CLASS 5 MATHS । CHAPTER 2 স্থানীয় মান ।SOLUTION। SANKARDEV SISHU/BIDYA NIKETAN। BIDYA BHARATI

অনুশীলনী – 3

1.যোগ কৰা

(i) 20797, 7325 আৰু 54398

Ans. 20797 + 7325 + 54398 = 82520

(ii) 90053, 40700, 7380, আৰু 53573

Ans. 90053 + 40700 + 7380 + 53573 = 191,706

(iii) 5, 55, 555, 5555 আৰু 55555

Ans. 5 + 55 + 555 + 5555 + 55555 = 61725

(iv) 9 হাজাৰ+ 2শ + 6দহ + 7এক

Ans. 9000 + 200 + 60 + 7 = 9267

(v) 325 হাজাৰ + 53 দহ + 12এক

Ans. 325000 + 530 + 12 = 325542

(vi) 3 টা অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যা আৰু 3 টা অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা ।

Ans. 3 টা অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 111

3 টা অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো 999

(vii) 6 টা বেলেগ বেলেগ অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আৰু 6 টা বেলেগ বেলেগ অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো ।

Ans. 6 টা বেলেগ বেলেগ অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো 987654

6 টা বেলেগ বেলেগ অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো 123456

2. বিয়োগ কৰা

(i) 98765 ৰ পৰা 56789

Ans. 98765 – 56789 = 41976

(ii) 5555 ৰ পৰা 55

Ans. 5555 – 55 = 5500

(iii) 10000 ৰ পৰা 1

Ans. 1000 – 1 = 9999

(iv) 4 টা অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ পৰা 3 টা অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো ।

Ans. 4 টা অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো = 1111

3 টা অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো = 999

∴ 1111 – 999 = 112

(V) 6 টা বিভিন্ন অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটোৰ পৰা 5 টা বিভিন্ন অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো

Ans. 6 টা বিভিন্ন অংকেৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো = 123456

5 টা বিভিন্ন অংকেৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো = 54321

∴ 123456 – 54321 = 69135

3. পূৰণ কৰা

(i) 570 × 143 = 81510 (ii) 9073 × 101 = 916373 (iii) 530 × 754 ×1000 = 399620000

(iv) 207 × 301 × 100 = 6230700 (v) 2053 × 0 × 407 = 0 (vi) 8753 × 9999 = 87521247

4.পূৰণৰ খেল

6. হৰণ কৰা

 

7. এটা পথিভৰালত 9560 খন ইংৰাজী ভাষাত লিখা, 2075 খন হিন্দী ভাষাত লিখা, আৰু 11025 খন অসমীয়া ভাষাত লিখা কিতাপ আছে । পুথিভৰালটোত মুঠতে কিমানখন কিতাপ আছে । 10 টা খোটালীত কিতাপবোৰ সজালে প্ৰতিটো খোটালীত কিমানখনকৈ কিতাপ থাকিব

সমাধানঃ- দিয়া আছে,

ইংৰাজী ভাষাত লিখা কিতাপ = 9560

হিন্দী ভাষাত লিখা কিতাপ = 2075

অসমীয়া ভাষাত লিখা কিতাপ = 11025

মুঠতে = 22660 খন

10 টা খোটালীত কিতাপবোৰ সজালে প্ৰতিটো খোটালীত কিতাপ থাকিব = 22660 ÷ 10 = 2266 খন

8. 58376 ৰ লগত কি যোগ কৰি 8506 বিয়োগ কৰিলে 51104 পোৱা যাব?

সমাধানঃ- ধৰো, যোগকৰিবলগীয়া সংখ্যাটো = x

প্ৰশ্নমতে, (58376 + X ) – 8506 = 51104

⟹ 58376 + x = 51104 + 8506

⟹ 58376 + x = 59610

⟹ x = 59610 – 58376

⟹ x = 1234

9. 9806 ৰ লগত 3207 যোগ কৰি 100000 ৰ পৰা বিয়োগ কৰিলে বিয়োগফল কি হব ?

সমাধানঃ- প্ৰশ্নমতে, 100000 – (9806 + 3207)

= 100000 – 13013

= 86987

10. এটা কাৰ্টনত 58 টা আপেল ধৰে । 55216 টা আপেল ভৰাবলৈ তেনেকুৱা কিমানটা কাৰ্টন লাগিব? যদি 152 টা কাৰ্টন আপেল বিক্ৰী কৰা হয় তেন্তে বাকী ৰোৱা আপেলৰ সংখ্যা কিমান?

সমাধানঃ- দিয়া আছে, মুঠ আপেলৰ সংখ্যা = 55216 টা

এটা কাৰ্টনত ধৰা আপেল = 58 টা

প্ৰয়োজন হোৱা কাৰ্টন = 55216 ÷ 58 = 952 টা

152 টা কাৰ্টনত বিক্ৰী কৰা আপেলৰ সংখ্যা = 152 × 58 = 8816 টা

বাকী ৰোৱা আপেলৰ সংখ্যা = 55216 – 8816 = 46400 টা

 

Leave a Reply

Your email address will not be published. Required fields are marked *