CHAPER 1 SOLUTION CLASS 5 SANKARDEV BIDYA/ SISHU NIKETAN SVN ASSAMESE MEDIUM EXERCISE 1(A)

1. 2,0,4 ৰে লিখিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা কি

সমাধান :-

আটাইতকৈ সৰু সংখ্যাটো 204

আটাইতকৈ ডাঙৰ সংখ্যা 402

2. 1 ৰে আৰম্ভ আৰু 5 ৰে শেষ হোৱা 6 টা অংকযুক্ত আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা লিখা

সমাধান:-

আটাইতকৈ সৰু সংখ্যা হৈছে 10005

আটাইতকৈ ডাঙৰ সংখ্যা 19995

3. 2,3 আৰু 4 ৰে গঠন কৰিব পৰা তিনিতাঅংক বিশিষ্ট সংখ্যাবোৰ লিখি উধৰ্বক্ৰমত সজোৱা

সমাধান :-

সংখ্যাবোৰ হৈছে—234,243,342,324,423,432

উধৰ্বক্ৰমত 234,243,324,342,423,432

3. 5,8,7আৰু 4 ৰে গঠন কৰিব পৰা চাৰিতাঅংকবিশিষ্ট সংখ্যাবোৰ লিখি অধঃক্ৰমত সজোৱা

সমাধান :-

সংখ্যাবোৰ হৈছে—- 4587 4578 4857 4875 4758 4785

5487 5478 5847 5874 5748 5784

8457 8475 8547 8574 8745 8754

7458 7485 7548 7584 7845 7854

5. ৰোমান পদ্ধতিত লিখা

50     45     92       593                45013         1857                    1979                  4000                 5000

L    VL     XICII     DIXCIII      XLVXIII     MDCCCLVII     MCMLXXIX        MMMM             V̅

6. হিন্দু পদ্ধতিত লিখা

XC = 90 , XL = 40 , LX = 60 , CCC = 300 , MCM =1900 , XXVIII = 28 , CCXXXIII = 223 ,

DCCXLVI = 746,   MCMXCIX = 1999 , XLVI = 46 , XIV = 14 , LXXX = 80

Leave a Reply

Your email address will not be published. Required fields are marked *