Class 6 Maths।Exercise 2(B) Solution।Sankardev Sishu Niketan। Chapter 2 পূৰ্ণ সংখ্যা । Sankardev Sishu Niketan। শংকৰদেৱ শিশু নিকেটন ২০২৪-২০২৫

Exercise 2(B)

Sankardev Sishu Niketan

Closure Property

1. পূর্ণ সংখ্যাই যোগ, বিযোগ, পূৰ্ণ আৰু হৰণ প্ৰক্ৰিয়াৰ অধীনত তলত দিয়া কোনকেইটা বিধি মানি চলে

(a) আৱদ্ধ বিধি (b) ক্রম বিনিময় বিধি (c) সহযোগ বিধি

1 ) যোগৰ সাপেক্ষে আৱদ্ধ বিধি (closure property ) :- দুটা পূর্ণ সংখ্যাৰ যোগ ফল বা পূৰণফল সদায় এটা পূর্ণ সংখ্যা হয় ।
যেনে :- a = 5, b = 7
= a+b = 5+7 =12
এতেকে মানি চলিব

বিয়োগৰ সাপেক্ষে আৱদ্ধ বিধি (closure property ) :- দুটা পূর্ণ সংখ্যাৰ বিয়োগ ফল সদায় এটা পূর্ণ সংখ্যা হয় ।
যেনে :- a = 5, b = 7
= a+b = 5-7 = -2
এতেকে মানি নচলে

পূৰণৰ সাপেক্ষে আৱদ্ধ বিধি (closure property ) :- দুটা পূর্ণ সংখ্যাৰ পূৰণফল সদায় এটা পূর্ণ সংখ্যা হয় ।
যেনে :- a = 5, b = 7
= a*b = 5*7 = 35
এতেকে মানি চলে

হৰণৰ সাপেক্ষে আৱদ্ধ বিধি (closure property ) :- দুটা পূর্ণ সংখ্যাৰ হৰণফল সদায় এটা পূর্ণ সংখ্যা হয় ।
যেনে :- a = 5, b = 7
= a/b = 5/7
এতেকে মানি নচলে

b) ক্রম বিনিময় বিধি
যোগৰ সাপেক্ষে মানি চলে
পূৰণৰ সাপেক্ষে মানি চলে
হৰণৰ সাপেক্ষে মানি নচলে
বিয়োগৰ সাপেক্ষে মানি চলে

c) সহয়োগ বিধি
যোগৰ সাপেক্ষে মানি চলে
পূৰণৰ সাপেক্ষে মানি চলে
হৰণৰ সাপেক্ষে মানি নচলে
বিয়োগৰ সাপেক্ষে মানি চলে

2.যিকোনো দুটা পূর্ণ সংখ্যা a আৰু b ৰ ক্ষেত্ৰত a + b (বা a/b ) ৰ পৰা কি পাবা যদি
\((i) a \ne 0,b \ne 0\)

Solution:-

ধৰো, a = 5, b = 4

\(\implies\frac{a}{b}=\frac{5}{4}\)
\((ii) a = 0,b \ne 0\)

Solution:-

ধৰো, a = 0, b = 4

\(\implies\frac{a}{b}=\frac{0}{4}=0\)


(iii) a = 0,b = 0
Solution:-

ধৰো, a = 0, b = 0

\(\implies\frac{a}{b}=\frac{0}{0}= 0\)

(iii) a = 0,b = 0
Solution:-

ধৰো, a = 0, b = 0

\(\implies\frac{a}{b}=\frac{0}{0}= 0\)

\((iv)a \ne 0,b = 0\)
Solution:-

ধৰো, a = 1, b = 0

\(\implies\frac{1}{0}\)= সম্ভৱ নহয়

Leave a Reply