Class 10 Maths ।Chapter 3 । Exercise 3.1 Solution ।দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ। Pair of Linear Equations in Two Variables

Exercise 3.1

  1. ৰহিমে জীয়েকক ক’লে, ‘সাত বছৰ আগতে মোৰ বয়স তোমাৰ বয়সৰ সাতগুণ আছিল। আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ’বা মই তাৰ তিনিগুণ হ’ম। এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু জ্যামিত্যিকভাৱে প্ৰদৰ্শণ কৰা।

সমাধানঃ-

ধৰো,  জীয়েকৰ বৰ্তমানৰ বয়স =   x

     বাপেকৰ বৰ্তমানৰ বয়স = y

সাত বছৰ আগতে জীয়েকৰ  বয়স  =  x – 7

সাত বছৰ আগতে বাপেকৰ  বয়স   = y – 7

3 বছৰ পিছত জীয়েকৰ বয়স = x + 3

3 বছৰ পিছত বাপেকৰ বয়স = y + 3

প্ৰশ্নমতে,

⇒ (y – 7) = 7 (x – 7)

⇒ y – 7   = 7x – 49 

⇒ y – 7x  = 7 – 49

⇒ y – 7x  = – 42   

      x     0     6
      Y   -42     0

আকৌ, 

 ⇒ Y + 3 = 3(x + 3)                   

⇒ y + 3 = 3x + 9

⇒ y – 3x = 6                      

      X      0      -2
      Y      6      0

2. এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3 খন বেট আৰু 6 টা বল কিনে 3900 টকাত পিছত তেওঁ 1300 টকাত একেধৰণৰ এখন বেট আৰু 3 টা বল কিনে এই পৰিস্থিতিটোক বীজীয় আৰু লৈখিকভাৱে বৰ্ণনা কৰা

সমাধানঃ- 

ধৰো, বেট এখনৰ দাম = x

       বল এটাৰ দাম    = y

∴ 3x + 6y = 3900

       x + 2y = 1300 ……..(i)

আৰু  x + 3y = 1300 ………(ii)

x + 2y = 1300

       x      0      1300
       y     650        0

x + 3y = 1300

      x1300 100
      y     0 400

3. দুই কে.জি. আপেল আৰু 1 কে.জি. আঙুৰৰ দাম এদিন আছিল 160 টকা এমাহৰ পিছত 4 কে.জি. আপেল আৰু 2 কে.জি. আঙুৰৰ দাম 300 টকা এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু লৈখিকভাৱে বৰ্ণনা কৰা

উত্তৰঃ 

ধৰো, প্ৰতি কে.জি. আপেলৰ দাম = x টকা

        প্ৰতি কে.জি.  আঙুৰৰ দাম = y টকা।

∴ 3x + y = 160…………(i)

     x     0   150
     y  160   10

আৰু,    4x + 2y = 300

     ∴ 2x + y = 150 ………..(ii)

      X      0     75
      y     150      0

Leave a Reply