Class 10 বিদ্যুৎ Chapter10 : Top question & answar for exam preparation
বিদ্যুৎ প্ৰবাহ : যদি কোনো পৰিবাহীৰ যিকোনো প্ৰস্থচ্ছেদৰ মাজেৰে t সময়ত মুঠ Q আধান চালিত হয় তেতিয়া প্ৰস্থচ্ছেদৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হব---I=Q/tযতI = প্ৰবাহQ= আধানt = সময়SI একক :প্ৰবাহ =…