CLASS 6 । CHAPTER 2 পূৰ্ণ সংখ্যা ।MATHS ।SANKARDEV SOLUTION IN ASSAMESE MEDIUM । SANKARDEV SISHU/BIDYA NIKETAN । EXERCISE – 2(A) ।  অনুশীলনী – 2(A)

                                                                                 অনুশীলনী – 2(A)

1.(a) 110101 ৰ পূৰ্বপদ আৰু উত্তৰপদ কি লিখা।

Ans. 110101 ৰ পূৰ্বপদ 110100

        110101 ৰ উওৰপদ 110102

 (b) 1090999 ৰ ঠিক আগৰ আৰু ঠিক পিছৰ তিনিটাকৈ পূর্ণ সংখ্যা লিখা।

Ans. 1090999 ৰ ঠিক আগৰ তিনিটা পূর্ণ সংখ্যা 1090998, 1090997, 1090996

       1090999 ৰ ঠিক পিছৰ তিনিটা পূর্ণ সংখ্যা 1091000, 1091001, 1091002

(c) 1001 আৰু 1099 ৰ মাজৰ যিকেইটা পূৰ্ণ সংখ্যাৰ একক স্থানত 5আছে সেইকেইটা কি কি?

Ans. 1005, 1015, 1025, 1035, 1045, 1055, 1065, 1075, 1085, 1095

(d) 1001 আৰু 1099 ৰ মাজৰ কোনো পূর্ণ সংখ্যাৰ শতকৰ স্থানত 3 থাকিব পাৰিবনে?

Ans. নোৱাৰে

2. (a) আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটোৰ বিয়োগফল কিমান ?

Ans. আমি জানো যে,

আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো = 0

আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো = 1

∴ বিয়োগফল = 1- 0 = 0

(b) আটাইতকৈ সৰু তিনিটা অংক বিশিষ্ট পূর্ণ সংখ্যাটো উলিওৱা যাৰ পূৰ্বপদটো দুটা অংক বিশিষ্ট এটা পূর্ণ সংখ্যা।

Ans. আটাইতকৈ সৰু তিনিটা অংক বিশিষ্ট পূর্ণ সংখ্যাটো = 100

3. খালী ঠাই পূৰ কৰা—

(a) এককৰ স্থানত 5 থকা আটাইতকৈ সৰু পাঁচটা অংকযুক্ত পূর্ণ সংখ্যাটো _______ ।

Ans. 10005

(b) 5টা অংকযুক্ত বৃহত্তম পূৰ্ণ সংখ্যা যাৰ তিনিটা স্থানত একেটা অংক পুনৰাবৃত্তি হ’ব পাৰে কিন্তু আন দুটা স্থানৰ অংক দুটাৰ পুনৰাবৃত্তি হ’ব নোৱাৰে) _______ ।

Ans. 99987

4. সত্য নে অসত্য কোৱা-

(a) কোনো এটা পূর্ণসংখ্যাৰ পূৰ্বপদ আৰু উত্তৰপদৰ সমষ্টিৰ আধা সেই পূৰ্ণ সংখ্যাটোৰ সমান।

Ans. সত্য

(b) দুটা অংকবিশিষ্ট পূর্ণ সংখ্যা মুঠতে 90টা আছে।

Ans. সত্য

(c) যদি a এটা পূর্ণ সংখ্যা তেন্তে a + 1 এটা পূর্ণসংখ্যা।

Ans. সত্য

(d) যদি a এটা স্বাভাৱিক সংখ্যা তেন্তে a – 1 সদায় এটা স্বাভাৱিক সংখ্যা।

Ans. অসত্য

(e) যদি a আৰু b পূৰ্ণ সংখ্যা তেন্তে a + b এটা পূর্ণসংখ্যা।

Ans. সত্য

(f) যদি a আৰু b পূর্ণ সংখ্যা তেন্তে a x b সদায় এটা পূর্ণসংখ্যা।

Ans. সত্য

(g) যদি a এটা পূর্ণ সংখ্যা তেন্তে a আৰু a + 1 ৰ মাজত সদায় এটা পূৰ্ণসংখ্যা থাকিব

Ans. অসত্য

5. সংখ্যাৰেখা ব্যৱহাৰ কৰি তলত দিয়াবিলাকৰ মান উলিওৱাঃ-

(i) 6+ 9, 4 +7, 8+8

(ii) 16-8, 13-10, 9-9

(iii) 4×3, 6×4, 9×2

(iv) 24÷6, 20÷4, 35÷5

6. 18ক 4 ৰে সম্পূৰ্ণকৈ হৰণ যাবৰ কাৰণে 18 ৰ লগত কি ক্ষুদ্রতম পূর্ণসংখ্যা যোগ দিব লাগিব ?

(সংখ্যাৰেখাৰ সহায়ত দেখুওৱা)

Ans.

7. (i) সংখ্যাৰেখা 0ৰ পৰা 32 লৈ চিন দি লোৱা৷ এতিয়া প্ৰতিবাৰতে 4 ঘৰকৈ লৈ পিছুৱাই থাকিলে এনেদৰে কেইবাৰ আহিলে 0 পাবা দেখুওৱা ।

(ii) কাষত দেখুওৱাৰ দৰে 24ৰ পৰা 3ক বিয়োগ কৰি গৈ থাকা । 0 পাবলৈ এইদৰে কেইবাৰ বিয়োগ কৰিব লাগিব?

৪. তলৰ খালী ঠাইকেইটাত কি হ’বঃ

9. সংখ্যাৰেখা এডালত 0 ৰ পৰা 30 পাবলৈ 5 ঘৰকৈ জঁপিয়াই আগুৱাই গ’লে কেইজাপ মাৰিলে তুমি 30 পাবা।

Ans. সংখ্যাৰেখা এডালত 0 ৰ পৰা 30 পাবলৈ 5 ঘৰকৈ জঁপিয়াই আগুৱাই গ’লে 6 জাপ মাৰিলে 30 পোৱা যায় ।

10. পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ

(i) 0 ৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

Ans. (i) 0 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে শূণ্য পোৱা যায় ।

        (ii) 0 ৰ লগত যিকোনো সংখ্যা যোগ কৰিলে পিছৰ সংখ্যা পোৱা যায় ।

(ii) 1 ৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

Ans. (i) 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটো পোৱা যায় ।

       (ii) 1 ৰে যিকোনো সংখ্যা হৰণ কৰিলে সেই সংখ্যাটো পোৱা যায় ।

One response to “CLASS 6 । CHAPTER 2 পূৰ্ণ সংখ্যা ।MATHS ।SANKARDEV SOLUTION IN ASSAMESE MEDIUM । SANKARDEV SISHU/BIDYA NIKETAN । EXERCISE – 2(A) ।  অনুশীলনী – 2(A)”

Leave a Reply

Your email address will not be published. Required fields are marked *