EXERCISE -1(B)
অনুশীলনী – 1(B)
- খালী ঠাই পূৰণ কৰা
i) 33 × ………. =0
Ans. 0
ii) …………….. × 20 = 0
Ans. 0
iii) ………….. ÷ 1 = 0
Ans. 0
iv) 2 +(3+5) =(2+……..) +5
Ans. 3
v) 12 × (5+4) = ……….. ×5 +…………..×4
Ans. 12 , 12
vi) 2 × 4 + 2 × 6 + 2 × 8 = ………………× (4+6+8)
Ans. 2
Vii) 40 ÷ 1 = …………..
Ans. 40
viii) ………. ÷ 1 = 20
Ans. 20
ix) ( 9 × 7 × 6 ) × 4= 9 × ………. + 7 × …………….. + 6 × ………..
Ans. 4 , 4 ,4
2.মাণ নিৰ্ণয় কৰা (বিধি প্ৰয়োগ কৰি)
i) 111 × 7 = ii) 5+5+5+5+5 iii) 50 × 101
Ans. 777 Ans. 5×5 = 25 Ans. 50 × (100 + 1)
= 50×100 + 50×1
= 5000 + 50
= 5050
iv) 4×(5+9) v ) (7+5)×4 vi) 8×15+7×15
Ans. 4×5+4×9 Ans. 7×4 + 5×4 Ans. (8+7) ×15
= 20 +36 = 28 + 20 = 15×15
= 56 = 48 = 225
3. খালী ঠাই পূৰণ কৰা
i) 64 ,32, 16,……………, ……….., …………, …………
Ans. 8 , 4 , 2 ,1
ii) 32124 × 9999 = 32124 ×(……….. – ………)
Ans. 1000 , 1
iii) ………… 5 , ……… , 15, 20, 25………
Ans. 0 , 10 ,30
iv) 101 , 201 , …….. , 401 , ………
Ans. 301 , 501
4. 1 ৰ দুটা ধৰ্ম লিখা ।
Ans. 1 ৰ দুটা ধৰ্ম হৈছে——-
১) 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোকে পোৱা যায় ।
২) 1 ৰে যিকোনো সংখ্যাক হৰণ কৰিলে সেই সংখ্যাটোকে পোৱা যায় ।
5. 0 ৰ দুটা ধৰ্ম লিখা ।
Ans. ১) 0 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে 0 পোৱা যায় ।
২) 0 ৰে যিকোনো সংখ্যাক যোগ কৰিলে সেই সংখ্যাটোকে পোৱা যায় ।
Ans. গণনা কৰিবলৈ যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় সেইবোৰক ষ্ৱাভাৱিক সংখ্যা বোলে
যেনে- 1 , 2 , 3 ,……………
7. পূৰ্ণ সংখ্যা কাক বোলে
Ans. 0 আৰু ষ্ৱাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বোলে
8. উদাহৰণসহ পূৰণৰ বিতৰণ বিধিটো লিখা
Ans. ক×(খ+গ)= ক×খ+ক×গ
যেনে- 2×(5+7)= 2×5+2×7
9. উদাহৰণসহ পূৰণৰ ক্ৰমবিনিময় বিধিটো লিখা ।
Ans. ক × খ = খ × ক
যেনে- 5 × 7 = 7 × 5
10. উদাহৰণসহ যোগৰ সহযোগ বধিটো লিখা ।
Ans. ক+(খ+গ)=(ক+খ)+গ
যেনে—2+(5+7)=(2+5)+7