CLASS 7 MATHS SOLUTION । CHAPTER 1 । অখণ্ড সংখ্যা । IN ASSAMESE MEDIUM । SANKARDEV BIDYA NIKETAN । EXERCISE – 1C

দুটা অখণ্ড সংখ্যাৰ পূৰণফল 41 ইয়াৰে এটা  (-1) হলে আনটো কি দুটা অখণ্ড সংখ্যাৰ পূৰণফল (-24)   হলে সংখ্যা্ দুটা কি কি হব পাৰে নিৰ্ণয় কৰা ।দুটা অখণ্ড সংখ্যাৰ পূৰণফল 32   হলে সংখ্যা্ দুটা কি কি যদি a ÷(-7)=6 তেন্তে অখণ্ড সংখ্যা a উলিওৱা । যদি 105÷b = 15   তেন্তে ৰ ঠাইত কি অখণ্ড  সংখ্যা পাতিব পৰা যাব ? তলত দিয়া প্ৰতিটো গোট সৰল কৰা আৰু যি যি মান পালা সেইবিলাক সমান হয়নে পৰ্যবেক্ষণ কৰা ।

Leave a Reply

Your email address will not be published. Required fields are marked *