Exercise – 6(C)
1. মান নিৰ্ণয় কৰাঃ
(i) 25 – 20
= 25 -20 = 5
(ii) 20 – 25
= -5
(iii) – 20 – 25
= – 20 -25 = -45
(iv) – 25 -20
= -25 -20 = – 45
(v) 25 – (-20)
= 25 + 20 = 45
2. বিয়োগ কৰা (সংখ্যাৰোখাৰ সহায়ত)
(i) -6 ৰ পৰা 3
(ii) -5 ৰ পৰা -2
(iii) – 1 ৰ পৰা – 5
(iv) – 3 ৰ পৰা -7
(v) 2 ৰ পৰা -8
(vi) 0 ৰ পৰা 5
(vii) – 3 ৰ পৰা 3
(viii) 3 ৰ পৰা – 3
3. বিয়োগ কৰাা
(i) -30 ৰ পৰা -70
(ii) -80 ৰ পৰা 100
(iii) 70 ৰ পৰা -50
(iv) -25 ৰ পৰা 30
(v) -1207 ৰ পৰা 3080
(vi) – 5072 ৰ পৰা 4000
(vii) 10000 ৰ পৰা -2000
(viii) -5003 ৰ পৰা 5003
4. মান নিৰ্ণয় কৰাঃ
(i) (-6) – 9 – (-27)
(ii) – 15 + 80 – (-90)
(iii) -15 – (-15) + 20 – (-20)
(iv) – 70 + (-15) + (-30)
(v) 80 – (-20) + (-35) – (-22) + (-90)
5. খালী ঠাই পূৰ কৰাঃ
(i) (-7) + 7 = 0
(ii) -15 – (-15) = 0
(iii) 15 – (-15) = 30
(iv) -4 + (-9) = – 13
(v) 3 – 15 = – 12
(vi) 7 – 27 = -20
(vii) 12 + (-20) = -8
(viii) 12 + (-32) = – 20
6. খালী ঠাই পূৰ কৰা (> , < বা = চিনেৰে)
(i) (-2) + (-4) < -2 – (-14)
(ii) 30 – (- 8) > – 30 + (- 8)
(iii) – 15 + 7 < – 7 + 15
(iv) (-9) + (-7) = -7 + (-9)
(v) -35 + 20 = -20 + 5