Class 10 Maths Solution । SEBA Board Exercise -1.2। গণিত অনুশীলনী – 1.2 । Academic year 2024 – 2025

অনুশীলনী – 1.2

1. প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰাঃ

(i) 140

= 2 x 2 x 5 x 7

(ii) 156

= 2 x 2 x 3 x 13

(iii) 3825

= 3 x 3 x 5 x 5 x 17

(iv) 5005

= 5 x 7 x 11 x 13

(v) 7429

= 17 x 19 x 23

2. তলৰ অখণ্ড সংখ্যাকেইযোৰৰ লঃসাঃগুঃ আৰু গঃসাঃউঃ উলিওৱা। সত্যাপন কৰা যে লঃসাঃগুঃ x গঃসাঃউঃ = সংখ্যাদুটাৰ গুণফল।

উত্তৰঃ

(i) 26 আৰু 91 

91 = 7 x 13

26 = 2 x 13

গঃসাঃউঃ = 13

আৰু লঃসাঃগুঃ = 182

প্ৰমাণ কৰিব লাগে যে, লঃসাঃগুঃ x গঃসাঃউঃ = সংখ্যাদুটাৰ গুণফল

L.H.S;

লঃসাঃগু x গঃসাঃউঃ = 182 x 13 = 2366

R.H.S; সংখ্যাদুটাৰ গুণফল = 26 x 91 = 2366

L.H.S = R.H.S

(ii) 510 আৰু 92

510 = 2 x 3 x 5 x 17

92 = 2 x 2 x 23

গঃসাঃউঃ = 2

আৰু লঃসাঃগুঃ = 23460

প্ৰমাণ কৰিব লাগে যে,

L.H.S; লঃসাঃগুঃ x গঃসাঃউঃ = 23460 x 2 = 46920

R.H.S; সংখ্যাদুটাৰ গুণফল = 510 x 92 = 46920

(iii) 336 আৰু 54

336 = 2 x 2 x 2 x 2 x 3 x 7

54 = 2 x 3 x 3 x 3

গঃসাঃউঃ = 6

লঃসাঃগুঃ = 3024

প্ৰমাণ কৰিব লাগে যে,

L.H.S; লঃসাঃগুঃ x গঃসাঃউঃ = 3024 x 6 = 18144

R.H.S; সংখ্যাদুটাৰ গুণফল = 336 x 54 = 18144

3. মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ ল.সা.গু. আৰু গ.সা.উ. উলিওৱা।

(i) 12, 15 আৰু 21

12 = 2 x 2 x 3

15 = 3 x 5

21 = 3 x 7

∴ গ.সা.উ = 3

ল.সা.গু. = 420

3. মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ ল.সা.গু. আৰু গ.সা.উ. উলিওৱা।

(i) 12, 15 আৰু 21

12 = 2 x 2 x 3

15 = 3 x 5

21 = 3 x 7

∴ গ.সা.উ = 3

আৰু ল.সা.গু. = 420

(ii) 17, 23 আৰু 29

17 = 1 x 17

23 = 1 x 23

29 = 1 x 29

∴ গ,সা.উ. = 1

ল.সা.গু = 11339

(iii) 8, 9 আৰু 25

8 = 2 x 2 x 2

9 = 3 x 3

25 = 5 x 5

∴ গ.সা.উ = 1

ল.সা.গু. = 1800

4. দিয়া আছে, গ.সা.উ (306, 657) = 9। ল.সা.গু (306, 657) উলিওৱা।

উত্তৰঃ 

আমি জানো যে,

গ.সা.উ x ল.সা.গু. = সংখ্যা দুটাৰ পূৰণফল

⇒ 9 x ল.সা.গু = 306 x 657

⇒ ল.সা.গু = 201042/9

⇒ ল.সা.গু = 22338

∴ ল.সাাগু. (306, 657) = 22338

5. পৰীক্ষা কৰা, কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6n সংখ্যাটো 0 অংকৰে শেষ হ’ব পাৰেনে নাই?

উত্তৰঃ সংখ্যা এটা 0 ৰে শেষ হ’বলৈ হ’লে তাক 5 ৰে বিভাজ্য হ’ব লাগিব।

∵ 6n = (2 x 3)n 

∴ ই 0 ৰে শেষ হ’ব নোৱাৰে।

6. 7 x 11 x 13 + 13 আৰু 7 x 6 x 5 x 4 x 3 x 2 x 1 + 5 সংখ্যা দুটা কিয় যৌগিক ব্যাখ্যা কৰা।

উত্তৰঃ 

7 x 11 x 13 + 13

= 13 x (7 x 11 + 1)

= 13 x (77 + 1)

= 13 x 78

ই যৌগিক, কাৰণ ইয়াৰ 1 ৰ বাহিৰেও আন উৎপাদক আছে।

আকৌ, 

7 x 6 x 5 x 4 x 3 x 2 x 1 + 5

= 5 x (7 x 6 x 4 x 3 x 2 x 1 + 1)

= 5 x (1824 + 1)

= 5 x 1825

ই যৌগিক, কাৰণ ইয়াৰ 1 ৰ বাহিৰেও আন উৎপাদক আছে।

7. এখন খেল পথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ। খেল পথাৰখন গাড়ীৰে এবাৰ ঘূৰিবলৈ ছোনিয়াৰ 18 মিনিট লাগে, য’ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট। ধৰা তেওলোকে একে সময়তে একেটা দিশত যাত্ৰা আৰম্ভ কৰে। কিমান মিনিট পিছত তেওঁলোক আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব?

উত্তৰঃ 

18 মিনিট আৰু 12 মিনিটৰ ল.সা.গু ৱে হ’ব নিৰ্ণেয় সময়।

18 = 2 x 3 x 3

12 = 2 x 2 x 3

ল.সা.গু = 36

∴ 36 মিনিট পিছতত দুয়ো পুনৰ আৰম্ভণিৰ বিন্দুত লগ লাগিব।

Leave a Reply