SEBA Solutions for Class 6 CHAPTER 1 of social science in assamese medium are prepared to help students in their annual exam preparation for getting good rank and mark to obtain a batter result in annual examination in seba board . This solution provides them with answers to the questions provided in the SEBA Class 6 social science textbooks.
In this chapter, students will learn about the details of galaxy and about our universe components like moon , sun, planets etc. in assamese medium . It’s highly suggested that students make use of the SEBA Solutions in assamese medium for Class 6 social Science Chapter 1 while learning the main concepts. Also, this chapter is quite interesting as it involves many practical experiments to help learners understand the basics. SEBA board is the state board of who control assamese textbook for assam and all examination in assamese medium .
অনুশীলনী
(১) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া—
(ক) কর্কট ক্রান্তি কাক বোলে?
Ans. – বিষুবৰেখা সমান্তৰালভাৱে দূৰত থকা অক্ষৰেখাডালক কৰ্কট ক্ৰান্তি বোলে ।
(খ) তাপ মণ্ডল তিনিটা কি কি?
Ans. গীষ্মমণ্ডল, নাতিশীতোষ্ণ আৰু শীতমণ্ডল
(গ) অক্ষৰেখা কাক বোলে?
উওৰঃ বিষুৱৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে। এইবোৰকে
অক্ষৰেখা বোলে৷
(ঘ) দ্রাঘিমাৰেখা কাক বোলে?
উওৰঃ- কোনো ঠাইৰ অৱস্থান নিৰ্ণয়ৰ বাবে অক্ষৰেখাৰ উপৰি উত্তৰ মেৰু আৰু দক্ষিণ মেৰু সংযোগী
কিছুমান কাল্পনিক ৰেখাৰ সহায় লোৱা হয়। এই ৰেখাবোৰকে দাঘিমা ৰেখা বোলে।
(ঙ) গ্রীষ্মমণ্ডল আটাইতকৈ অধিক উষ্ম কিয় হয়?
উওৰঃ- কাৰণ গ্রীষ্মমণ্ডলত বছৰৰ প্ৰায়ভাগ সময়তে সূৰ্যৰ ৰশ্মি প্রায় পোনপটীয়াভাৱে পৰে। ফলত এই অঞ্চলৰ উষ্ণতা যথেষ্ট বেছি হয় ।
(চ) বিষুৱ ৰেখা কোনটো তাপমণ্ডলত অৱস্থিত?
উওৰঃ- গ্রীষ্মমণ্ডল
(ছ) মেৰু অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে?
উওৰঃ- ইয়াৰ কাৰণ হ’ল ইয়াত ছমাহ কাল সূৰ্যৰ ৰশ্মি অতি হেলনীয়া ভাবে পৰে আৰু ছমাহ কাল সূৰ্যৰ ৰশ্মি প্রায় নপৰে।
(২) কেৱল উত্তৰ দিয়া
(ক) কর্কটক্রান্তি বৃত্তটো পৃথিৱীৰ কোনটো গোলাৰ্ধত কল্পনা কৰা হৈছে?
উওৰঃ- উওৰ মেৰু
(খ) কি কাল্পনিক ৰেখাই পৃথিৱীৰ কেন্দ্ৰৰে দুই মেৰুবিন্দুক সংযোগ কৰিছে?
উওৰঃ- মেৰুদণ্ড
(গ) গোলকৰ কোনটো ফালে উত্তৰ মেৰু থাকে?
উওৰঃ- উওৰ ফালে
(ঘ) বিষুৱ ৰেখাৰ অক্ষাংশ কিমান?
উওৰঃ- শূণ্য ডিগ্ৰী
(ঙ) তুমি কোন গোলাৰ্ধৰ বাসিন্দা?
উওৰঃ- উওৰ গোলাৰ্ধত
(৩) শুদ্ধটোত চিন দিয়া—
(ক) মুখ্য দ্ৰাঘিমাৰেখাৰ মান হৈছে—
(১) ৯০° (২) ০° (৩) ৬৬°
উওৰঃ- ০°(শূণ্য ডিগ্ৰী)
(খ) শীত মণ্ডলৰ অৱস্থান হৈছে
(১) মেৰু অঞ্চলত, (২) বিষুৱীয় অঞ্চলত
উওৰঃ- (১) মেৰু অঞ্চলত
(গ) বিষুৱৰ পৰা কিমান ডিগ্রী অক্ষাংশত মকৰ ক্ৰান্তি পোৱা যাব?
(১) ৬৬দক্ষিণ অক্ষাংশ (২) ২৩দক্ষিণ অক্ষাংশ (৩) ২৩ উত্তৰ অক্ষাংশ
উওৰঃ- (২) ২৩১/২°দক্ষিণ অক্ষাংশ
(ঘ) ১° ৰ অন্তৰে অন্তৰে দ্ৰাঘিমা ৰেখাৰ মুঠ সংখ্যা হ’ব—
(১) ১৮০ ডাল (২) ৩৬০ ডাল (৩) ৯০ ডাল
উওৰঃ- (১) ১৮০ ডাল
(৪) (ক) বিষুৱ ৰেখাৰ পৰা উত্তৰ আৰু দক্ষিণ দিশে বিস্তৃত হৈ থকা তাপমণ্ডলটোৰ নাম কি?
উওৰঃ- গ্রীষ্মমণ্ডল
(খ) সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাবে পৰা অঞ্চলত সাগৰৰ পানী সাধাৰণতে কি অৱস্থাত থাকে?
উওৰঃ- সূৰ্যৰ ৰশ্মি অতি হেলনীয়াভাবে পৰা অঞ্চলত সাগৰৰ পানী কিয় গোট মাৰি থাকে?