Class 4 Social Science। chapter 5।Sankardev Sishu Niketan Solution। শংকৰদেৱ শিশু নিকেটন ।পষ্ণম অধ্যায় সমাধান

Sankardev Sishu Niketan Solution Class 4 Social Science

Social Science chapter 5 ৪ ৰ্থ শ্ৰেণী sankardev sishu niketan class 4 ৪ ৰ্থ শ্ৰেণী social science।sankardev sishu niketan class 4 ৪ ৰ্থ শ্ৰেণী social science lesson 4 ।sankardev sishu niketan class 4 social science lesson 5।sankardev sishu niketan class 4 social science lesson 5।sankardev sishu niketan class 4 social science lesson 5।sankardev sishu vidya niketan class 4 ৪ ৰ্থ শ্ৰেণী social science।sankardev vidya niketan class 4 ৪ ৰ্থ শ্ৰেণী social science। sankardev sishu niketan class 4 social science lesson 3।sankardev sishu niketan class 4 social science lesson 5।

অসমৰ যাতায়াত ব্যৱস্থা

১। চমু উত্তৰ দিয়া一

() অসমত কেইপ্ৰকাৰৰ যাতায়াত ব্য়ৱস্থা আছে?

উত্তৰঃ অসমত চাৰি প্ৰকাৰৰ যাতায়ত ব্য়ৱস্থা আছে।

() তোমাৰ জিলাইদি যোৱা ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম লিখা

উত্তৰঃ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথ।

() অসমত থকা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?

উত্তৰঃ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।

(৫২নং ৰাষ্ট্ৰীয় ঘাইপথটো পৰা লৈ গৈছে?

উত্তৰঃ বাইহাটা চাৰিআলিৰ পৰা আৰম্ভ হৈ মঙলদৈ-খাৰুপেটীয়া-তেজপুৰ-বিশ্বনাথ চাৰিআলি-নাৰায়ণপুৰ-উত্তৰ লক্ষিমপুৰ-ধেমাজি হৈ জোনাইলৈ গৈছে।

() অসমৰ লগত ভাৰতৰ সংযোগী পথ কোনটো?

উত্তৰঃ ভাৰতৰ মূল ঠেক ভূ-খণ্ড এটাইদি অসমক ভাৰতবৰ্ষৰ লগত সংযোগ কৰিছে।

অসমত কেইপ্ৰকাৰৰ ৰেলপথৰ সুবিধা আছে?

উত্তৰঃ দুইপ্ৰকাৰৰ ।

অসমত থকা বিমান বন্দৰকেইটাৰ নাম লিখা

উত্তৰঃ বৰঝাৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ, তেজপুৰৰ শালনি, যোৰহাটৰ ৰৰৈয়া, ডিব্ৰুগড়ৰ মোহনবাৰী, লখিমপুৰৰ লীলাবাৰী, শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰ ।

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা তিনিখন দলঙৰ নাম লিখা

উত্তৰঃ শৰাইঘাট, কলিয়াভোমোৰা , নৰনাৰায়ণ সেতু।

ব্ৰহ্মপুত্ৰৰ ওপৰৰ কোনকেইখন দলঙত পথ আৰু ৰে পৰিবহণ ব্য়ৱস্থা আছে?

উত্তৰঃ শৰাইঘাট আৰু নৰনাৰায়ণ সেতু দলঙত ।

Leave a Reply