অনুশীলনী – 1(B)
1. a) এনে 5টা পৰিমেয় সংখ্যা লিখা যিকেইটা – 1 আৰু 0 ৰ মাজত থাকে।
solution:-
\(\Rightarrow -\frac{1}{1} = \frac{-1 \times 6}{1 \times 6} = -\frac{6}{6}\)
\(\Rightarrow \frac{0}{1} = \frac{0 \times 6}{1 \times 6} = \frac{0}{6}\)
\(\therefore -\frac{5}{6}, -\frac{4}{6}, -\frac{3}{6}, -\frac{2}{6}, -\frac{1}{6}\)
b) ওপৰৰ প্ৰশ্নটোত লিখা পৰিমেয় সংখ্যাকেইটাৰ প্ৰতিটোৰে যোগাত্মক বিপৰীত আৰু গুণাত্মক বিপৰীতকেইটা লিখা।
Solution:-
\(\frac{-5}{6}\) ৰ যোগাত্মক বিপৰীত \(\frac{5}{6}\)
\(\frac{-4}{6}\) ৰ যোগাত্মক বিপৰীত \(\frac{4}{6}\)
\(\frac{-3}{6}\) ৰ যোগাত্মক বিপৰীত \(\frac{3}{6}\)
\(\frac{-2}{6}\) ৰ যোগাত্মক বিপৰীত \(\frac{2}{6}\)
\(\frac{-1}{6}\) ৰ যোগাত্মক বিপৰীত \(\frac{1}{6}\)
c) সংখ্যাৰেখাত এই আটাইবিলাক পৰিমেয় সংখ্যা স্থাপন কৰিব দেখুৱাব পাৰিবানে? ইয়াৰে কেইটামান সংখ্যাৰেখাত স্থাপন কৰা।
Solutiton :-

2. 9.5 আৰু 10ৰ মাজৰ তিনিটা পৰিমেয় সংখ্যা নির্ণয় কৰা। (এইকেইটাক , p/q ,q ≠0 আৰ্হিত ৰাখিবা)।
Solution :-
\(9.5 = \frac{95}{10}\)
\(10 = \frac{10}{1} = \frac{10 \times 10}{1 \times 10} = \frac{100}{10}\)
\(\therefore \frac{96}{10}, \frac{97}{10}, \frac{98}{10}, \frac{99}{10}\)
3. তলত দিয়া সংখ্যাকেইটা সংখ্যাৰেখাত স্থাপন কৰি দেখুওৱা।
5. হৰক 10 ৰ ঘাতলৈ নি তলৰ পৰিমেয় সংখ্যাবিলাকক দশমিকত প্ৰকাশ কৰা—
i) \( -\frac{9}{20} \) ii) \(\frac{17}{5}\) iii) \(-\frac{21}{4}\) iv) \(\frac{13}{25}\) v) \(\frac{11}{125}\)
Solution :-
i) \(\Rightarrow -\frac{9}{20} = \frac{-9 \times 5}{20 \times 5} = -\frac{45}{100} = -0.45\)
ii) \(\Rightarrow \frac{17}{5} = \frac{17 \times 20}{5 \times 20} = \frac{340}{100} = 3.40\)
iii) \(\Rightarrow -\frac{21}{4} = \frac{-21 \times 25}{4 \times 25} = \frac{-525}{100} = -5.25\)
iv) \(\Rightarrow \frac{13}{25} = \frac{13 \times 4}{25 \times 4} = \frac{52}{100} = 0.52\)
v) \(\Rightarrow \frac{11}{12^2} = \frac{11 \times 8}{12^2 \times 8} = \frac{88}{1000} = 0.088\)
6. তলৰ কোনবোৰ সংখ্যা পৰিমেয় নহয়
(1) 419.5734
Ans. হয়
(ii) 3.41414141…
Ans. হয়
iii ) 0.100100100100…
Ans. হয়
(iv) 1.01001000100001…
Ans . নহয়
(v) 5.1020304050
Ans . নহয়
vi) 1.102101021010210…
Ans.হয়
(vii) 0.123123412345…
Ans .নহয়
(viii) 3.131131131131…
Ans .হয়
ix) 15.15151515…
Ans.হয়
(x) 0.416666…
Ans .হয়
(xi) 7.12345678910111213..
Ans . নহয়
(xii) 3.51512512351234…
Ans . নহয়
৪. তলৰ দশমিকবিলাকক আৰ্হিলৈ নিয়া—
(i) 0.5555… (ii) 0.151515… (iii) 0.78888… (iv) 31.2999, (v) 63.9:5
(v) 0.00001