Class 4 Maths । Sankrdev Sishu Niketan । ৪ ৰ্থ শ্ৰেণীৰ গণিতৰ সমাধান । অধ্যায় ২। অনুশীলনী ২। Exercise -2। শংকৰদেৱ শিশু নিকেটন
অনুশীলনী – ২
১। তোমালোকৰ বহীত কেইটামান খোলাচিত্ৰ আৰু কেইটামান বন্ধ চিত্র অংকন কৰা।
উত্তৰঃ-
মুক্ত চিত্ৰ

বন্ধ চিত্ৰ

২।পেন্সিল কম্পাচৰ সহায়ত কেইচামান বৃত্ত অংকন কৰা। বৃত্তটোৰ ব্যাস আৰু ব্যাসার্ধ আঁকি সেই বিলাকৰ দীঘ উলিওৱা।
Answer:-
২।পেন্সিল কম্পাচৰ সহায়ত কেইচামান বৃত্ত অংকন কৰা। বৃত্তটোৰ ব্যাস আৰু ব্যাসার্ধ আঁকি সেই বিলাকৰ দীঘ উলিওৱা।
Answer:-
৩। পেন্সিল কমেপাচৰ সহায়ত নোলোৱাকৈ বৃত্ত এটা আঁকিব পাৰিবানে? এইদৰে অঁকা চিত্ৰটো বৃত্ত হ’ল নে নহ’ল কেনেকৈ পৰীক্ষা কৰিবা?
Answer:- হʼব পাৰে, কিন্তু একেবাৰে নিখুঁত (perfect) বৃত্ত হ’ব নোৱাৰে। হাতেৰে আঁকা বৃত্তত অসমানতা থাকিব পাৰে।
এই চিত্ৰটো বৃত্ত হ’ল নে নহ’ল পৰীক্ষাৰ উপায়:
- কেন্দ্ৰ চিনাক্ত কৰা :
কিছুমান বিন্দু চিত্ৰটোৰ সীমাৰ পৰা লৈ কেন্দ্ৰলৈ দূৰত্ব মাপ। - ব্যাসাৰ্ধ (Radius) পৰীক্ষা কৰা:
যদি কেন্দ্ৰৰ পৰা সকলো দিশৰ বিন্দুৰ দূৰত্ব সমান হয়, তেন্তে সেইটো বৃত্ত। - কম্পাছৰ সহায়ে মিলোৱা:
কম্পাছ লৈ এখন সঠিক বৃত্ত আঁকি, তাৰ সৈতে হস্তাকৃত চিত্ৰটোক মিলাও। - কাগজৰ ওপৰত সঠিক বৃত্তৰ ওপৰত চিত্ৰটোক ৰাখি মিলোৱা যায়।
81শুদ্ধ নে অশুদ্ধ লিখা
ক) বৃত্তৰ কেন্দ্ৰটো বৃত্তটোৰ সোঁমাজত থাকে।
উত্তৰঃ- শুদ্ধ
খ) এটা বৃত্তৰ ব্যাসতকৈ তাৰ ব্যাসার্ধ বেছি দীঘল।
উত্তৰঃ- অশুদ্ধ
গ) দুডাল ব্যাসাৰ্ধৰ দীঘৰ যোগফল ব্যাসৰ দীঘৰ সমান ।
উত্তৰঃ- শুদ্ধ
ঘ) কেন্দ্ৰটোৰ পৰা বৃত্তটোৰ প্ৰতিটো বিন্দুলৈ দূৰত্ব সমান।
উত্তৰঃ- শুদ্ধ
ঙ) এটা বৃত্তৰ আটাইবোৰ ব্যাসার্ধ সমান নহয় ৷
উত্তৰঃ- অশুদ্ধ