Exercise – 8(B)
1. 50 টকা দামৰ ঔষধ এটাৰ 5% বিক্ৰী কৰ লগোৱাৰ পিছত ঔষধটোৰ কিনাদাম কিমান ?
Solution:-
দিয়া আছে ,
বস্তুটোৰ বিক্ৰীমূল্য = 50
5% কৰ লগোৱাৰ পিছত ঔষধটোৰ কিনাদাম হব
= 50 + 50 ৰ 5%
= 50 + 50 × \(\frac{5}{100}\)
= 50 + 2.5 = 52.5 টকা
2. এটা TV ৰ দাম 1400 টকা । ইয়াৰ ওপৰত 12% হাৰত বিক্ৰী কৰ লোৱা হয় । TV টো কিনিবলৈ কিমান টকা দোকানীক দিব লাগিব ?
Solution:-
দিয়া আছে ,
TV টোৰ দাম = 1400 টকা
12% কৰ লগোৱাৰ পিছত TV টোৰ কিনাদাম হব
= 1400 + 1400 ৰ 12%
= 1400 + 1400 × \(\frac{12}{100}\)
= 1400 + 1680 = 15680 টকা
3. 8% সংযোজিত কৰ (VAT) দি ৰমনে এটা Water Filter 54০০ টকাত কিনিলে । VAT যোগ কৰাৰ আগত Water Filter টোৰ দাম কিমান আছিল ?
Solution:- ধৰো, VAT যোগ কৰাৰ আগত Water Filter টোৰ দাম = x টকা
দিয়া আছে , সংযোজিত কৰ = 8%
প্ৰশ্নমতে,
5400 = x + x ৰ 8%
5400 = x + x × \(\frac{8}{100}\)
5400 = x + x × \(\frac{4}{50}\)
5400 = \(\frac{50x + 4x}{50}\)
5400 = \(\frac{54x}{50}\)
5400 × 50 = 54x
x = \(\frac{5400× 50}{54}\)
= 100×50 = 5000 টকা
4. এটা হাৰমনিয়ামৰ দাম টকা । হাৰমনিয়ামটোৰ বাট্ৰা পোৱাৰ পিছত বিক্ৰী কৰ দিব লাগিব । হাৰমনিয়ামটোৰ কিনাদাম নিৰ্ণয় কৰা ।
Solution:-
দিয়া আছে ,
হাৰমনিয়ামটোৰ দাম = 5500 টকা
5% বাট্ৰা পোৱাৰ পিছত হাৰমনিয়ামটোৰ দাম
= 5500 – 5500 ৰ 5%
= 5500 – 5500 × \(\frac{5}{100}\)
= 5500 – 275 = 5225 টকা
5% বিক্ৰী কৰ লগোৱাৰ পিছত হাৰমনিয়ামটোৰ দাম
= 5225 + 5225 ৰ 5%
= 5225 + 5225 × \(\frac{5}{100}\)
= 5500 + 261.25 = 5486.25 টকা
5. ৰিতুই VAT সহ 4536 টকাৰে এযোৰ কাপোৰ কিনিলে । কাপোৰযোৰৰ প্ৰকৃত দাম 4200 টকা । VAT ৰ শতকৰা হাৰ নিৰ্ণয় কৰা ।
Solution:-
দিয়া আছে,
কাপোৰযোৰৰ প্ৰকৃত দাম = 4200 টকা
সহ কাপোৰযোৰৰ দাম =4536 টকা
VAT ৰ পৰিমান = 4536 – 4200 = 336 টকা
VAT ৰ শতকৰা হাৰ = \(\frac{336}{4200}\) × 100%
= \(\frac{336}{42}\) = 8%