CLASS 6 । CHAPTER -2 । EXERCISE 2(A) অনুশীলনী 2(A) । SANKARDEV BIDYA NIKETAN । BIDYA BHARATI ASSAM।পূৰ্ণ সংখ্যা।

    অনুশীলনী-1(A)

    1.(a) 110101 ৰ পূৰ্বপদ আৰু উত্তৰপদ কি লিখা ।

    Solution-    110101 ৰ পূৰ্বপদ 110100

                         110101 ৰ উত্তৰপদ 110102

    (b) 1090999 ৰ ঠিক আগৰ আৰু ঠিক পিছৰ তিনিটাকৈ পূর্ণ সংখ্যা লিখা ৷

    Solution-  1090999 ৰ ঠিক আগৰ তিনিটা পূর্ণ সংখ্যা   1090998 1090997 1090996

     1090999 ৰ ঠিক পিছৰ তিনিটা পূর্ণ সংখ্যা  1091000 ,   1091001 , 1091002

    (c) 1001 আৰু 1099 ৰ মাজৰ যিকেইটা পূৰ্ণ সংখ্যাৰ একক স্থানত 5 আছে সেইকেইটা কি কি?

    Solution-  1001 আৰু 1099 ৰ মাজৰ যিকেইটা পূৰ্ণ সংখ্যাৰ একক স্থানত 5 আছে সেইকেইটা হল  — 1005,1015,1025,1035,1045,1055,1065,1075,1085,1095

    (d) 1001 আৰু 1099 ৰ মাজৰ কোনো পূর্ণ সংখ্যাৰ শতকৰ স্থানত 3 থাকিব পাৰিবনে?

    Solution- 1001 আৰু 1099 ৰ মাজৰ কোনো পূর্ণ সংখ্যাৰ শতকৰ স্থানত 3 থাকিব নোৱাৰে

    2. (a) আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটোৰ বিয়োগফল কিমান ?

    Solution-   আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো  0

        আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো  1

         বিয়োগফল = 1-0 = 1

    (b) আটাইতকৈ সৰু তিনিটা অংক বিশিষ্ট পূর্ণ সংখ্যাটো উলিওৱা যাৰ পূর্বপদটো দুটা অংক বিশিষ্ট এটা পূর্ণ সংখ্যা।

    Solution- আটাইতকৈ সৰু তিনিটা অংক বিশিষ্ট পূর্ণ সংখ্যাটো হৈছে 100 যাৰ পূর্বপদটো দুটা অংক বিশিষ্ট এটা পূর্ণ সংখ্যা।

    3. খালী ঠাই পূৰ কৰা—

    (a) এককৰ স্থানত 5 থকা আটাইতকৈ সৰু পাঁচটা অংকযুক্ত পূর্ণ সংখ্যাটো ______

    Solution- 10005

    (b) 5টা অংকযুক্ত বৃহত্তম পূৰ্ণ সংখ্যা যাৰ তিনিটা স্থানত একেটা অংক পুনৰাবৃত্তি হ’ব পাৰে কিন্তু

    আন দুটা স্থানৰ অংক দুটাৰ পুনৰাবৃত্তি হ’ব নোৱাৰে) _________

    Solution- 99987

    4. সত্য নে অসত্য কোৱা—

    (a) কোনো এটা পূৰ্ণসংখ্যাৰ পূৰ্বপদ আৰু উত্তৰপদৰ সমষ্টিৰ আধা সেই পূৰ্ণ সংখ্যাটোৰ সমান।

    Ans. সত্য

    (b) দুটা অংকবিশিষ্ট পূর্ণ সংখ্যা মুঠতে 90টা আছে।

    Ans. সত্য

    (c) যদি a এটা পূর্ণ সংখ্যা তেন্তে a+1 এটা পূৰ্ণসংখ্যা ।

    Ans. সত্য

    (d) যদি a এটা স্বাভাৱিক সংখ্যা তেন্তে a – 1 সদায় এটা স্বাভাবিক সংখ্যা

    Ans. অসত্য

    (c) যদি a আৰু b পূর্ণ সংখ্যা তেন্তে a + b এটা পূর্ণসংখ্যা।

    Ans.  সত্য

    (f) যদি a আৰু b পূর্ণ সংখ্যা তেন্তে a × b সদায় এটা পূর্ণসংখ্যা।

    Ans. সত্য

    (৪) যদি a এটা পূর্ণ সংখ্যা তেন্তে a আৰু a + 1 ৰ মাজত সদায় এটা পূর্ণসংখ্যা থাকিব।

    Ans. অসত্য

    5. সংখ্যাৰেখা ব্যৱহাৰ কৰি তলত দিয়াবিলাকৰ মান উলিওৱা :

    (i) 6 + 9, 4 +7, 8+8

    (ii) 16-8, 3-10,9-9

    (iii) 4×3, 6×4,9×2

    (iv) 24÷6, 20÷4, 35÷5

    6. 18ক 4ৰে সম্পূৰ্ণকৈ হৰণ যাবৰ কাৰণে 18ৰ লগত কি ক্ষুদ্রতম পূর্ণসংখ্যা যোগ দিব লাগিব? (সংখ্যাৰেখাৰ সহায়ত দেখুওৱা)

    7. (i) সংখ্যাৰেখা 0 ৰ পৰা 32 লৈ চিন দি লোৱা। এতিয়া প্ৰতিবাৰতে 4 ঘৰকৈ লৈ পিছুৱাই আহি থাকিলে এনেদৰে কেইবাৰ আহিলে 0 পাবা দেখুওৱা।

    (ii) কাষত দেখুওৱাৰ দৰে 24ৰ পৰা 3ক বিয়োগ কৰি গৈ থাকা 0 পাবলৈ এইদৰে কেইবাৰ বিয়োগ কৰিব লাগিব?

    ৪. তলৰ খালী ঠাইকেইটাত কি হ’বঃ

    9. সংখ্যাৰেখা এডালত 0 ৰ পৰা 30 পাবলৈ 5 ঘৰকৈ জঁপিয়াই আগুৱাই গ’লে কেইজাপ মাৰি তুমি 30 পাবা।

    Ans.  6 বাৰ

    10. পূর্ণ সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ

    (i) ) 0 ৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

    Ans. 1)  0 ৰ লগত যিকোনো সংখ্যা যোগ কৰিলে সেই সংখ্যাকে পোৱা যায় ।

             2)  ০ ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাকে পোৱা যায় ।

    (ii) 1 ৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।

    Ans.  1) 1 ৰ লগত যিকোনো সংখ্যা যোগ কৰিলে পিছৰ সংখ্যা পোৱা যায় ।

              2)  1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাকে পোৱা যায় ।

    Leave a Reply