Class 7 Maths Sankardev Sishu Niketan Chapter 3। Exercise – 3(B) Solution । তথ্য প্ৰকাশ আৰু বিচাৰ। শংকৰদেৱ শিশু নিকেটন

Class 7 Maths Sankardev Sishu Niketan Chapter 3। Exercise – 3(B) Solution । তথ্য প্ৰকাশ আৰু বিচাৰ। শংকৰদেৱ শিশু নিকেটন

Exercise – 3(B)

1. নবোদয় বিদ্যালয়ে ৰাজ্যিক ভিত্তিত বিজ্ঞান প্রদর্শনী এখন পাতিছে। বিভিন্ন স্কুলৰ অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীবোৰৰ সংখ্যা শ্ৰেণী অনুসৰি এনেদৰে দিয়া আছেশ্ৰেণী অনুসৰি ছাত্র-ছাত্রীৰ সংখ্যা
শ্ৰেণীVVIVIIVIIIIX
ছাত্ৰ5040453025
ছাত্ৰী3040554230
  • তথ্য খিনি দ্বৈত দণ্ডলেখ এটাৰ সহায়ত প্ৰৰ্দশন কৰা । তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া
    1. কোন শ্ৰেণীৰ আটাইতকৈ বেছি ছাত্ৰই অংশগ্ৰহণ কৰিছে ?
    2. কোন শ্ৰেণীৰ আটাইতকৈ কম ছাত্ৰই অংশগ্ৰহণ কৰিছে?
    3. কোন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ পাৰ্থক্য আটাইতকৈ বেছি?
    4. সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাতটো অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাতটোতকৈ কিমান কম বা বেছি?
    5. Solution:-

    দ্বৈত দণ্ডলেখ সহ বিজ্ঞান প্রদর্শনী তথ্য

    নবোদয় বিদ্যালয়ে বিজ্ঞান প্রদর্শনী

    শ্ৰেণীVVIVIIVIIIIX
    ছাত্ৰ5040453025
    ছাত্ৰী3040554230

    প্ৰশ্ন আৰু উত্তৰ:,

    1. শ্ৰেণী V ত আটাইতকৈ বেছি ছাত্ৰ (৫০ জন) অংশগ্ৰহণ কৰিছে।
    2. শ্ৰেণী IX ত আটাইতকৈ কম ছাত্ৰ (২৫ জন) অংশগ্ৰহণ কৰিছে।
    3. শ্ৰেণী V ত ছাত্ৰ-ছাত্ৰীৰ পাৰ্থক্য আটাইতকৈ বেছি: |৫০ – ৩০| = ২০ জন।
    4. VII শ্ৰেণীৰ অনুপাত (৯:১১ ≈ ০.৮১৮), VIII শ্ৰেণীৰ অনুপাত (৫:৭ ≈ ০.৭১৪)। , VII শ্ৰেণীৰ অনুপাত VIII শ্ৰেণীৰ অনুপাতে প্ৰায় ১০.৪% বেছি।

    2. উত্তৰ মেৰুৰ ওচৰৰ দুখন চহৰ X আৰু Y ত প্ৰতিদিনে মাত্র কেইঘণ্টামানহে বেলিৰ পোহৰ পৰে। বাকী সময়খিনি ৰাতি । 2010 চনৰ প্ৰতি দুমাহৰ ভিতৰত চহৰ দুখনত পৰা গড় উত্তাপ (ডিগ্রীত) এনেধৰণৰ_

    মাহৰ অনুসৰি তথ্য
    মাহ → চর্তডিচেম্বৰ জানুৱাৰীফেব্ৰুৱাৰী মাৰ্চএপ্ৰিল মে’জুন জুলাইআগষ্ট ছেপ্টেম্বৰঅক্টোবৰ নৱেম্বৰ
    X3121625106
    Y210182273

    ঠাই দুখনৰ উত্তাপৰ পাৰ্থক্য দেখুৱাই এখন দণ্ডলেখ আঁকা।

    (i)ডিচেম্বৰ-জানুৱাৰী মাহত চহৰ দুখনৰ গড় উত্তাপ আটাইতকৈ কম।

    (ii) জুন-জুলাই মাহত চহৰ দুখনৰ গড় উত্তাপ আটাইতকৈ বেছি।
    (iii) গড় উত্তাপৰ পাৰ্থক্য ডিচেম্বৰ-জানুৱাৰী এই দুই মাহত আটাইতকৈ কম।

    (iv) জুন-জুলাই, আগষ্ট-চেপ্টেম্বৰ আৰু অক্টোবৰ-নবেম্বৰ মাহত গড় উত্তাপৰ পার্থক্য আটাইতকৈ বেছি
    (v) জুন-জুলাই, আগষ্ট-চেপ্টেম্বৰ আৰু অক্টোবৰ-নবেম্বৰ এই ছয়মাহত গড় উত্তাপ সমান।

    3) সোঁকাষত এটা দণ্ডলেখৰ চিত্ৰত জমা-খৰচ দেখুৱাইছে। চিত্ৰটোৱে কি বুজাইছে লিখা।
    চিত্ৰৰ পৰা কি কি বিভিন্ন তথ্য পাব পাৰি পাচঁটা উল্লেখ কৰা।

    সমাধানঃ
    (a) 2011 চনত জমা আটাইতকৈ কম।
    (b) 2009 আৰু2013 চনত খৰচ আটাইতকৈ কম
    (c) 2013 চনত জমা আটাইতকৈ বেছি।

    (d) 2011 চনত খৰচ আটাইতকৈ বেছি।
    (e) 2012 চনত জমা খৰচ সমান।


    Leave a Reply