অনুশীলনী – 4(A)
Class 6 Maths। Chapter 4। Exercise 4(A) ।Sankardev Sishu Niketan ।শংকৰদেৱ শিশু নিকেটন
1.ঘনক আৰু আয়তীয় ঘনৰ প্ৰত্যেকৰে পাঁচটাকৈ উদাহৰণ লিখা।
Answer:- ঘনক —- লুডুগুটী, চেনীৰ ঘনক ,বৰফৰ টুকুৰা ,ৰুবিক কিউব, উপহাৰৰ বাকচ
আয়তীয় ঘনক —— জ্যামিতীৰ বাকচ, কিতাপ, টিফিন বাকচ, ৰাবাৰ,পেনছিল বাকচ
2.ঘনক আৰু আয়তীয় ঘনৰ পাৰ্থক্য কি?
Answer:- ঘনকৰ দীঘ,প্ৰস্থ আৰু উচ্চতা একে বা সমান কিন্তু আয়তীয় ঘনকৰ দীঘ,প্ৰস্থ আৰু উচ্চতা বেলেগ বেলেগ
3.এটা বহুস্ফলক ভাবা যাৰ সমান্তৰাল পিঠি দুখন ত্রিভুজ।
Answer:- ত্ৰিভূজাকৃতিৰ প্ৰিজম
4.তলৰ কোনবোৰ চিত্ৰ বন্ধ? কোনবোৰ মুক্ত, অর্থাৎ খোলা?
