EXERCISE – 3(A)
class 8 maths of samkardev sishu niketan focus on over all development of any student to grow mathematical brain . we will provide details solution of whole chapter 3 especially exercise 3 (A) in this exercise bidya bharati focus on polygon and how to calculate external angle and internal angle of each polygon .
1. চিত্ৰবোৰৰ x ৰ মান উলিওৱা————
2. চিত্ৰত x ৰ মান কি
3.(i) এটা সুষম ষড়ভুজৰ বহিঃকোণ এটাৰ জোখ কিমান?
(ii) এটা সুষম ষড়ভুজৰ অন্তঃকোণ এটাৰ জোখ কিমান?
4. (i) এটা সুষম অষ্টভুজৰ বহিঃকোণ এটাৰ জোখ কিমান?
(ii) এটা সুষম অষ্টভুজৰ অন্তঃকোণ এটাৰ জোখ কিমান ?
- দেখুওৱা যে এটা চতুৰ্ভুজৰ —-
(i) যিকোনো তিনিটা কোণৰ সমষ্টি 4 সমকোণতকৈ কম ।
(ii) যিকোনো তিনিটা বাহুৰ সমষ্টি চতুৰ্থ বাহুতকৈ বেছি ।
সমাধানঃ- (i) এটা চতুৰ্ভূজৰ বাহুৰ সংখ্যা = 4 টা
∴ n = 4
গতিকে, যিকোনো তিনিটা কোণৰ সমষ্টি 4 সমকোণতকৈ কম ।
(i) আৰু (ii) ৰ পৰা
BD + BC < AD + AB + BD +DC
BD < AD + AB + DC
∴ প্ৰমান কৰা হল
12.এটা সপ্তভূজৰ 7 টা কোণৰ ভিতৰত 6 টা কোণেই সমান । যদি বাকী কোণটোৰ মাপ 60 °, তেন্তে কোণকেইটা উলিওৱা
সমধানঃ- দিয়া আছে, বহুভূজটোৰ বাহুৰ সংখ্যা = 7 টা
∴ বহুভূজটোৰ অন্তকোণৰ সমষ্টি = (2n -4 ) × 90°
বহুভূজটোৰ অন্তকোণৰ সমষ্টি = (2×7 – 4 )× 90°
বহুভূজটোৰ অন্তকোণৰ সমষ্টি = 10 × 90° = 900 °
ধৰো, সমান অন্তকোণটো হৈছে = x
⟹ X + x +x+ x + x+ x + 60 ° = 900°
⟹ 6x + 60° = 900°
⟹ 6x = 900° – 60°
⟹ 6x = 840°
⟹ X = 840°/6
⟹ x = 140°
13. এটা বহুভূজৰ অন্তঃকোণবোৰৰ সমষ্টি 32 সমকোণ । ইয়াৰ বাহুৰ সংখ্যা কিমান ?
সমাধানঃ-
ধৰো, বহুভূজটোৰ বাহুৰ সংখ্যা = n টা
∴ বহুভূজটোৰ অন্তকোণৰ সমষ্টি = (2n -4 ) × সমকোণ
⟹ 32 সমকোণ = (2n -4 ) × সমকোণ
⟹ 32 = 2n – 4
⟹ 32 + 4 = 2n
⟹ 36 = 2n
⟹ n = 36/2
⟹ n = 18 টা