Class 9 Social Science। History Part Chapter 1 Solution।ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন ।নৱম মানৰ ।সমাজ বিজ্ঞান প্ৰশ্ন-উওৰ
ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন প্ৰশ্ন:-১)ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আবিষ্কাৰ কৰা প্ৰথম পতুৰ্গীজ নাৱিজন কোন ? তেওঁ কেতিয়া আৰু ভাৰতৰ ক‘ত পোন প্ৰথমে উপস্থিত হৈছিল ? উত্তৰ : প্ৰথম পতুৰ্গীজ…