Class 7 Maths SVN Chapter 2। ভগ্নাংশ আৰু দশমিক। অনুশীলনী – 2(C)। Exercise – 2(C) Solution । শংকৰদেৱ শিশু নিকেটন

Class 7 Maths SVN Chapter 2। ভগ্নাংশ আৰু দশমিক। অনুশীলনী – 2(C)। Exercise – 2(C) Solution । শংকৰদেৱ শিশু নিকেটন

Exercise – 2(C)

1) তলৰ প্ৰতিটো ভগ্নাংশৰে চাৰিটাকৈ গুণিতক নিৰ্ধাৰণ কৰা–

(i) \(\frac{9}{7}\)

সমাধানঃ 

 9 ৰ গুণিতক —\(9,18,27,36,45\dots\) 

আৰু  7  ৰ গুণণীয়ক — \(1,7\)

\(\frac{9}{7}\) ৰ চাৰিটা গুণিতক =\(\frac{9}{7},\quad\frac{18}{7},\quad\frac{27}{7},\quad\frac{36}{7}\)

(ii) \(\frac{15}{8}\)

সমাধানঃ 

 15 ৰ গুণিতক —\(15,30,45,60,75\dots\) 

আৰু  7  ৰ গুণণীয়ক — \(2,4,8\)

\(\frac{9}{7}\) ৰ চাৰিটা গুণিতক =\(\frac{15}{2},\quad\frac{15}{4},\quad\frac{30}{8},\quad\frac{45}{8}\)

(iii) \(\frac{12}{17}\)

সমাধানঃ 

 12 ৰ গুণিতক —\(12,24,36,48,60\dots\) 

আৰু  7  ৰ গুণণীয়ক — \(1,17\)

\(\frac{9}{7}\) ৰ চাৰিটা গুণিতক =\(\frac{12}{17},\quad\frac{24}{17},\quad\frac{36}{17},\quad\frac{48}{17}\)

(iv) \(1\frac{1}{6}\)

সমাধানঃ- \(1\frac{1}{6}=\frac{7}{6}\)

 7 ৰ গুণিতক —\(7,14,21,28,35\dots\) 

আৰু  6  ৰ গুণণীয়ক — \(1,2,3,6\)

\(\frac{9}{7}\) ৰ চাৰিটা গুণিতক =\(\frac{7}{2},\quad\frac{7}{3},\quad\frac{14}{6},\quad\frac{21}{6}\)

(v) \(\frac{20}{8}\)

সমাধানঃ 

 20 ৰ গুণিতক —\(20,40,60,80,100\dots\) 

আৰু  8  ৰ গুণণীয়ক — \(1,2,4,8\)

\(\frac{9}{7}\) ৰ চাৰিটা গুণিতক =\(\frac{20}{2},\quad\frac{20}{4},\quad\frac{20}{8},\quad\frac{40}{8}\)

3) তলৰ ভগ্নাংশগোটৰ প্ৰতেক্যৰে চাৰিটাকৈ সাধাৰণ গুণিতক উলিওৱা

(i) \(\frac{3}{4}, \frac{5}{6}\)

সমাধানঃ

ভগ্নাংশ কেইটাৰ লৱবোৰ = 3, 5

\(\implies 3\) ৰ গুণিতক = \(3,6,9,12,15\dots 30\dots\)

\(\implies 5\) ৰ গুণিতক = \(5,10,15,20,25,30\dots\)

\(\therefore 3, 5\) ৰ সাধাৰণ গুণিতক = \(15,30\)

ভগ্নাংশ কেইটাৰ হৰবোৰ = 4,6

\(\implies 4\) ৰ গুণণীয়ক = \(1,2,4\)

\(\implies 6\) ৰ গুণণীয়ক = \(1,2,3……..\)

\(\therefore 4,8\) ৰ সাধাৰণ গুণণীয়ক = 1,2,

\(\therefore \frac{3}{4}, \frac{5}{6}\) চাৰিটাকৈ সাধাৰণ গুণিতক = \(\frac{15}{1}, \quad\frac{30}{2}, \quad\frac{30}{1},\quad \frac{15}{2}\)

\((ii)\) \(\frac{8}{5}, \frac{7}{9}\)

সমাধানঃ-

ভগ্নাংশ কেইটাৰ লৱবোৰ = 8, 7

\(\implies 8\) ৰ গুণিতক = \(8, 16, 24, 32, 40, 48, 56, 64, 72, \dots\)

\(\implies 7\) ৰ গুণিতক = \(7, 14, 21, 28, 35, 42, 49, 56, 63, 70, \dots\)

\(\therefore 8, 7\) ৰ সাধাৰণ গুণিতক = \(56, 112, \dots\)

ভগ্নাংশ কেইটাৰ হৰবোৰ = 5,9

\(\implies 5\) ৰ গুণণীয়ক = \(1, 5\)

\(\implies 9\) ৰ গুণণীয়ক = \(1, 3, 9\)

\(\therefore 5, 9\) ৰ সাধাৰণ গুণণীয়ক = \(1\)

\(\therefore \frac{8}{5}, \frac{7}{9}\) চাৰিটাকৈ সাধাৰণ গুণিতক = \(\frac{56}{1}, \quad \frac{112}{1}, \quad \frac{168}{1}, \quad \frac{224}{1}\)

\((iii)\) \(2\frac{1}{6}, 3\frac{1}{8}\)

সমাধানঃ-

ভগ্নাংশ কেইটাৰ লৱবোৰ = \(2\frac{1}{6} = \frac{13}{6}, \quad 3\frac{1}{8} = \frac{25}{8}\)

\(\implies 13\) ৰ গুণিতক = \(13, 26, 39, 52, 65, 78, 91, 104, 117, 130 \dots\)

\(\implies 25\) ৰ গুণিতক = \(25, 50, 75, 100, 125, 150, 175, 200 \dots\)

\(\therefore 13, 25\) ৰ সাধাৰণ গুণিতক = \(325, 650, \dots\)

ভগ্নাংশ কেইটাৰ হৰবোৰ = 6, 8

\(\implies 6\) ৰ গুণণীয়ক = \(1, 2, 3, 6\)

\(\implies 8\) ৰ গুণণীয়ক = \(1, 2, 4, 8\)

\(\therefore 6, 8\) ৰ সাধাৰণ গুণণীয়ক = \(1, 2\)

\(\therefore \frac{13}{6}, \frac{25}{8}\) চাৰিটাকৈ সাধাৰণ গুণিতক = \(\frac{325}{1}, \quad \frac{650}{1}, \quad \frac{325}{2}, \quad \frac{650}{2}\)


\((iv) \)\(\frac{11}{12}, \frac{22}{15}\)

সমাধানঃ-

ভগ্নাংশ কেইটাৰ লৱবোৰ = 11, 22

\(\implies 11\) ৰ গুণিতক = \(11, 22, 33, 44, 55, 66, 77, 88, 99, 110, 121, 132 \dots\)

\(\implies 22\) ৰ গুণিতক = \(22, 44, 66, 88, 110, 132, 154, 176 \dots\)

\(\therefore 11, 22\) ৰ সাধাৰণ গুণিতক = \(22, 44, 66, 88, 110, 132 \dots\)

ভগ্নাংশ কেইটাৰ হৰবোৰ = 12, 15

\(\implies 12\) ৰ গুণণীয়ক = \(1, 2, 3, 4, 6, 12\)

\(\implies 15\) ৰ গুণণীয়ক = \(1, 3, 5, 15\)

\(\therefore 12, 15\) ৰ সাধাৰণ গুণণীয়ক = \(1, 3\)

\(\therefore \frac{11}{12}, \frac{22}{15}\) চাৰিটাকৈ সাধাৰণ গুণিতক = \(\frac{66}{3}, \quad \frac{132}{3}, \quad \frac{66}{1}, \quad \frac{132}{1}\)

\((v) \)\(1\frac{1}{2}, \frac{7}{3}\frac{4}{3}\)

সমাধানঃ-

ভগ্নাংশ কেইটাৰ লৱবোৰ =  \(1\frac{1}{2} = \frac{3}{2}, \quad \frac{7}{3}, \quad \frac{4}{3}\)

\(\implies\) লৱবোৰ = \(3, 7, 4\)

\(3\) ৰ গুণিতক = \(3, 6, 9, 12, 15, 18, 21, 24, 27, 30, 33, 36, 39, 42, \dots\)

\(7\) ৰ গুণিতক = \(7, 14, 21, 28, 35, 42, 49, 56, \dots\)

\(4\) ৰ গুণিতক = \(4, 8, 12, 16, 20, 24, 28, 32, 36, 40, 44, \dots\)

\(\therefore 3, 7, 4\) ৰ সাধাৰণ গুণিতক = \(84, 168, 252, \dots\)

ভগ্নাংশ কেইটাৰ হৰবোৰ = 2,3,3

\(2\) ৰ গুণণীয়ক = \(1, 2\)

\(3\) ৰ গুণণীয়ক = \(1, 3\)

\(\therefore 2, 3\) ৰ সাধাৰণ গুণণীয়ক = \(1\)

\(\therefore \frac{3}{2}, \frac{7}{3}, \frac{4}{3}\) চাৰিটাকৈ সাধাৰণ গুণিতক = 

\(\frac{84}{1}, \quad \frac{168}{1}, \quad \frac{252}{1}, \quad \frac{336}{1}\)

3. তলত দিয়া প্ৰতিটো ভগ্নাংশ গোটৰ ল.সা.গু নিৰ্ণয় কৰা

(i) \(\frac{8}{5},\frac{7}{9}\)

সমাধানঃ-
ভগ্নাংশ দুটাৰ লব ৪ আৰু 7 ৰ লঃসাঃগুঃ = 56
আৰু হৰ 5 আৰু 9 ৰ গঃসাঃউঃ = 1
\(\therefore\) প্রদত্ত ভগ্নাংশ দুটাৰ লঃসাঃগুঃ = \(\frac{56}{1}\)

(ii) \(\frac{1}{2},\frac{3}{4},\frac{5}{8}\)

সমাধানঃ-
ভগ্নাংশ দুটাৰ লব 1,3 আৰু 5 ৰ লঃসাঃগুঃ = 15
আৰু হৰ 2,4 আৰু 8 ৰ গঃসাঃউঃ = 2
\(\therefore\) প্রদত্ত ভগ্নাংশ দুটাৰ লঃসাঃগুঃ = \(\frac{15}{2}\)

(iii) \(\frac{9}{10},\frac{6}{15}\)

সমাধানঃ-
ভগ্নাংশ দুটাৰ লব 9 আৰু 6 ৰ লঃসাঃগুঃ = 18
আৰু হৰ 10 আৰু 15 ৰ গঃসাঃউঃ = 5
\(\therefore\) প্রদত্ত ভগ্নাংশ দুটাৰ লঃসাঃগুঃ = \(\frac{18}{5}\)

(iv) \(\frac{4}{5},\frac{6}{7},\frac{15}{13}\)

সমাধানঃ-
ভগ্নাংশ দুটাৰ লব 4,6 আৰু 15 ৰ লঃসাঃগুঃ = 60
আৰু হৰ 5,7 আৰু 13 ৰ গঃসাঃউঃ = 1
\(\therefore\) প্রদত্ত ভগ্নাংশ দুটাৰ লঃসাঃগুঃ = \(\frac{60}{1}\)

(v) \(\frac{7}{8},\frac{7}{5}, 8\ frac{2}{5}\) = \(\frac{7}{8},\frac{7}{5}, \frac{42}{5}\)

সমাধানঃ-
ভগ্নাংশ দুটাৰ লব 7,7 আৰু 42 ৰ লঃসাঃগুঃ = 42
আৰু হৰ 8,5 আৰু 5 ৰ গঃসাঃউঃ = 1
\(\therefore\) প্রদত্ত ভগ্নাংশ দুটাৰ লঃসাঃগুঃ = \(\frac{42}{1}\)

4) তলত দিয়া ভগ্নাংশ গোটৰ প্ৰত্যেকখনে ক্ষেত্ৰত পৰীক্ষা কৰি চোৱা যে ‘দুটା ভগ্নাংশৰ লঘিষ্ঠ গুণিতক আৰু গ.সা.উ.’ ৰ গুণফল সেই ভগ্নাংশ দুটাৰ গুণফলৰ সমান।

(i) \(\frac{5}{9}, \frac{9}{7}\) 

Solution:- লঃসাঃগু

ভগ্নাংশ দুটাৰ লব 5 আৰু 9 ৰ লঃসাঃগু = 45

ভগ্নাংশ দুটাৰ হৰ 9 আৰু 7 ৰ গঃসাঃউ = 1

ভগ্নাংশদুটাৰ লঃসাঃগু = \(\frac{45}{1}\)

গঃসাঃউ

ভগ্নাংশ দুটাৰ লব 5 আৰু 9 ৰ গঃসাঃউ = 1

ভগ্নাংশ দুটাৰ হৰ 9 আৰু 7 ৰ লঃসাঃগু = 63

ভগ্নাংশদুটাৰ গঃসাঃউ = \(\frac{1}{63}\)

\(\therefore\)লঃসাঃগু\(\times\) গঃসাঃউ = \(\frac{45}{1}\times \frac{1}{63}= \frac{45}{63} = \frac{5}{7}\)

ভগ্নাংশ দুটাৰ গুণফল = \(\frac{5}{9}\times\frac{9}{7} =\frac{5}{7}\) 

\(\therefore\) ভগ্নাংশ দুটাৰ গুণফল = লঃসাঃগু\(\times\) গঃসাঃউ

(ii) \(\frac{7}{8}, \frac{6}{14}\) 

Solution:- 

লঃসাঃগু

ভগ্নাংশ দুটাৰ লব 7 আৰু 6 ৰ লঃসাঃগু = 42

ভগ্নাংশ দুটাৰ হৰ 8 আৰু 14 ৰ গঃসাঃউ = 2

ভগ্নাংশদুটাৰ লঃসাঃগু = \(\frac{42}{2} = 21\)

গঃসাঃউ

ভগ্নাংশ দুটাৰ লব 7 আৰু 6 ৰ গঃসাঃউ = 1

ভগ্নাংশ দুটাৰ হৰ 8 আৰু 14 ৰ লঃসাঃগু = 56

ভগ্নাংশদুটাৰ গঃসাঃউ = \(\frac{1}{56}\)

\(\therefore\) লঃসাঃগু \(\times\) গঃসাঃউ = \(\frac{21}{1} \times \frac{1}{56} = \frac{21}{56} = \frac{3}{8}\)

ভগ্নাংশ দুটাৰ গুণফল = \(\frac{7}{8} \times \frac{6}{14} = \frac{42}{112} = \frac{3}{8}\)

\(\therefore\) ভগ্নাংশ দুটাৰ গুণফল = লঃসাঃগু \(\times\) গঃসাঃউ

\(\therefore\) দেখুৱোৱা হ’ল।

(iii) \(\frac{5}{6}, \frac{7}{12}\)

Solution:- 

লঃসাঃগু 

ভগ্নাংশ দুটাৰ লব \(5\) আৰু \(7\) ৰ লঃসাঃগু = \(35\) 

ভগ্নাংশ দুটাৰ হৰ \(6\) আৰু \(12\) ৰ গঃসাঃউ = \(6\) 

ভগ্নাংশদুটাৰ লঃসাঃগু = \(\frac{35}{6}\) 

গঃসাঃউ 

ভগ্নাংশ দুটাৰ লব \(5\) আৰু \(7\) ৰ গঃসাঃউ = \(1\) 

ভগ্নাংশ দুটাৰ হৰ \(6\) আৰু \(12\) ৰ লঃসাঃগু = \(12\) 

ভগ্নাংশদুটাৰ গঃসাঃউ = \(\frac{1}{12}\) 

\(\therefore\) লঃসাঃগু \(\times\) গঃসাঃউ = \(\frac{35}{6} \times \frac{1}{12} = \frac{35}{72}\)

ভগ্নাংশ দুটাৰ গুণফল = \(\frac{5}{6} \times \frac{7}{12} = \frac{35}{72}\)

\(\therefore\) ভগ্নাংশ দুটাৰ গুণফল = লঃসাঃগু \(\times\) গঃসাঃউ 

\(\therefore\) দেখুৱোৱা হ’ল।

(iv) \(\frac{11}{4}, \frac{7}{2}\)

Solution:- 

লঃসাঃগু 

ভগ্নাংশ দুটাৰ লব \(11\) আৰু \(7\) ৰ লঃসাঃগু = \(77\) 

ভগ্নাংশ দুটাৰ হৰ \(4\) আৰু \(2\) ৰ গঃসাঃউ = \(2\) 

ভগ্নাংশদুটাৰ লঃসাঃগু = \(\frac{77}{2}\) 

গঃসাঃউ 

ভগ্নাংশ দুটাৰ লব \(11\) আৰু \(7\) ৰ গঃসাঃউ = \(1\) 

ভগ্নাংশ দুটাৰ হৰ \(4\) আৰু \(2\) ৰ লঃসাঃগু = \(4\) 

ভগ্নাংশদুটাৰ গঃসাঃউ = \(\frac{1}{4}\) 

\(\therefore\) লঃসাঃগু \(\times\) গঃসাঃউ = \(\frac{77}{2} \times \frac{1}{4} = \frac{77}{8}\)

ভগ্নাংশ দুটাৰ গুণফল = \(\frac{11}{4} \times \frac{7}{2} = \frac{77}{8}\)

\(\therefore\) ভগ্নাংশ দুটাৰ গুণফল = লঃসাঃগু \(\times\) গঃসাঃউ 

\(\therefore\) দেখুৱোৱা হ’ল।

(v) \(\frac{5}{12}, \frac{8}{15}\)

Solution:- 

লঃসাঃগু 

ভগ্নাংশ দুটাৰ লব \(5\) আৰু \(8\) ৰ লঃসাঃগু = \(40\) 

ভগ্নাংশ দুটাৰ হৰ \(12\) আৰু \(15\) ৰ গঃসাঃউ = \(3\) 

ভগ্নাংশদুটাৰ লঃসাঃগু = \(\frac{40}{3}\) 

গঃসাঃউ 

ভগ্নাংশ দুটাৰ লব \(5\) আৰু \(8\) ৰ গঃসাঃউ = \(1\) 

ভগ্নাংশ দুটাৰ হৰ \(12\) আৰু \(15\) ৰ লঃসাঃগু = \(60\) 

ভগ্নাংশদুটাৰ গঃসাঃউ = \(\frac{1}{60}\) 

\(\therefore\) লঃসাঃগু \(\times\) গঃসাঃউ = \(\frac{40}{3} \times \frac{1}{60} = \frac{40}{180} = \frac{2}{9}\)

ভগ্নাংশ দুটাৰ গুণফল = \(\frac{5}{12} \times \frac{8}{15} = \frac{40}{180} = \frac{2}{9}\)

\(\therefore\) ভগ্নাংশ দুটাৰ গুণফল = লঃসাঃগু \(\times\) গঃসাঃউ 

\(\therefore\) দেখুৱোৱা হ’ল।

(vi) \(\frac{8}{9}, \frac{10}{21}\)

Solution:- 

লঃসাঃগু 

ভগ্নাংশ দুটাৰ লব \(8\) আৰু \(10\) ৰ লঃসাঃগু = \(40\) 

ভগ্নাংশ দুটাৰ হৰ \(9\) আৰু \(21\) ৰ গঃসাঃউ = \(3\) 

ভগ্নাংশদুটাৰ লঃসাঃগু = \(\frac{40}{3}\) 

গঃসাঃউ 

ভগ্নাংশ দুটাৰ লব \(8\) আৰু \(10\) ৰ গঃসাঃউ = \(2\) 

ভগ্নাংশ দুটাৰ হৰ \(9\) আৰু \(21\) ৰ লঃসাঃগু = \(63\) 

ভগ্নাংশদুটাৰ গঃসাঃউ = \(\frac{2}{63}\) 

\(\therefore\) লঃসাঃগু \(\times\) গঃসাঃউ = \(\frac{40}{3} \times \frac{2}{63} = \frac{80}{189}\)

ভগ্নাংশ দুটাৰ গুণফল = \(\frac{8}{9} \times \frac{10}{21} = \frac{80}{189}\)

\(\therefore\) ভগ্নাংশ দুটাৰ গুণফল = লঃসাঃগু \(\times\) গঃসাঃউ 

\(\therefore\) দেখুৱোৱা হ’ল।

(vii) \(\frac{4}{9}, \frac{16}{81}\)

Solution:- 

লঃসাঃগু 

ভগ্নাংশ দুটাৰ লব \(4\) আৰু \(16\) ৰ লঃসাঃগু = \(16\) 

ভগ্নাংশ দুটাৰ হৰ \(9\) আৰু \(81\) ৰ গঃসাঃউ = \(9\) 

ভগ্নাংশদুটাৰ লঃসাঃগু = \(\frac{16}{9}\) 

গঃসাঃউ 

ভগ্নাংশ দুটাৰ লব \(4\) আৰু \(16\) ৰ গঃসাঃউ = \(4\) 

ভগ্নাংশ দুটাৰ হৰ \(9\) আৰু \(81\) ৰ লঃসাঃগু = \(81\) 

ভগ্নাংশদুটাৰ গঃসাঃউ = \(\frac{4}{81}\) 

\(\therefore\) লঃসাঃগু \(\times\) গঃসাঃউ = \(\frac{16}{9} \times \frac{4}{81} = \frac{64}{729}\)

ভগ্নাংশ দুটাৰ গুণফল = \(\frac{4}{9} \times \frac{16}{81} = \frac{64}{729}\)

\(\therefore\) ভগ্নাংশ দুটাৰ গুণফল = লঃসাঃগু \(\times\) গঃসাঃউ 

\(\therefore\) দেখুৱোৱা হ’ল।

5. ওপৰত দিয়া প্রশ্ন (4) ৰ ধৰ্মটো তলৰ ভগ্নাংশগোটত প্ৰযোজ্য হয় নে চোৱা

(i) \(\frac{4}{7}, \frac{5}{14}, \frac{8}{21}\)

Solution:-

লঃসাঃগু 

ভগ্নাংশটোৰ লব \(4, 5, 8\) ৰ লঃসাঃগু = \(40\) 

ভগ্নাংশটোৰ হৰ \(7, 14, 21\) ৰ গঃসাঃউ = \(7\) 

ভগ্নাংশটোৰ লঃসাঃগু = \(\frac{40}{7}\) 

গঃসাঃউ 

ভগ্নাংশটোৰ লব \(4, 5, 8\) ৰ গঃসাঃউ = \(1\) 

ভগ্নাংশটোৰ হৰ \(7, 14, 21\) ৰ লঃসাঃগু = \(42\) 

ভগ্নাংশটোৰ গঃসাঃউ = \(\frac{1}{42}\) 

\(\therefore\) লঃসাঃগু \(\times\) গঃসাঃউ = \(\frac{40}{7} \times \frac{1}{42} = \frac{40}{294} = \frac{20}{147}\)

ভগ্নাংশটোৰ গুণফল = \(\frac{4}{7} \times \frac{5}{14} \times \frac{8}{21} = \frac{160}{2058} = \frac{20}{147}\)

\(\therefore\) ভগ্নাংশটোৰ গুণফল = লঃসাঃগু \(\times\) গঃসাঃউ 

\(\therefore\) দেখুৱোৱা হ’ল।

(ii) \(\frac{3}{10}, \frac{4}{15}, \frac{6}{25}\)

Solution:- 

লঃসাঃগু 

ভগ্নাংশটোৰ লব \(3, 4, 6\) ৰ লঃসাঃগু = \(12\) 

ভগ্নাংশটোৰ হৰ \(10, 15, 25\) ৰ গঃসাঃউ = \(5\) 

ভগ্নাংশটোৰ লঃসাঃগু = \(\frac{12}{5}\) 

গঃসাঃউ 

ভগ্নাংশটোৰ লব \(3, 4, 6\) ৰ গঃসাঃউ = \(1\) 

ভগ্নাংশটোৰ হৰ \(10, 15, 25\) ৰ লঃসাঃগু = \(150\) 

ভগ্নাংশটোৰ গঃসাঃউ = \(\frac{1}{150}\) 

\(\therefore\) লঃসাঃগু \(\times\) গঃসাঃউ = \(\frac{12}{5} \times \frac{1}{150} = \frac{12}{750} = \frac{2}{125}\)

ভগ্নাংশটোৰ গুণফল = \(\frac{3}{10} \times \frac{4}{15} \times \frac{6}{25} = \frac{72}{3750} = \frac{2}{125}\)

\(\therefore\) ভগ্নাংশটোৰ গুণফল = লঃসাঃগু \(\times\) গঃসাঃউ 

\(\therefore\) দেখুৱোৱা হ’ল।

(iii) \(\frac{12}{5}, \frac{8}{21}, \frac{3}{7}\)

Solution:- 

লঃসাঃগু 

ভগ্নাংশটোৰ লব \(12, 8, 3\) ৰ লঃসাঃগু = \(24\) 

ভগ্নাংশটোৰ হৰ \(5, 21, 7\) ৰ গঃসাঃউ = \(1\) 

ভগ্নাংশটোৰ লঃসাঃগু = \(\frac{24}{1}\) 

গঃসাঃউ 

ভগ্নাংশটোৰ লব \(12, 8, 3\) ৰ গঃসাঃউ = \(1\) 

ভগ্নাংশটোৰ হৰ \(5, 21, 7\) ৰ লঃসাঃগু = \(105\) 

ভগ্নাংশটোৰ গঃসাঃউ = \(\frac{1}{105}\) 

\(\therefore\) লঃসাঃগু \(\times\) গঃসাঃউ = \(\frac{24}{1} \times \frac{1}{105} = \frac{24}{105} = \frac{8}{35}\)

ভগ্নাংশটোৰ গুণফল = \(\frac{12}{5} \times \frac{8}{21} \times \frac{3}{7} = \frac{288}{735} = \frac{8}{35}\)

\(\therefore\) ভগ্নাংশটোৰ গুণফল = লঃসাঃগু \(\times\) গঃসাঃউ 

\(\therefore\) দেখুৱোৱা হ’ল।

    Leave a Reply