পেলোৱাৰ ব্যৱস্থা কৰা।
(iii) নদী, পুখুৰী, বিল, নলা-নৰ্দমা, সাগৰ-মহাসাগৰ আদিত জাৱৰ-জোথৰ পেলোৱা বন্ধ কৰা। এইবোৰৰ পৰা পানী শুদ্ধকৰণ ব্যৱস্থা গঢ়ি তোলা উচিত যাতে পৰিৱেশ ৰক্ষিত থাকে।

১২। পানী সংৰক্ষণৰ বাবে কি কি ব্যৱস্থা হাতত ল’ব পাৰি?
উত্তৰঃ পানী সংৰক্ষণৰ বাবে হাতত লব পৰা ব্যৱস্থাসমূহ হল—
(i) পানী প্ৰদূষণ ৰোধ কৰাৰ ব্যৱস্থা লব লাগিব।
(ii) পাহাৰীয়া অঞ্চলত বেদিকা কৃষিৰ জড়িয়তে পাহাৰৰ ঢালত পানী সংৰক্ষণ কৰিব পাৰি।
(iii) কৃষিক্ষেত্ৰেত জলসিঞ্চন ব্যৱস্থা এনেদৰে কৰিব লাগে যাতে পানীৰ অপচয় নহয়।
(iv) খৰাং অঞ্চলত দ নলীনাদৰ দ্বাৰা জলসিঞ্চন ব্যৱস্থা কৰিব লাগে যাতে বাস্পীভৱনৰ যোগেদি পানীৰ অপচয় নহয়।
(v) পানীৰ পুনৰ চক্ৰায়নৰ যোগেদি পানীৰ সংৰক্ষণ কৰিব পাৰি। এইবোৰৰ মাধ্যমে পানী সঞ্চয়ৰ পৰিসৰ বৃদ্ধি কৰিব পাৰি।

১৩। বনজ সম্পদ আমি কিয় সংৰক্ষণ কৰিব লাগে?
উত্তৰঃ জনসংখ্যা দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে। জনসংখ্যা যিমানে বৃদ্ধি পাবলৈ ধৰিছে সিমানেই মানুহৰ থকা ঠাইৰ অভাৱ হবলৈ ধৰিছে। যাৰ বাবে মানুহে হাবি-বন কাটি সেই ঠাইত নিজৰ বাসস্থান সাজিছে। কেৱল ঘৰ-দুৱাৰ বনাৱৰ বাবেই নহয়, বিভিন্ন ধৰণৰ উদ্যোগ-প্ৰতিষ্ঠান, কল-কাৰখানা, দোকান-বজাৰ আদি বনাৱৰ বাবেও হাবি-বন, উদ্ভিদ আদি ধ্বংস কৰিছে। এনে কৰাৰৰ ফলত বৰ্তমান সময়ত উদ্ভিদৰ পৰিমাণ হ্ৰাস পাইছে যাৰ ফলত বৰষুণ কমিছে। বৰষুণৰ পৰিমাণ কমাৰ ফলত ঠায়ে ঠায়ে খৰাং বতৰৰ সৃষ্টি হৈছে। যাৰ ফলত গোলকীয় উওাপ বৃদ্ধি পাবলৈ ধৰিছে। যদি এই হাৰতে উওাপ বৃদ্ধি পায় ঠাকে তেনেহলে পৃথিৱীৰ দুয়ো মেৰুত থকা বৰফ গলি সাগৰ পৃষ্ঠৰ উচ্চতা পাব। যাৰ ফলত কেইবছৰ-মানৰ পাছত পৃথিৱী পানীৰ তলত বুৰ যাব। এনে নহবৰ বাবে আমি বনজ সম্পদ সংৰক্ষণ কৰিব লাগে। পৃথিৱীৰ পৰিসৰে সঠিক পৰিমাণে তাপ ৰক্ষা নকৰাৰ ফলত জলবায়ু পৰিৱর্তন ঘটিছে।

১৪। বনজ সম্পদ সংৰক্ষণ কৰিবলৈ কি কি ব্যৱস্থা ল’ব পাৰি?
উত্তৰঃ- বনজ সম্পদ সংৰক্ষণৰ বাবে তলৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰি:
(i) বিভিন্ন উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণৰ বাবে জলাশয় আৰু বিল অঞ্চলসমূহৰ পৰিৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত।
(ii) সামাজিক বননীকৰণৰ মাধ্যমে, ৰাস্তাৰ কাষে, নদীৰ পাৰৰ পৰা, পতিত মাটিত গছ-গছনি ৰোপন কৰি বনজ সম্পদ সংৰক্ষণ কৰা।
(iii) দৰিদ্ৰতা হ্ৰাস কৰাৰ মাধ্যমে বনজ সম্পদৰ ধ্বংস কিছু পৰিমাণে কম কৰা।
(iv) বন ধ্বংস আৰু বন্যপ্ৰাণী হত্যা বন্ধ কৰিবলৈ কঠোৰ আইন প্ৰণয়ন কৰা।

১৫। শক্তি সম্পদ মানে কি?
উত্তৰঃ- কয়লা, পেট্ৰোলিয়াম, প্ৰাকৃতিক গেছ, বতাহ, সৌৰশক্তি, জৈৱ গেছ আদিবোৰ হৈছে শক্তি সম্পদ।

১৬। জীৱাশ্ম ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নথকাৰ কাৰণ কি?
উত্তৰঃ- জীৱাশ্ম ইন্ধনসমূহ চিৰদিন একে পৰিমাণে নাথাকে কাৰণ এইবোৰ হৈছে অনৱীকৰণযোগ্য সম্পদ। একবাৰ খৰচ হৈ যোৱাৰ পাছত এই সম্পদসমূহ পুনৰ সৃষ্টি নহ’ব পাৰে, যাৰ ফলত তাৰ পৰিমাণ হ্ৰাস পায়।

১৭। পৰম্পৰাগত শক্তি আৰু অপৰম্পৰাগত শক্তি সম্পদ কি বুজা?
উত্তৰঃ- পৰম্পৰাগত শক্তি সম্পদ হৈছে সেয়া যিবোৰ শক্তি যুগৰ পৰা ব্যৱহৃত হৈ আহিছে, যেনে কয়লা, পেট্ৰোলিয়াম, প্ৰাকৃতিক গেছ।
অপৰম্পৰাগত শক্তি সম্পদ হৈছে সেয়া যিবোৰ শক্তি যুগৰ পৰা বিশেষকৈ ব্যৱহৃত হোৱা নাই, যেনে বতাহ শক্তি, সৌৰ শক্তি, জৈৱ গেছ ইত্যাদি।

১৮। শক্তিৰ বিকল্প হিচাপে অপৰম্পৰাগত শক্তি কিয় গুৰুত্বপূর্ণ?
উত্তৰঃ- পৰম্পৰাগত শক্তি সম্পদবোৰ অতীব হাৰত ব্যৱহাৰ হৈছে, যাৰ ফলত ই শীঘ্ৰে নিঃশেষিত হ’ব পাৰে। জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ ফলত বায়ু আৰু পৰিৱেশ প্ৰদূষণৰ সমস্যা উদ্ভৱ হৈছে। এই সমস্যাবোৰৰ সমাধানৰ বাবে অপৰম্পৰাগত শক্তি সম্পদৰ ব্যৱহাৰ বাঞ্ছনীয়।

১৯। শক্তি সম্পদ কিয় সংৰক্ষণ কৰিব লাগে?
উত্তৰঃ- শক্তি সম্পদসমূহ একেবাৰে সীমিত আৰু অনৱীকৰণযোগ্য। যদি আমি বৰ্তমানৰ হাৰত এই সম্পদসমূহ ব্যৱহাৰ কৰি থকো, তেন্তে ভবিষ্যত প্ৰজন্মৰ বাবে এই সম্পদসমূহ হেৰুৱা হব। সেইবাবে শক্তি সম্পদসমূহ সংৰক্ষণ আৰু মিতব্যয়িতাৰ সহিত ব্যৱহাৰ কৰাটো অত্যন্ত প্ৰয়োজন।

২০। পার্থক্য লিখা —
ক) নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ।
উত্তৰঃ-
(i) নৱীকৰণযোগ্য সম্পদবোৰ হৈছে সেইবোৰ, যিবোৰ প্ৰাকৃতিক ৰূপে পুনৰ সৃষ্ট কৰিব পৰা যায়। উদাহৰণস্বৰূপ উদ্ভিদ, প্রাণী, সোণ, ৰূপ ইত্যাদি।
(ii) অনৱীকৰণযোগ্য সম্পদবোৰ হৈছে সেইবোৰ, যিবোৰ একবাৰ খৰচ হ’লে পুনৰ সৃষ্ট হোৱা নাযায়। উদাহৰণ স্বৰূপ, জীৱাশ্ম ইন্ধন।
খ) পৰম্পৰাগত শক্তি সম্পদ আৰু অপৰম্পৰাগত শক্তি সম্পদ।
উত্তৰঃ-
(i) পৰম্পৰাগত শক্তি সম্পদবোৰ হৈছে সেইবোৰ, যিবোৰ বহুদিনৰ পৰা ব্যৱহৃত হৈ আসিছে। উদাহৰণ: কয়লা, পেট্ৰোলিয়াম, প্ৰাকৃতিক গেছ।
(ii) অপৰম্পৰাগত শক্তি সম্পদবোৰ হৈছে সেইবোৰ, যিবোৰ নতুন উৎসৰ পৰা আহৰণ কৰা হয় আৰু পৰম্পৰাগতভাৱে ব্যৱহৃত হোৱা নাই। উদাহৰণ: সৌৰ শক্তি, বতাহ শক্তি, জৈৱ গেছ।

২১। চমুটোকা লিখা —
জীৱাশ্ম ইন্ধন, সৌৰশক্তি, পাৰমাণৱিক শক্তি, জোৱাৰ শক্তি, জৈৱ গেছ।
উত্তৰঃ-
জীৱাশ্ম ইন্ধন: জীৱাশ্ম ইন্ধনবোৰ প্ৰাকৃতিক সম্পদৰ লগত জড়িত। ইয়াৰ অতিপ্ৰচুৰ ব্য়ৱহাৰৰ ফলত এই সম্পদবোৰৰ পৰিমাণ হ্ৰাস পাইছে।
সৌৰশক্তি: সূৰ্যৰ পৰা আহৰণ কৰা শক্তি, যাক সৌৰকোষৰ মাধ্যমে বিদ্য়ুৎ উৎপাদন কৰিবলৈ ব্যৱহাৰ কৰা হয়।
পাৰমাণৱিক শক্তি: পৰমাণু বিভাজনৰ পৰা আহৰণ কৰা শক্তি, যাৰ মূল উৎস হৈছে ইউৰেনিয়াম, থ’ৰিয়াম ইত্যাদি।
জোৱাৰ শক্তি: সমুদ্ৰৰ জোৱাৰৰ পৰা শক্তি আহৰণ কৰি বিদ্য়ুৎ উৎপাদন কৰা শক্তি।
জৈৱ গেছ: মৃত উদ্ভিদ বা প্রাণীৰ অবশিষ্টাংশৰ পৰা উৎপন্ন শক্তি, যাক ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা হয়।

২২। আমি কি কি উপায়েৰে পানী সংৰক্ষণ কৰিব পাৰোঁ।
উত্তৰঃ-
(i) পানী প্ৰদূষণ ৰোধ
(ii) পাহাৰীয়া অঞ্চলত বেদিকা কৃষি
(iii) জলসিঞ্চন ব্যৱস্থা
(iv) খৰাং অঞ্চলত জলসিঞ্চন
(v) পুনৰ চক্ৰায়ন
উত্তৰঃ-
(i) পানী প্ৰদূষণ ৰোধ
(ii) পাহাৰীয়া অঞ্চলত বেদিকা কৃষি
(iii) জলসিঞ্চন ব্যৱস্থা
(iv) খৰাং অঞ্চলত জলসিঞ্চন
(v) পুনৰ চক্ৰায়ন
২৩। বনজ সম্পদক কি কি কাৰকে ক্ষতি কৰে?
উত্তৰঃ-
1) অৰণ্য ধ্বংস
2) গৰাখহনীয়া
3) বনজুই
4) বন-প্ৰাণীৰ চোৰাং চিকাৰী
উত্তৰঃ-
1) অৰণ্য ধ্বংস
2) গৰাখহনীয়া
3) বনজুই
4) বন-প্ৰাণীৰ চোৰাং চিকাৰী
২৪। বতাহ শক্তি কি?
উত্তৰঃ- বতাহ শক্তি হৈছে অক্ষয় শক্তি সম্পদ আৰু এক বাহ্যিক প্ৰক্ৰিয়া।

২৫। সৌৰশক্তি ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাবোৰ কি কি?
উত্তৰঃ-
সুবিধা:
1) নৱীকৰণযোগ্য
2) প্ৰদূষণ মুক্ত
অসুবিধা:
1) উচ্চ খৰচ
2) মধ্যবিত্তৰ বাবে কঠিন
উত্তৰঃ-
সুবিধা:
1) নৱীকৰণযোগ্য
2) প্ৰদূষণ মুক্ত
অসুবিধা:
1) উচ্চ খৰচ
2) মধ্যবিত্তৰ বাবে কঠিন
২৬। পেট্র’লিয়াম কি? ইয়াক কিয় পনীয়া সোণ বুলি কোৱা হয়?
উত্তৰঃ- পেট্ৰ’লিয়াম হৈছে জীবাশ্ম ইন্ধন। ইয়াৰ উচ্চ মূল্যৰ বাবে একে “পনীয়া সোণ” বুলি কোৱা হয়।

২৭। জোৱাৰ শক্তিৰপৰা কেনেদৰে বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰি?
উত্তৰঃ- জোৱাৰৰ সময়ত পানী সঁচাই টাৰবাইন যোগে বিদ্য়ুৎ উৎপাদন কৰা হয়।

২৮। খালী ঠাই পূৰ কৰা —
উত্তৰঃ-
ক) মানুহৰ কামত অহা প্ৰকৃতিৰ আটাইবোৰ উপাদানকেই প্ৰাকৃতিক সম্পদ।
খ) পৃথিৱীৰ উপৰিভাগৰ ২৯ শতাংশ হৈছে ভূমি।
গ) নদীৰ ক্ৰিয়াৰ বাবে পাৰৰ মাটি খহি পৰাকে গৰাখহনীয়া বোলা হয়।
ঘ) পানী এবিধ নৱীকৰণযোগ্য অজৈৱিক সম্পদ।
ঙ) আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ মুঠ পানীৰ ২ শতাংশ।
চ) চিৰসেউজীয়া ক্রান্তীয় অৰণ্যসমূহক বৰ্ষাৰণ্য বুলিও কোৱা হয়।
ছ) সৌৰকোষৰ জৰিয়তে বিদ্য়ুৎ শক্তি উৎপন্ন কৰা হয়।