অনুশীলনী – 2(D)
- তলৰ সমীকৰণবোৰ সমাধান কৰা
Solution-
2.a. কমলাৰ মাকৰ বয়স কমলাৰ বয়সৰ তিনিগুণ । পাঁচবছৰৰ পিছত দুয়োৰে বয়সৰ সমষ্টি 70 বছৰ হলে বৰ্তমান তেওঁলোকৰ বয়স কিমান ?
b. p/q আৰ্হিত থকা পৰিমেয় সংখ্যা এটাৰ লবতকৈ হৰ 3 ডাঙৰ । যদি লবৰ পৰা 3 বিয়োগ কৰা হয় আৰু হৰটো 2 বৃদ্ধি কৰা হয় তেন্তে যিটো পৰিমেয় সংখ্যা পোৱা গল সেইটো হল 1/5 ।পৰিমেয় সংখ্যাটো নিৰ্ণয় কৰ ।
c. দুখন ৰে’লগাড়ীয়ে 300 কিমি. দূৰত্বত থকা দুখন ঠাইৰ পৰা একে সময়তে পৰস্পৰ মুখামুখি দিশত যাত্ৰা আৰম্ভ কৰিলে। এখনৰ বেগ ঘণ্টাত 42 কি.মি. আৰু আনখনৰ বেগ ঘণ্টাত 58 কি.মি. হ’লে কিমান সময়ৰ পিছত ৰে’ল দুখন একে ঠাই পাব নিৰ্ণয় কৰা। (ইংগিত : বেগ = দূৰত্ব/সময়, গতিকে দূৰত্ব = বেগ × সময়। এতিয়া নির্ণেয় সময় x হ’লে—42x + 58x = 300 লৈ কৰা)
Solution-
3.এটা সমদ্বিবাহু ত্রিভুজৰ সমান বাহু দুটাৰ এটা আৰু ভূমিৰ অনুপাত 3 : 2 আৰু ত্ৰিভুজটোৰ পৰিসীমা 40 চেমি হ’লে তাৰ ভূমিৰ দৈৰ্ঘ্য কিমান ?
Solution-
4. দুখন ৰে’লগাড়ীয়ে একে সময়তে এটা ষ্টেচনৰ পৰা পৰস্পৰ বিপৰীত দিশত গতি কৰিলে । এখনৰ বেগ প্রতি ঘণ্টাত 42 কিমি আৰু আনখনৰ বেগ প্ৰতিঘণ্টাত 38 কিমি। কিমান সময়ৰ পিছত গাড়ী দুখনৰ ব্যৱধান 480 কিমি হ’ব নিৰ্ণয় কৰা। প্ৰতিখন গাড়ীয়ে অতিক্রম কৰা দূৰত্ব উলিওৱা ৷
Solution-
প্ৰতিখন গাড়ীয়ে অতিক্ৰম কৰা দূৰত্ব = 42×6 = 252 km
= 38×6= 228 km
5. এজন ফল বিক্ৰী কৰা লোকে 60 টকা ডজন দৰত কল আৰু এযোৰত 5 টকা দৰত মধুৰীআম বিক্ৰী কৰি দিনটোত মুঠ 935 টকা পালে। যদি মধুৰীআমৰ সংখ্যাতকৈ 22টা কল বেছিকৈ বিক্ৰী হৈছিল তেন্তে কোনবিধ ফলৰ কেইটাকে বিক্ৰী হৈছিল?
6.এটা সংখ্যাৰ 9 গুণৰ লগত 9 যোগ কৰিলে যোগফলটো সংখ্যাটোৰ 10 গুণৰ সমান হয়। সংখ্যাটো
কি ?
অনুশীলনী – 2(D)
- তলৰ সমীকৰণবোৰ সমাধান কৰা
Solution-
2.a. কমলাৰ মাকৰ বয়স কমলাৰ বয়সৰ তিনিগুণ । পাঁচবছৰৰ পিছত দুয়োৰে বয়সৰ সমষ্টি 70 বছৰ হলে বৰ্তমান তেওঁলোকৰ বয়স কিমান ?
b. p/q আৰ্হিত থকা পৰিমেয় সংখ্যা এটাৰ লবতকৈ হৰ 3 ডাঙৰ । যদি লবৰ পৰা 3 বিয়োগ কৰা হয় আৰু হৰটো 2 বৃদ্ধি কৰা হয় তেন্তে যিটো পৰিমেয় সংখ্যা পোৱা গল সেইটো হল 1/5 ।পৰিমেয় সংখ্যাটো নিৰ্ণয় কৰ ।
c. দুখন ৰে’লগাড়ীয়ে 300 কিমি. দূৰত্বত থকা দুখন ঠাইৰ পৰা একে সময়তে পৰস্পৰ মুখামুখি দিশত
যাত্ৰা আৰম্ভ কৰিলে। এখনৰ বেগ ঘণ্টাত 42 কি.মি. আৰু আনখনৰ বেগ ঘণ্টাত 58 কি.মি. হ’লে
কিমান সময়ৰ পিছত ৰে’ল দুখন একে ঠাই পাব নিৰ্ণয় কৰা।
(ইংগিত : বেগ = দূৰত্ব/সময়, গতিকে দূৰত্ব = বেগ × সময়। এতিয়া নির্ণেয় সময় x হ’লে—42x + 58x = 300 লৈ কৰা)