অনুশীলনী-2(E)
1. সংখ্যাৱলী লঃসাঃগুঃ আৰু গ.সা.উ. উলিওৱা।
(i) 4.8, 2.8
Solution:- দিয়া আছে,
\(4.8 = \frac{48}{10}, \quad 2.8 = \frac{28}{10}\)
লঃসাঃগুঃ
ভগ্নাংশ দুটাৰ লব 4৪ আৰু 28 ৰ লঃসাঃগুঃ = 336
আৰু হৰ 10 আৰু 10 ৰ গঃসাঃউঃ = 10
\(\therefore\) প্রদত্ত ভগ্নাংশ দুটাৰ লঃসাঃগুঃ = \(\frac{336}{10} =33.6\)
গ.সা.উ.
ভগ্নাংশ দুটাৰ লব 4৪ আৰু 28 ৰ গ.সা.উ= 4
আৰু হৰ 10 আৰু 10 ৰ গঃসাঃউঃ = 10
\(\therefore\) প্রদত্ত ভগ্নাংশ দুটাৰ লঃসাঃগুঃ = \(\frac{4}{10} =0.4\)
(ii) 5.5, 0.75
Solution:-
\(5.5 = \frac{55}{10}, \quad 0.75 = \frac{75}{100}\)
লঃসাঃগুঃ
ভগ্নাংশ দুটাৰ লব 55 আৰু 75 ৰ লঃসাঃগুঃ = 825
আৰু হৰ 10 আৰু 10 ৰ গঃসাঃউঃ = 10
\(\therefore\) প্রদত্ত ভগ্নাংশ দুটাৰ লঃসাঃগুঃ = \(\frac{825}{10} = 82.5\)
গ.সা.উ.
ভগ্নাংশ দুটাৰ লব 55 আৰু 75 ৰ গ.সা.উ= 5
আৰু হৰ 10 আৰু 10 ৰ লঃসাঃগুঃ = 10
\(\therefore\) প্রদত্ত ভগ্নাংশ দুটাৰ লঃসাঃগুঃ = \(\frac{5}{10} =0.5\)
(iii) 1.25, 2.5, 62.5
Solution:-
\(1.25 = \frac{125}{100}, \quad 2.5= \frac{25}{10} \quad 62.5 = \frac{625}{10}\)
লঃসাঃগুঃ
ভগ্নাংশ দুটাৰ লব 125,25,625 ৰ লঃসাঃগুঃ = 625
আৰু হৰ 100,10 আৰু 10 ৰ গঃসাঃউঃ = 10
\(\therefore\) প্রদত্ত ভগ্নাংশ দুটাৰ লঃসাঃগুঃ = \(\frac{625}{10} = 62.5\)
গ.সা.উ.
ভগ্নাংশ দুটাৰ লব 125,25,625 ৰ গঃসাঃউঃ = 25
আৰু হৰ 100,10 আৰু 10 ৰ লঃসাঃগুঃ = 100
\(\therefore\) প্রদত্ত ভগ্নাংশ দুটাৰ গঃসাঃউঃ = \(\frac{25}{100} = 0.25\)
(iv) 0.9, 0.03, 0.081
Solution:-
\(0.9 = \frac{9}{10}, \quad 0.03 = \frac{3}{100} \quad 0.081 = \frac{81}{1000}\)
লঃসাঃগুঃ
ভগ্নাংশ দুটাৰ লব 9,3,81 ৰ লঃসাঃগুঃ = 81
আৰু হৰ 10,100 আৰু 1000 ৰ গঃসাঃউঃ = 10
\(\therefore\) প্রদত্ত ভগ্নাংশ দুটাৰ লঃসাঃগুঃ = \(\frac{81}{10} = 8.1\)
গ.সা.উ.
ভগ্নাংশ দুটাৰ লব 9,3,81 ৰ গঃসাঃউঃ = 3
আৰু হৰ 10,100 আৰু 1000 ৰ লঃসাঃগুঃ = 1000
\(\therefore\) প্রদত্ত ভগ্নাংশ দুটাৰ গঃসাঃউঃ = \(\frac{3}{1000} = 0.003\)