Class 10 Maths । Chapter 3 । Exercise 3.1। দুটা চলকত ৰৈখিক সমীকৰণৰ যোৰ 2024- 2025

Exercise 3.1

 

  1. ৰহিমে জীয়েকক ক’লে, ‘সাত বছৰ আগতে মোৰ বয়স তোমাৰ বয়সৰ সাতগুণ আছিল। আকৌ আজিৰ পৰা 3 বছৰ পিছত তুমি যিমান ডাঙৰ হ’বা মই তাৰ তিনিগুণ হ’ম। এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু জ্যামিত্যিকভাৱে প্ৰদৰ্শণ কৰা।

সমাধানঃ-

ধৰো,  জীয়েকৰ বৰ্তমানৰ বয়স = x

বাপেকৰ বৰ্তমানৰ বয়স = y

সাত বছৰ আগতে জীয়েকৰ বয়স = x – 7

সাত বছৰ আগতে বাপেকৰ বয়স = y – 7

3 বছৰ পিছত জীয়েকৰ বয়স = x + 3

3 বছৰ পিছত বাপেকৰ বয়স = y + 3

প্ৰশ্নমতে,

⇒ (y – 7) = 7 (x – 7)

⇒ y – 7 = 7x – 49 

⇒ y – 7x = 7 – 49

⇒ y – 7x = – 42

x

0

6

Y

-42

0

 

আকৌ, 

⇒ Y + 3 = 3(x + 3)

⇒ y + 3 = 3x + 9

⇒ y – 3x = 6

X

0

-2

Y

6

0

 

2. এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকে 3 খন বেট আৰু 6 টা বল কিনে 3900 টকাত। পিছত তেওঁ 1300 টকাত একেধৰণৰ এখন বেট আৰু 3 টা বল কিনে। এই পৰিস্থিতিটোক বীজীয় আৰু লৈখিকভাৱে বৰ্ণনা কৰা।

সমাধানঃ- 

ধৰো, বেট এখনৰ দাম = x

বল এটাৰ দাম = y

∴ 3x + 6y = 3900

x + 2y = 1300 ……..(i)

আৰু  x + 3y = 1300 ………(ii)

x + 2y = 1300

x

0

1300

y

650

0

 

x + 3y = 1300

x

1300

100

y

0

400

3. দুই কে.জি. আপেল আৰু 1 কে.জি. আঙুৰৰ দাম এদিন আছিল 160 টকা। এমাহৰ পিছত 4 কে.জি. আপেল আৰু 2 কে.জি. আঙুৰৰ দাম হ’ল 300 টকা। এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু লৈখিকভাৱে বৰ্ণনা কৰা।

উত্তৰঃ 

ধৰো, প্ৰতি কে.জি. আপেলৰ দাম = x টকা

প্ৰতি কে.জি. আঙুৰৰ দাম = y টকা।

∴ 3x + y = 160…………(i)

x

0

150

y

160

10

আৰু, 4x + 2y = 300

∴ 2x + y = 150 ………..(ii)

X

0

75

y

150

0

Leave a Reply