অনুশীলনী-2(B)
1. আখৰেৰে লিখা (আন্তৰ্জাতিক একক পদ্ধতি)
(i) 252,080,513
উওৰঃ- 252 মিলিয়ন 080 হাজাৰ 513
(ii) 32,902,507
উওৰঃ- 32 মিলিয়ন 902 হাজাৰ 507
(iii) 90,909,099
উওৰঃ- 90 মিলিয়ন 909 হাজাৰ 099
(iv) 9,099,999
উওৰঃ- 9 মিলিয়ন 099 হাজাৰ 999
(v) 123,907,972
উওৰঃ- 123 মিলিয়ন 907 হাজাৰ 972
2. অংকেৰে লিখা (আন্তৰ্জাতিক একক পদ্ধতিত)
(i) সাতশ পোন্ধৰ মিলিয়ন,সাত হাজাৰ ষোল্ল ।
উওৰঃ- 715,007,016
(ii) দহ মিলিয়ন, নব্বৈ হাজাৰ, সোতৰ ।
উওৰঃ- 010,090,017
(iii) ছয়শ পঁয়ত্ৰিছ মিলিয়ন, পাঁচশ ঊনাশী হাজাৰ,দুশ তিনি ।
উওৰঃ- 635,579,203
(iv) তেৱন্ন মিলিয়ন ষোল্ল ।
উওৰঃ- 53,000,016
(v) সাত মিলিয়ন সাত শ ।
উওৰঃ- 007,000,700