CLASS 6 MATHS CHAPTER 1 SOLUTION IN ASSAMESE MEDIUM SANKARDEV BIDYA NIKETAN । আমাৰ সংখ্যাবোৰৰ বিষয়ে জানো আহাঁ । শংকৰদেৱ নিকেতন

                                                                                            অনুশীলনী-1

  1. (a) অংক’কেইটা আৰু কি কি?

উওৰঃ- অংক 10 টা ।

0,1,2,3,4,5,6,7,8,9

(b) আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি ?

উওৰঃ- আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 1

(c) 3, 8, 0 ৰে লিখিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা দুটা কি কি?

উওৰঃ- 3, 8, 0 ৰে লিখিব পৰা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 308 আৰু আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যাটো 830

(d) 4, 3, 7, 9 অংককেইটাৰে গঠন কৰিব পৰা চাৰিটা অংক বিশিষ্ট বৃহত্তম সংখ্যা আৰু ক্ষুদ্রতম সংখ্যা দুটা লিখা । ইহঁত দুটাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে।

উওৰঃ- 4, 3, 7, 9 অংককেইটাৰে গঠন কৰিব পৰা চাৰিটা অংক বিশিষ্ট বৃহত্তম সংখ্যাটো 9743 আৰু ক্ষুদ্রতম সংখ্যাটো 3479

(e) 1, 5, 9 ৰে লিখিব পৰা এটা অংক বিশিষ্ট, দুটা অংক বিশিষ্ট আৰু তিনিটা অংক বিশিষ্টসংখ্যাবোৰ লিখা । সংখ্যাবোৰ ঊৰ্ধক্ৰমত সজোৱা।

উওৰঃ- 1, 5, 9 ৰে লিখিব পৰা এটা অংক বিশিষ্ট সংখ্যাবোৰ হৈছে 1,5,9

1, 5, 9 ৰে লিখিব পৰা দুটা অংক বিশিষ্ট সংখ্যাবোৰ হৈছে 15, 19,59,51,91,95

1, 5, 9 ৰে লিখিব পৰা তিনিটা অংক বিশিষ্ট সংখ্যাবোৰ হৈছে 159, 951, 915,519,591,195

ঊৰ্ধক্ৰমত—— 1,5,9,15,1951,59,91,95,159,195,519,591,915,951

2. 5 টা অংকেৰে লিখিব পৰা বৃহত্তম সংখ্যাটোৰ লগত 1 যোগ কৰিলে পোৱা সংখ্যাটো আৰু 6 টা অংকেৰে লিখিব পৰা বৃহত্তম সংখ্যাটোৰ পাৰ্থক্য কিমান?

সমাধান—-

5 টা অংকেৰে লিখিব পৰা বৃহত্তম সংখ্যাটো 99999

1 যোগ কৰিলে পোৱা সংখ্যাটো = 100000

6 টা অংকেৰে লিখিব পৰা বৃহত্তম সংখ্যাটো = 999999

পাৰ্থক্য = 999999 – 100000

= 899999

3. 49, 361, 789, 1490, 5000 ক ৰোমান পদ্ধতিত প্ৰকাশ কৰা।

সমাধান—-

49 = XLIX, 361 = CCCLXI, 789 = DCCLXXXIX, 1490 = MCDXC, 5000 = V

4. দশমিক পদ্ধতিত লিখা।

LXV, DCXXXV, MCMXII, MDCCCXLVI

সমাধান—-

LXV = 65, DCXXXV = 635, MCMXII = 1912, MDCCCXLVI =1846

5. ভাৰতীয় আৰু আন্তর্জাতিক পদ্ধতিত লিখা—

(a) 100000000 + 1000000 +100000 + 1000 + 10 + 1

উওৰঃ-

ভাৰতীয় পদ্ধতিত – 10 কোটি 11 লাখ 1 হাজাৰ 11 বা 10, 11, 01, 011

আন্তর্জাতিক পদ্ধতিত — 101 নিযুত 101 হাজাৰ 11 বা 101, 101, 01

(b) 900000000+60000 + 300 + 5

উওৰঃ-

ভাৰতীয় পদ্ধতিত — 90 কোটি 60 হাজাৰ 305 বা 90,00,60,305

আন্তর্জাতিক পদ্ধতিত — 900 নিযুত 60 হাজাৰ 305 বা 900, 060, 305

6. তলৰ সংখ্যাবিলাকৰ বাবে স্থানীয় মান পদ্ধতিত প্ৰতিটোৰে সংখ্যাংক লিখা

(a) নিৰানব্বৈ কোটি সাতসত্তৰ লাখ পয়ত্রিশ হাজাৰ তিনি

উওৰঃ- 99,77,35,003

(b) পোন্ধৰ কোটি বিশ হাজাৰ তেৰ

উওৰঃ- 15,00,20,01

(c) পঞ্চল্লিশ লাখ ন

উওৰঃ- 45,00,009

7. স্থানীয় মান তালিকাৰ সহায়ত অধঃক্ৰমত লিখা।

a)375624574; 689436213; 605073662; 2846325; 82856289

b) 46385; 98634302; 7839875007; 6284; 88289

8. 87, 347, 707 সংখ্যাটোৰ 7 বিলাকৰ স্থানীয় মানৰ যোগফল কিমান?

SOLUTION:- 7 বিলাকৰ স্থানীয় মানৰ যোগফল = 7000000 +7000 +70+7

= 7007077

9. তলত দিয়া প্রশ্নবিলাকৰ উত্তৰ লিখা ।

(a) এক লাখত কিমান হাজাৰ?

উওৰঃ- 100 হাজাৰ

(b) এক কোটিত কিমান নিযুত?

উওৰঃ- 10 নিযুত

(c) কিমান হাজাৰত এক কোটি?

উওৰঃ- 10,000 হাজাৰ

(d) কিমান নিযুত এক বিলিয়ন?

উওৰঃ- 1,000 নিযুত

10. বন্ধনীত দিয়া নির্দেশ অনুসৰি উত্তৰ কৰা।

(a) 101 × 11 (বিতৰণ বিধি ব্যৱহাৰ কৰি মান উলিওৱা)

উওৰঃ-

= 101 × 11

= (100 + 1) × 11

= 100 × 11 + 1 ×11

= 1100 + 11

= 1111

(b) 1010 আৰু 100100 (পূৰণৰ ক্ৰম বিনিময় বিধি সত্যাপন কৰা )

উওৰঃ-

⟹ 1010 × 100100 = 100100

⟹ 10110100 = 10110100

সত্যাপন কৰা হল

(c) এক নিযুত আৰু এক লাখ (যোগৰ ক্ৰম বিনিময় বিধি সত্যাপন কৰা)

উওৰঃ-

⟹ 1000000 + 100000 = 100000 + 1000000

⟹ 1100000 = 1100000

সত্যাপন কৰা হল

Leave a Reply

Your email address will not be published. Required fields are marked *