Exercise 3(B)
1.সত্য (T) নে অসত্য (F) লিখা :
i) 3ৰে বিভাজ্য সকলো সংখ্যা 2ৰে বিভাজ্য । Ans— F
ii) 2 আৰু 3ৰে বিভাজ্য সংখ্যাবোৰ 6ৰে বিভাজ্য কাৰণে 2 আৰু 4ৰে বিভাজ্য সংখ্যাবোৰো ৪ ৰে বিভাজ্য। Ans— F
iii) এটা সংখ্যা 10ৰে বিভাজ্য হলে সংখ্যাটো 5ৰে বিভাজ্য হ’ব। Ans— T
iv) এটা সংখ্যা 5ৰে বিভাজ্য হ’লে সংখ্যাটো 10ৰে বিভাজ্য নহ’বও পাৰে ৷ Ans— T
v) a আৰু b সংখ্যা দুটাৰ সাধাৰণ উৎপাদক 1 (অর্থাৎ a আৰু b পৰস্পৰ মৌলিক)। যদি a আৰু b ৰে m বিভাজ্য তেন্তে axc ৰেও m বিভাজ্য । Ans— T
vi) যদি a আৰু b যমজ মৌলিক তেন্তে সিহঁতৰ সাধাৰণ উৎপাদক মাত্ৰ এটাই থাকিব আৰু সেইটো 1। Ans— T
vii) যদি a আৰু b দুটা যমজ মৌলিক সংখ্যা, তেন্তে a আৰু b উভয়ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো axb। Ans— T
(viii) যদি 31 m তেন্তে 6 | m ই সদায় সত্য। Ans— F
(ix) 15ৰে বিভাজ্য সকলো সংখ্যা 3 আৰু 5ৰে বিভাজ্য । Ans— T
(x) যদি dৰ এটা উৎপাদক a আৰু d=b+c তেন্তে a সংখ্যাটো b আৰু c উৎপাদক Ans— F
2. i) একোটাকৈ উদাহৰণেৰে দেখুওৱা যে (i) যদি a আৰু b পৰস্পৰ মৌলিক (অর্থাৎ মৌলিক) তেন্তে সিহঁতৰ অতি কমেও এটা মৌলিক নহ’লেও হয় ।


iii) 3ৰে হৰণ যোৱা সংখ্যা এটা 9ৰে হৰণ নেযাবও পাৰে
Ans:- 12,6,21,15, 33 আদি
iv) দুটা ক্রমিক অযুগ্ম সংখ্যাৰ যোগফলটো 4ৰে বিভাজ্য ।

3.(i) তিনি যোৰা পৰস্পৰ মৌলিক সংখ্যা লিখা ।
Ans:- (2,6) (4,3) (6,7)
(ii) এযোৰ পৰস্পৰ মৌলিক সংখ্যা লিখা ‘যি যমজ মৌলিক নহয় ।
Ans:- (5,16)
(iii) এযোৰ পৰস্পৰ যমজ মৌলিক লিখা যি পৰস্পৰ মৌলিক ।
Ans:- (3,5)
4. তলৰ কোনবোৰ সংখ্যা 7 আৰু 13ৰে বিভাজ্য চোৱা।
i) 39367895
ii) 4862195325
iii) 100249358
iv) 5208108178
Solution:-





5. 27720 সংখ্যাটো 2ৰ পৰা 12লৈ এই আটাইকেইটা পূৰ্ণ সংখ্যাৰে বিভাজ্য হয়নে পৰীক্ষা কৰা


বন্ধনীত দিয়া সংখ্যাটোৰ বিভাজ্য হ’বৰ বাবে তলৰ প্ৰতিটো সংখ্যাৰ খালী স্থানত আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ অংক কি হ’ব লিখা ।
i) 68923-(2ৰে)
ii) 84-296, (2ৰে)
iii) 647-251, (3ৰে)
iv) 5321–4, ( 6ৰে
v) 67438-(6ৰে)
vi) 8-9098, (6ৰে)
vii) 9–648 (9ৰে) viii) 11531-224 (11 ৰে)

- তলৰ সংখ্যাবিলাকৰ সাধাৰণ উৎপাদকবিলাক উলিওৱা
a) 72 আৰু 60 b) 35 আৰু 75 c) 70, 105, 175